Horoscope:
মেষ: শত্রু কমিব। ঘৰুৱা কামত উন্নতি হ’ব; ব্যৱসায়ত লাভজনক। শৰীৰৰ অলপ কষ্ট অনুভৱ হ’ব; শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।
বৃষ: দক্ষতা আৰু সম্মান বৃদ্ধি। কর্মত উন্নতি, কিন্তু গোপন শত্ৰুৰ পৰা সাৱধান; শৰীৰ মধ্যম। বিদ্যাত শুভ, শুভ। ৰং বগা, শুভ সংখ্যা ৭।
মিথুন: ব্যয় অধিক; ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব; ভ্রমণত কষ্ট। ক্ষোভ-হতাশা আঁতৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।
কর্কট: কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিব পাৰিব। বন্ধুৰ পৰা সাৱধান হওক। অযথা খৰচ নকৰিব। শুভ ৰং গুলপীয়া। শুভ সংখা ৫।
সিংহ: কর্ম স্থানত মধ্যম। বন্যপ্ৰাণীৰ পৰা সাৱধান হওক। দাম্পত্যত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৩।
কন্যা: নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব। গাড়ী, মাটি ক্ৰয় কৰিব পাৰিব। দাম্পত্যত শুভ। উগ্র সাহস প্রদর্শন নকৰিব। শুভ বং হালধীয়া, শুভ সংখ্যা ৮।
তুলা: কৰ্ম আৰু আর্থিকত উন্নতি। ব্যস্ততা বৃদ্ধি। ব্যয় বৃদ্ধি। উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। শিক্ষার্থীসকলৰ শুভ। শুভ ৰং গুলপীয়া, শুভসংখ্যা ৯।
বৃশ্চিক: কর্মস্থানত শুভ। প্ৰেমত শুভ। পাৰিবাৰিক শান্তি। বিদ্যাত মধ্যম। শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং বগা, শুভ সংখ্যা ৬।
ধনু: চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ। দুখীয়াক বস্ত্র, অন্ন দান কৰিব। অন্ধবিশ্বাস মনত নাৰাখিব। উৎকণ্ঠা আঁতৰিব। শুভ বং গুলপীয়া, শুভ সংখ্যা ২।
মকৰ : আর্থিক অসুবিধা হ’ব পাৰে, কর্মস্থানত উন্নতি। বিদ্যাত শুভ, ক’লা গৰুক ৰুটি খুৱাব। শুভ ৰং কমলা, শুভ সংখ্যা ৪।
কুম্ভ: কর্মত মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে; দাম্পত্যত শুভ। আর্থিক সম্পত্তি হানি হ’ব পাৰে। শুভ ৰং মাটিয়া শুভ সংখ্যা ৫।
মীন: বিদ্যাত মধ্যম। শৰীৰ কিছু দুৰ্বল হ’ব পাৰে। মন্দিৰ দৰ্শন অধিক লাভ হ’ব। প্রেমত বাধা। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।