Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump’s tough stance against immigrants:হাত-ভৰি শিকলিৰে বান্ধি বিদেশী বিতাড়ন

দ্বিতীয়বাৰ শাসনভাৰ গ্ৰহণ কৰিয়ে কঠোৰ স্থিতি ৰাষ্ট্ৰপতি ট্রাম্পৰ' অনুপ্ৰৱেশকাৰীক বহিষ্কাৰত মানৱ অধিকাৰ ভংগক লৈ ক্ষোভ, বিমানত খাবলৈ নিদিলে এটুপি পানীও

publisher by publisher
January 28, 2025
in International, News
Reading Time: 3 mins read
0
Trump’s tough stance against immigrants:হাত-ভৰি শিকলিৰে বান্ধি বিদেশী বিতাড়ন
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Trump’s ban on immigrants:অনুপ্রৱেশকাৰীক নিষেধাজ্ঞা ট্রাম্পৰ

Two Indian-American leaders have key responsibilities in the Trump administration:ট্রাম্প প্ৰশাসনত দুই ভাৰতীয় মূলৰ মার্কিন নেতাক গুৰু দায়িত্ব

Trump’s tough stance against immigrants:

‘আমেৰিকান ড্রিম’ (আমেৰিকাৰ স্বপ্ন)ৰ মোহত স্বদেশ ত্যাগ কৰি আমেৰিকাত বাস কৰিবলৈ যোৱা ব্রাজিলৰ বহু নাগৰিকৰ বাবে এতিয়া ‘আমেৰিকান দুঃস্বপ্ন’ হৈ পৰিছে জীৱনৰ নিৰ্মম অভিজ্ঞতা। দ্বিতীয়বাৰ শাসনলৈ আহিয়ে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ পৰা অতি কঠোৰতাৰে বিতাড়ন কৰিবলৈ আৰম্ভকৰিছে অবৈধ অনুপ্ৰৱেশকাৰীক। ব্রাজিলৰ বহুসংখ্যক অবৈধ প্ৰব্ৰজনকাৰীক হাতকেৰেয়া লগাই সামৰিক বিমানৰে আমেৰিকাৰ পৰা ব্রাজিললৈ বিতাড়ন কৰাৰ ঘটনাক লৈ তীব্র ক্ষোভৰ সৃষ্টি হৈছে ব্রাজিলৰ লগতে আন বহু দেশত। এই ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰি ব্রাজিলৰ বৈদেশিক মন্ত্রণালয়ে কয় যে বিমান যাত্রাকালত মানৱ অধিকাৰ চৰম ৰূপত ভংগ কৰা হৈছিল। এসপ্তাহ পূর্বে ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত ট্রাম্পৰ প্ৰব্ৰজন বিৰোধী কঠোৰ নীতিৰ বিৰোধিতা কৰে লেটিন আমেৰিকা দেশসমূহে।

ADVERTISEMENT

অনিয়মীয়া প্ৰব্ৰজনৰ বিৰুদ্ধে একপ্ৰকাৰ চূড়ান্ত পন্থা গ্রহণ কবি ট্রাম্পে জাকে জাকে কে’বাখন বিমানযোগে গুৱাটেমালা আৰু ব্রাজিলৰ দৰে বিভিন্ন লেটিন আমেৰিকাৰ দেশসমূহলৈ ওভতাই পঠিয়ায় অবৈধ প্ৰব্ৰজনকাৰী। এনে এখন বিমানে ব্রাজিলৰ উত্তৰৰ মানাউছ মহানগৰীত অৱতৰণ কৰাৰ পাছতে ক্ষোভৰ পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীখনৰ কর্তৃপক্ষই দেশে যে বিমানৰ পৰা নামি অহা ৮৮জন ব্রাজিলীয় লোকৰ হাতত আছিল হাতকেৰেয়া।

