Horoscope:আজি দিনটো কেনেদৰে পাৰ হ’ব
মেষ: মাটি-বাৰী, ধন লাভৰ যোগ। সুবন্ধুৰ লগ পাব। শাৰীৰিক বিষ-বেদনা বৃদ্ধি পাব। ভ্রমণত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।
বৃষ: ঘৰ-দুৱাৰ উন্নতিৰ চিন্তা, দাম্পত্যত বিশৃংখলতা, ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি, ভ্রমণ মধ্যম। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯।
মিথুন: কর্মস্থানত উন্নতি, শত্রু বৃদ্ধি হ’ব। শাৰীৰিক উন্নতি হ’ব। ব্যয় বৃদ্ধি, আপোনাৰ কথাই আনক কষ্ট দিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
কর্কট: সামাজিক স্থিতি উন্নতি। লগ-বন্ধুৰ পৰা হানি হ’ব পাৰে। নিজক ব্যস্ত কৰি ৰাখক। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
সিংহ: বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক। সোঁচৰা ব্যাধিয়ে আমনি কৰিব। কৰ্মত উন্নতি। শুভ ৰং গোলাপী, শুভ সংখ্যা ১।
কন্যা: ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ পাব। মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব। ভ্রমণত মধ্যম। শুভ ৰং নীলা, শুভসংখ্যা ৭।
তুলা: ছিঙা বা ফটা বস্ত্ৰ পৰিধান নকৰিব। মানসিক শক্তি উন্নত স্থান পাব। গণেশক পূজা কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
বৃশ্চিক: কর্মত উন্নতি যোগ। দূৰণি সংবাদে আনন্দিত দিব। কিছুমান ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিব। বগা ৰং ব্যৱহাৰ কৰিব, শুভ সংখ্যা ৬৷
ধনু: সততাত আনে আঘাত কৰিব পাৰে। কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব; শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।
মকৰ : নতুন কামত তৎপৰতা বাঢ়িব। গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব। শত্ৰুৰ যড়যন্ত্র ব্যর্থ হ’ব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
কুম্ভ: নতুন কর্মসংস্থাপনৰ যোগ। মূৰৰ বিষত কষ্ট পাব পাৰে। বিশ্বাসযোগ্যতা বৃদ্ধি পাব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩।
মীন: ৰাজনৈতিক ক্ষেত্ৰত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব। কর্মস্থানত ব্যস্ততা বাঢ়িব। পুৰণি কথাই মনত কষ্ট দিব। শুভ ৰং বগা, শুভ সংখ্যা ৩৷