Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assamese Fashion Designer Sanjukta Dutta in New Delhi: সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা

'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ'ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক অভিজাত উদযাপন, পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন

publisher by publisher
February 17, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Assamese Fashion Designer Sanjukta Dutta in New Delhi: সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা
2
SHARES
18
VIEWS
ShareShareShareShare

Assamese Fashion Designer Sanjukta Dutta in New Delhi:

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ বস্ত্ৰৰ ডিজাইনে এইবাৰ দিল্লীত মুগ্ধ কৰিলে অজস্ৰজনক ৷ মুগ্ধ কৰিলে বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত সকলক। নতুন দিল্লীত অনুষ্ঠিত ‘ভাৰত টেক্স ২০২৫’ত তেওঁৰ নতুন ডিজাইনৰ শেহতীয়া বস্ত্ৰ সম্ভাৰৰ সংকলন ‘জোনাক – দ্য লাইট অৱ মুন’ শীৰ্ষক প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছে ।

https://dainikagradoot.in/wp-content/uploads/2025/02/sanjuka-ta-video-1.mp4

তিনিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী Publisher, নিৰ্মাতা, ৰাজ‍্যৰ এগৰাকী সুঅভিনেত্ৰী, পৰিচালক আইমী বৰুৱাই সংযুক্তাৰ ডিজাইন পৰিধান কৰি ৰেম্পত খোজ দি এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে। আইমী বৰুৱাৰ উপস্থিতিয়ে বস্ত্ৰ সংকলন ‘জোনাক’ৰ প্ৰদৰ্শনীত সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে এই হস্ততাঁত উপজাত বস্ত্ৰ সম্ভাৰৰ জেউতি দুগুণে বৃদ্ধি কৰে।

ADVERTISEMENT

ভাৰতৰ বহনক্ষম ঐতিহ্য বয়নক উদযাপন কৰা এক বৃহৎ ফেশ্বন শ্ব’ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ অংশ হিচাপে উপস্থাপন কৰা এই সংকলনে অসমীয়া হস্ততাঁত শিল্পকলাৰ কালজয়ী আভিজাত্যক দেশবাসীৰ ওচৰত উজ্জ্বল কৰি দাঙি ধৰিলে।

RelatedPosts

RSS:প্ৰায় আঠ একৰ মাটিত ১৫০ কোটিৰ ভৱন !

Modi-Trump Meet :১৩ ফেব্ৰুৱাৰীত হোৱাইট হাউছত মোডী !

Narendra Modi on Budget Session 2025:১০ বছৰত প্রথম কোনো বিদেশী ইন্ধন নাই’ !

https://dainikagradoot.in/wp-content/uploads/2025/02/sanjukta-video-2.mp4

আলেখ ফাউণ্ডেচনে চিআইটিআই (ভাৰতীয় বস্ত্ৰ উদ্যোগ কনফেডাৰেচন)ৰ সহযোগত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা ‘আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ’ হ’ল বহনক্ষম আৰু পৰম্পৰাগত ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে এক উপযুক্ত মঞ্চ । ইয়াতেই সোমবাৰে সংযুক্তা দত্তই নিজৰ সৃজনীশীলতাৰে প্ৰদৰ্শন কৰিলে ‘জোনাক’ নামেৰে নামকৰণ কৰা নিজৰ নতুন ডিজাইনৰ বস্ত্ৰ সম্ভাৰৰ ক’লা আৰু ৰঙা ৰঙৰ আকৰ্ষণীয় পেলেটেৰে অসমীয়া হস্ততাঁতৰ শিপিনীৰ হাতৰ যাদু। এক আবেগ, প্ৰত্যয়ৰ প্ৰতীক ৰূপে অসমীয়া তাঁতশালৰ উৎপাদিত পাট কাপোৰক অনন্য ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সংযুক্তা দত্তই ৷