এক বিবৃতিত ব্রাজিলৰ ন্যায় মন্ত্রণালয়ে কয় যে তেওঁলোকে তাৎক্ষণিকভাৱে বিমানত থকা মার্কিন বিষয়াসকলক ততালিকে হাতকেৰেয়া খুলি দিবলৈ নিৰ্দেশ দিয়ে। ব্রাজিলৰ ন্যায় মন্ত্রী বিকার্ডো লেৱন ড’স্কীয়ে ৰাষ্ট্ৰপতি লুইছ ইনাছিঅ’ লুলা দ্যা ছিলভাক ব্রাজিলীয়ান নাগৰিকসকলৰ মৌলিক অধিকাৰৰ প্ৰতি প্ৰদৰ্শন কৰা চূড়ান্ত অসন্মানৰ বিষয়টো অৱগত কৰে বুলি বিবৃতিত প্রকাশ। বিতাড়িত কৰা লোকসকলক হাতকেৰেয়া পৰিধান কৰোৱাটো চূড়ান্ত অসম্মান বুলি অভিহিত কৰিছে ব্রাজিলে।

দৰাচলতে বিমানখনৰ গন্তব্য স্থান আছিল ব্রাজিলৰ দক্ষিণ পূবৰ মহানগৰী বেলু হৰিজ’ণ্টে। কাৰিকৰী কাৰণত বাধ্যতামূলকভাবে মানাউছত অৱতৰণ কৰা হয় বিমানখন। সেই বাবেই মানাউছত বিমান যাত্ৰাৰ মাজভাগতে বিষয়টো দৃষ্টিগোচৰ হোৱাত হাতকেৰেয়া খুলি দিবলৈ কোৱা হৈছিল বুলি ব্রাজিল চৰকাৰৰ বিবৃতিত প্রকাশ। তদুপৰি ৰাষ্ট্ৰখনৰ বৈদেশিক মন্ত্রী মাৰিঅ’ নৌফালে সামাজিক মাধ্যম এক্সত কয় যে যাত্রীসকলৰ প্ৰতি প্ৰদৰ্শন কৰা আচৰণ সন্দৰ্ভত মার্কিন চৰকাৰৰ পৰা উত্তৰ বিচাৰি ব্রাজিল চৰকাৰে অনুৰোধ জনাব।

#আমেৰিকান দুঃস্বপ্ন

ট্রাম্পৰ কঠোৰ নীতিৰ সম্মুখীন হোৱা বিমানৰ এগৰাকী যাত্ৰী হৈছে এডগাৰ দ্যা ছিলভা মৌৰা। তেওঁ হৈছে ৩১ বছৰীয়া কম্পিউটাৰ প্ৰযুক্তিবিদ। বিতাড়নৰ পূৰ্বে তেওঁ মার্কিন যুক্তৰাষ্ট্ৰত সাত মাহ ধৰি বন্দী হৈ আছিল। ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে বিৱৰি এডগাৰে কয়, ‘বিমানত তেওঁলোকে আমাক এটুপি পানীও দিয়া নাছিল। আমাৰ হাত-ভৰিবোৰ বান্ধি থোৱা হৈছিল। আনকি আমাক বাথৰূমলৈ যাবলৈ দিয়া হোৱা নাছিল।’ তদুপৰি মৌৰাই কয় যে বিমানত পানীৰ লগতে নাছিল শীত তাপ নিয়ন্ত্রিত ব্যৱস্থা। তেওঁ কয়, ‘প্রচণ্ড গৰমৰ ফলত কিছুমান মানুহে চেতনা হেৰুৱাইছিল।’ আন এগৰাকী যাত্রী ২১ বছৰীয়া লুইছ এন্টনিঅ’ ৰ’ড্রিগ ছাণ্টছোই কয় যে শীত তাপ নিয়ন্ত্রিত ব্যৱস্থা নোহোৱাকৈ চাৰি ঘণ্টাৰ বিমান যাত্ৰাৰ ফলত বহু যাত্ৰীৰ শ্বাস-প্রশ্বাসৰ সমস্যা হৈছিল। বিমানখনত কাৰিকৰী বিজুতিৰ বাবে শীত তাপ নিয়ন্ত্রণ নোহোৱা বুলি কোৱা হৈছিল। তেওঁ কয়, ‘ট্রাম্প অহাৰ লগে লগেই কথাবোৰ সলনি হ’ল। তেওঁলোকে প্ৰব্ৰজনকাৰীৰ প্ৰতি অপৰাধীৰ দৰে আচৰণ কৰিছে।

