Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

US Deports Indian Migrants: আমেৰিকাৰ অবৈধ ভাৰতীয়সকলক লৈ অমৃতসৰত অৱতৰণ কৰে বিমান !

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমানখন বুধবাৰে দুপৰীয়া প্ৰায় ১.৫৯ বজাত অমৃতসৰৰ শ্ৰী গুৰু ৰাম দাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। বিমানবন্দৰত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে।

publisher by publisher
February 5, 2025
in International, News
Reading Time: 1 min read
0
US Deports Indian Migrants: আমেৰিকাৰ অবৈধ ভাৰতীয়সকলক লৈ অমৃতসৰত অৱতৰণ কৰে বিমান !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

US deports Indian migrants:দ্বিতীয় পৰ্যায়ত ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ উভটালে আমেৰিকাই

US Deports Indian Migrants:পুনৰ দুখন বিমানত ভাৰতীয় অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠাব মাৰ্কিন যুক্তৰাষ্ট্ৰই

Trump’s policies in the UK:ব্ৰিটেইনত ট্ৰাম্পৰ নীতি !

US Deports Indian Migrants: আমেৰিকাৰ অবৈধ ভাৰতীয়সকলক লৈ অমৃতসৰত অৱতৰণ কৰে বিমান !

ADVERTISEMENT

২০৫ জন অবৈধ ভাৰতীয় বাসিন্দাৰ স’তে অমৃতসৰত অৱতৰণ কৰে আমেৰিকান সেনাৰ বিমান। মঙলবাৰে টেক্সাছৰ পৰা উৰা মাৰিছিল বিমানখন ।

যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি পৰিহাৰ কৰিবলৈ পঞ্জাৱ আৰক্ষীক আগতীয়াকৈ সতৰ্ক কৰি দিয়া হৈছে। সেইমৰ্মে অমৃতসৰ বিমানবন্দৰত কঠোৰ নিৰাপত্তা বজাই ৰখা হয়।

সূত্ৰ অনুসৰি, প্ৰথম পৰ্যায়ত এই ২০৫ জন লোকক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ পাছত, আমেৰিকাৰ পৰা অধিক অবৈধবাসী ভাৰতীয়ক ক্ৰমানয়ে প্ৰেৰণ কৰা হ’ব।

এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বিমানখনত থকা সকলোৰে পৰিচয় পৰীক্ষা কৰা হৈছে। ইয়াৰ পৰা নতুন দিল্লীৰ সক্ৰিয়তাও স্পষ্ট হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমানখন বুধবাৰে দুপৰীয়া প্ৰায় ১.৫৯ বজাত অমৃতসৰৰ শ্ৰী গুৰু ৰাম দাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। বিমানবন্দৰত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে।

নতুন দিল্লীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ এজন প্ৰতিনিধিও বিমানবন্দৰত উপস্থিত থাকে।

এটা সূত্ৰই জনোৱা অনুসৰি, এই অবৈধ ভাৰতীয়সকলৰ বেছিভাগেই মেক্সিকো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তত ধৰা পৰে । অৱশ্যে, তেওঁলোক ভাৰতলৈ উভতি অহাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহ’ব। কাৰণ তেওঁলোকৰ ওপৰত এই দেশৰ আইন উলংঘা কৰাৰ অভিযোগ নাই।

এটা সূত্ৰই জনাই যে এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে আইনী পথৰ মাজেৰে ভাৰত ত্যাগ কৰিছিল। পাছত তেওঁ অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি ধৰা পৰে।

গতিকে তেওঁলোকক এই দেশত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা নাই। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) গৌৰৱ যাদৱে মঙলবাৰে জনাই যে ৰাজ্য চৰকাৰে বিমানবন্দৰত অবৈধ অনুপ্ৰৱেশকাৰীসকলক গ্ৰহণ কৰিব।

তেওঁলোকক সহায় কৰিবলৈ এখন কাউণ্টাৰও খোলা হ’ব। পঞ্জাৱৰ প্ৰৱাসী ভাৰতীয় পৰিক্ৰমা মন্ত্ৰী কুলদীপ সিং ধালিৱালে এই অবৈধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian MigrantUS Deports
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d