অসমীয়া বস্ত্ৰৰ আধুনিক ৰূপত দেশৰ ফেশ্বন জগতত আকৌ এবাৰ উজ্জীৱিত কৰি তুলিলে সংযুক্তা দত্তই ৷ সুসজ্জিত মডেলৰ দেহত ছন্দিত খোজৰ তালে তালে প্ৰদৰ্শনীৰ ৰাণৱেত সজীৱ হৈ উঠিল ‘জোনাক’ৰ বস্ত্ৰ সম্ভাৰ। ৰাণৱেত প্ৰদৰ্শিত বস্ত্ৰসম্ভাৰত গভীৰ ক’লা আৰু জুইফুল সদৃশ ৰঙা ৰঙবোৰে জোনবাইৰ স্নিগ্ধতাকহে যে দিল্লীৰ বিশাল দৰবাৰত প্ৰতিফলিত কৰিছিল ৷

বলীউডৰ অভিনেত্ৰী পুনম ধিলনে সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাপে ৰাণৱেত শোভা বঢ়াই প্ৰদৰ্শনীৰ গৰিমা বৃদ্ধি কৰি ডিজাইনসমূহক নতুন মাত্ৰা প্ৰদান কৰে । ‘জোনাক’ৰ বস্ত্ৰ ডিজাইন মূৰ্ত হৈ উঠিছিল পুনম ধীলনৰ দেহত। ডিজাইনাৰৰ সৃষ্টিশীল দৃষ্টিভংগীক ত্ৰুটিহীনভাৱে মূৰ্ত কৰি তুলিছিল অভিনেত্ৰী গৰাকীৰ উপস্থিতিয়ে ৷ এক কথাত পুনমৰ উপস্থিতিয়ে প্ৰদৰ্শিত বস্ত্ৰ সম্ভাৰৰ এক ধ্ৰুপদী গৰিমা সূষ্টিৰে দৰ্শকক আপ্লুত কৰি তুলিছিল।

https://dainikagradoot.in/wp-content/uploads/2025/02/magherita.mp4

এই নতুন বস্ত্ৰ সম্ভাৰৰ ডিজাইনৰ প্ৰেৰণাৰ বিষয়ে অসমী আইৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই ব্যক্ত কৰে এইদৰে “জোনাক— জোনবাইৰ সুকোমল অথচ শক্তিশালী উজ্জ্বলতাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি। এই বস্ত্ৰ সম্ভাৰৰ জৰিয়তে অসমীয়া পিট কাপোৰৰ সমৃদ্ধি আধুনিক, সাহসী অভিব্যক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছিলো। ক’লা আৰু ৰঙা ৰং ৰহস্য আৰু আত্মবিশ্বাস দুয়োটাৰে প্ৰতীক, প্ৰতিটো বস্ত্ৰ টুকুৰাকে কালজয়ী আড়ম্বৰৰ বক্তব্য তুলি ধৰিবলৈ চেষ্টা কৰিছো।”

নতুন দিল্লীত অনুষ্ঠিত এই ভাৰত টেক্স ২০২৫-এ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ বাবে এখন নিখুঁত মঞ্চ প্ৰদান কৰে, য’ত দেশৰ আগশাৰীৰ ডিজাইনাৰ আৰু বস্ত্ৰ শিপিনীসকলে ভাৰতৰ বহনক্ষম হস্ততাঁত পৰম্পৰাক উদযাপন কৰিবলৈ একত্ৰিত হৈছিল। এই অনুষ্ঠানে দেশৰ বস্ত্ৰশিল্পৰ ফেশ্বনত উদ্ভাৱনী শক্তিক লাভান্বিত কৰাৰ লগতে থলুৱা বয়ন শিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে । উল্লেখ্য যে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা।

https://dainikagradoot.in/wp-content/uploads/2025/02/msanjukta-byte.mp4

ইয়াত সংযুক্তা দত্তৰ ‘জোনাক’-এ ফেশ্বন উদ্যোগী সকল, ফেশ্বনৰ সৈতে জড়িত লোক সকলৰ লগতে বহনক্ষম বস্ত্ৰ শিল্পৰ সৈতে জড়িত সকলৰ উচ্ছ প্ৰশংসা লাভ কৰে ৷ ভাৰতীয় হস্ততাঁত শিল্পৰ অগ্ৰণী ডিজাইনাৰ হিচাবে নিজৰ উপস্থিতি পুনৰ এবাৰ প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল সংযুক্তা দত্ত |

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bharat TAX 2025Fashion Designer Sanjukta DuttaIndia Global Textile Eventnew delhi
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d