# ট্রাম্পৰ পৰিকল্পনাৰ অংশ নাছিল বিমান

সূত্রত প্রকাশ যে ট্রাম্পে প্ৰব্ৰজনকাৰীৰ বিতাড়নৰ বাবে প্ৰদান কৰা নির্দেশতে বিমানৰ উল্লেখ নাছিল। ২০১৭ৰ এক দ্বিপাক্ষিক চুক্তি মর্মেহে বিমানৰ ব্যৱস্থা হয়। ব্রাজিলৰ মানৱ অধিকাৰ মন্ত্রী মাকাও ইভাৰিষ্ট’ই সাংবাদিকক কয় যে মানসিকভাবে প্রত্যাহ্বানযুক্ত শিশুসকলে বিমানত অতি দুৰূহ অভিজ্ঞতাৰ সম্মুখীন হয়। ব্রাজিলৰ টেলিভছনৰ ফুটেজত দেখা গৈছে যে অসামৰিক বিমানখনৰ পৰা হাতকেৰেয়া পৰিধান কৰা আৰু ভৰিত শিকলি পৰিধান কৰা অৱস্থাত নামিছিল যাত্রী। ন্যায় মন্ত্রণালয়ে জনোৱা মতে, পৰিস্থিতিৰ বিষয়ে অৱগত হৈ ৰাষ্ট্ৰপতি লুলাই নির্দেশ দিয়ে যে ব্রাজিলৰ বায়ুসেনাবাহিনীৰ এখন বিমানযোগে যাত্রীসকলক গন্তব্যস্থলীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে মর্যাদা সহকাৰে আৰু সুৰক্ষিত অৱস্থাত যাত্রা সমাপ্ত কৰিব পাৰে। ট্রাম্পে বিতাড়ন কৰা যাত্ৰীসকলৰ হাতত আছিল এনে নথি য’ত কোৱা হৈছে যে তেওঁলোকে ঘৰলৈ উভতিবলৈ সন্মত হৈছে।

# প্ৰব্ৰজনকাৰীৰ ওপৰত ট্রাম্পৰ হাতুৰী

নির্বাচনী প্রচাৰত ট্রাম্পে অবৈধ প্ৰব্ৰজনকাৰীৰ ওপৰত একপ্ৰকাৰ জঁপিয়াই পৰাৰ প্রতিশ্রুতি দিছিল। দ্বিতীয়বাৰ কার্যকাললৈ প্ৰত্যাৱৰ্তন কৰিয়ে ট্রাম্পে এনে একাংশ অভিযানেৰে বিশ্বজুৰি প্ৰতিক্রিয়া সৃষ্টি কৰিছে। মার্কিন যুক্তৰাষ্ট্ৰলৈ বিদেশী নাগৰিকৰ প্ৰৱেশত নানা বাধাও আৰোপ কৰিছে। তেওঁ প্রথমদিনাৰ কাৰ্যকালত ট্রাম্পে মার্কিন যুক্তৰাষ্ট্ৰৰ দক্ষিণৰ সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে আৰু অঞ্চলটোত অধিক নিৰাপত্তা বাহিনী নিয়োগ কৰা হ’ব বুলি কয়। অবৈধ প্ৰব্ৰজনকাৰীক ট্রাম্পে অপৰাধী ভিন্ন গ্ৰহৰ প্ৰাণী বুলি অভিহিত কৰিছে। যোৱা এসপ্তাহে এখনৰ পাছত আনখন বিমানে প্ৰব্ৰজনকাৰী কঢ়িওৱা দৃশ্যই বিশ্বজুৰি চৰ্চা লাভ কৰিছে। অৱশ্যে পূৰ্বৰ মার্কিন ৰাষ্ট্ৰপতিসকলৰ ক্ষেত্ৰতো এনে ব্যৱস্থা গ্রহণ কৰা দেখা যায়। অৱশ্যে পূৰ্বৰ ব্যৱস্থা সলনি কৰিবলৈ ট্রাম্প প্রশাসনে বিতাড়নৰ বাবে ব্যৱহাৰ কৰে সামৰিক বিমান।

