Horoscope:
মেষ: কর্মস্থানত মধ্যম। দূৰ ভ্ৰমণৰ যোগ আছে। বিদ্যা বুদ্ধিত শুভ। সন্তানক লৈ চিন্তা বাঢ়িব। শৰীৰত বিষ হ’ব পাৰে। শুভ ৰং মুগা। শুভসংখ্যা ২।
বৃষ: কৰ্মোন্নতিত আনৰ প্ৰভাৱ পৰিব পাৰে। বিখ্যাত লোকৰ সংগ পাব পাৰে। ভ্ৰমণ নকৰাই ভাল। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
মিথুন: পশ্চিম দিশত ভ্রমণত লাভৱান হ’ব। শত্রু নাশ হ’ব। গোপন তথ্যৰ সন্ধান পাব পাৰে। আর্থিকত অযথা ব্যয়। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
কর্কট: কর্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে। খৰচ বৃদ্ধিত চিন্তিত হ’ব। সু-সংবাদ পাব। কিছু পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লগা হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
সিংহ: ধার্মিক দিশ প্রকাশ পাব। কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। আর্থিক চিন্তা বৃদ্ধি। বিষ্ণু ভগৱানক পূজা কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ১।
কন্যা: কোনো যোগাযোগৰ পৰা লাভৱান হ’ব পাৰে। কর্মস্থানত মধ্যম। শিং থকা জীৱ-জন্তুৰ পৰা সাৱধান হওক। প্ৰেমত কষ্ট। মাখন ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৫।
তুলা: লেখক-লেখিকাৰ সুনাম বৃদ্ধি। সততা ৰক্ষা পৰিব। শৰীৰ ভাল দৰে চলিব। কর্ম ব্যস্ততা বাঢ়িব। দাম্পত্য জীৱন শুভ। নতুন সংস্থাপন পাব পাৰে। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
বৃশ্চিক: যান-বাহনত কষ্ট হ’ব পাৰে। কৰ্মত মধ্যম। নিজৰ শক্তিক বিশ্বাস ৰাখক। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।
ধনু: কর্মক্ষেত্রত সন্মান বৃদ্ধি। মনত দুঃচিন্তা নানিব। খৰচৰ মাত্রা বৃদ্ধি। শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
মকৰ : কৰ্মত জটিলতা আহিব পাৰে। বন্ধুৰ পৰা সাৱধান হওক। দুষ্ট লোকৰ পৰা সাৱধান হওক। বিদ্যাত শুভ। শুভ ৰং সোণালী। শুভসংখ্যা ৩।
কুম্ভ: বাতবিষ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ। আনৰ ওপৰত ভৰসা নকৰিব। সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।
মীন: নতুন যোগাযোগৰ অনুকূল আশা। বিদ্যাত মধ্যম, আকস্মিক কোনো সুযোগৰ সম্ভাৱনা আছে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।