Jihadi Arrested in Bilasipara:
➡️ অসম আৰক্ষীৰ STF ৰ জালত পুনৰ দুর্ধষ জেহাদী।
ADVERTISEMENT
➡️ চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰে জেহাদী আবু ছালাম আলীক ।
➡️ দীৰ্ঘদিন পৰা আত্মগোপন কৰি আছিল ছালামে।
➡️ পূৰ্বতে বিলাসীপাৰাৰ খুদিগাওৰ পৰা কেইবাজনকো জেহাদীৰ গ্ৰেপ্তাৰ কৰিছিল STFয়ে।
➡️ আনচুৰুল্লা বাংলা টীম আৰু JJM সক্রিয় সদস্য আৰু ছালাম
➡️ বৰ্তমানলৈকে STF য়ে ১৫ টাকৈ দুর্ধর্ষ জেহাদীক গ্ৰেপ্তাৰ কৰে।