#গুৰুদ্ধাৰত অভিযান ট্রাম্পৰ আৰক্ষীৰ

নিউয়র্ক আৰু নিউজাৰ্ছিৰ গুৰুদ্বাৰসমূহত আমেৰিকাৰ ডিপার্টমেন্ট অব হ’মলেণ্ড ছিকিউৰিটি (ডিএইছএছ)য়ে অভিযান আৰম্ভ কৰিছে। ট্রাম্প প্ৰশাসনৰ দাবী যে বেআইনীভাৱে দেশত বসবাস কৰা প্ৰব্ৰজনকাৰী চিনাক্ত কৰিবলৈ এই অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ কথা পোহৰলৈ অহাৰ লগে লগে বিতৰ্কৰ সূচনা হয়। আমেৰিকাৰ শিখ সংগঠনসমূহেও প্রতিবাদ সাব্যস্ত কৰে আৰু কয় যে এনে কাৰ্যৰ ফলত শিখসকলৰ ধৰ্মীয় স্থানৰ পবিত্ৰতা বিনষ্ট হৈছে। অৱশ্যে ট্রাম্প প্রশাসনৰ দাবী যে অঞ্চলটোৰ কে’বাটাও গুৰুদ্বাৰ শিখ বিচ্ছিন্নতাবাদীসকলৰ আশ্রয়স্থলী হ’ব পাৰে। অবৈধ প্ৰব্ৰজনকাৰীও থাকিব পাৰে। এই সকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলোৱা বুলি ট্রাম্প প্রশাসনে কয়।

ডিএইছএছৰ সচিব বেঞ্জামিন হুফমেনে এই সন্দৰ্ভত পূর্ববর্তী বাইডেন প্ৰশাসনৰ বিধিৰ সালসলনি ঘটাই নতুন নির্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে ধর্মীয় আৰু সংবেদনশীল অঞ্চলসমূহত ‘ইমিগ্রেছন এণ্ড কাষ্টমছ এনফ’চমেন্ট’ (আইচিই) আৰু ‘কাষ্টমছ এণ্ড ব’ৰ্ডাৰ প্ৰটেকছন’ (চিবিপি)ত প্রৱেশত কোনো এক্তিয়াৰ নাছিল। এই নীতি সলনি কৰি চিবিপি আৰু আইচিইক ধর্মস্থানসমূহত তালাচী অভিযান চলাবলৈ সেউজ সংকেত দিয়া হৈছে। ইয়াৰ পাছতে শিখ সংগঠনসমূহে প্রতিক্রিয়া প্রকাশ কৰে।

শিখ-আমেৰিকান লিগেল ডিফেনছ এন্ড এডুকেছন ফার্ম (এছএএলডিএফ) ৰ অন্যতম কিৰণ কৌৰ গিলে কয়, ‘ডিএইছএছৰ এই নতুন নিয়ম অত্যন্ত উদ্বেগজনক। যিদৰে গুৰুদ্ধাৰৰ দৰে ধৰ্মীয় স্থানসমূহত লক্ষ্য কৰা হৈছে, আমাৰ নিৰাপত্তাক লৈ চিন্তিত হৈছো। ধর্মস্থানৰ পবিত্রতা নষ্ট হৈছে।’ উল্লেখ্য যে দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত ট্রাম্পে চুৰি, লুটপাট আদিৰ দৰে ঘটনাত অভিযুক্ত অবৈধ অভিভাষীসকলক জব্দ কৰিবলৈ এখন নতুন আইন আনিবলৈ সাজু হৈছে। ইতিমধ্যে ছিনেটত এই সংক্রান্তীয় বিধেয়ক গৃহীত হৈছে। ইতিমধ্যে ৫৩৮ জন অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰি দেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটেৰ মতে ধৃতসকল বিভিন্ন অপৰাধমূলক কামত জড়িত।

#নাটকীয় পৰিণতি

আমেৰিকাৰ দুখন সামৰিক বিমান কলম্বিয়াই ওভতাই দিছিল। ফলত উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ বাণিজ্যিক সমীকৰণ সলনি হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সম্প্রতি এই পৰিৱৰ্তনৰ পথ ৰোধ হৈছে। কিয়নো মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ ভাবুকিত ঘটনাৰ নাটকীয় ছন্দপতন ঘটে। নতি স্বীকাৰ কৰিবলৈ বাধ্য হয় কলম্বিয়া। আমেৰিকান বিমান ওভতাই নল’লেও অভিভাষীসকলক তেওঁলোকে গ্রহণ কৰিছে।

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিতাড়ন কৰা প্ৰব্ৰজনকাৰী সকলক অপৰাধী বুলিও উল্লেখ কৰিছে। কলম্বিয়াৰ এনে প্ৰব্ৰজনকাৰীসহ দুখন বিমানে আমেৰিকাৰ পৰা যাত্ৰা আৰম্ভ কৰে যদিও কলম্বিয়াই বিমান দুখনক অৱতৰণৰ অনুমতি দিয়া নাছিল। এই কথাত ক্ষুব্ধ হয় ট্রাম্প। লগে লগে তেওঁ সামাজিক মাধ্যমযোগে এক দীঘলীয়া প’ষ্ট কৰে, য’ত কলম্বিয়াৰ ওপৰত পাঁচটা নিষেধাজ্ঞা আৰোপৰ সকীয়নি দিয়ে। ইয়াৰ পাছতে সলনি হয় দৃশ্যপট। অবশ্যে ট্রাম্পৰ প’ষ্টৰ উত্তৰ দিয়ে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পে’ট্রোয়ে।

প্রতিটো বাক্যতে তেওঁ ট্রাম্পক তীব্র শ্লেখযুক্ত ব্যাক্যৰে আক্ৰমণ কৰে। ইতিহাস দাঙি ধৰি তেওঁ নানা সময়ত মার্কিন নানা নীতিৰ সমালোচনাত মুখৰ হয়। বর্ণবৈষম্যৰ কথাও তেওঁ প’ষ্টত উল্লেখ কৰে। পে’ট্রোরে লিখিছে, ‘ট্রাম্প আপুনি মোক মাৰি পেলাব পাৰে, কিন্তু মই মোৰ দেশৰ মানুহৰ মাজত বাচি থাকিম। মোক দলিয়ায়ো পেলাওক, আপোনাৰ দেশৰ মানুহেও আপোনাক দলিয়াব।’ ট্রাম্প শুল্ক আৰোপৰ সতর্কবাণীৰ উত্তৰত তেওঁ লিখিছে, ‘মই শুনিলো যে কলম্বিয়াৰ শ্ৰমিকসকলৰ দ্বাৰা উৎপাদিত ফচল আমেৰিকাত প্ৰৱেশৰ বাবে এতিয়া ৫০ শতাংশ শুল্ক দিব লাগিব। ময়ো একেই কামেই কৰিম।’ এইদৰে এক্সত দুয়োপক্ষ সৰৱ হোৱাৰ পাছত অৱশ্যে শুল্ক আৰোপৰ বিষয়টো থমকি ৰয়।

কলম্বিয়া চৰকাৰে জনোৱা মতে, আমেৰিকাৰ পৰা অভিভাষীসকলক দেশলৈ ওভতাবলৈ বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। এই বিবৃতিৰ পাছতে হোৱাইট হাউছে উত্তৰত কয় যে কলম্বিয়াৰ ওপৰত কোনো শুল্ক আৰোপ কৰা নহয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ban immigrantsDONALD Trump administrationtough stance
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d