Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Elephant Death মাথোঁ তিনি বছৰত দেশত ৰেলৰ খুন্দাত ৪৭ টা হাতীৰ মৃত্যু

publisher by publisher
February 17, 2025
in India
Reading Time: 1 min read
0
Elephant Death মাথোঁ তিনি বছৰত দেশত ৰেলৰ খুন্দাত ৪৭ টা হাতীৰ মৃত্যু
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

মানাহৰ ভূঞাপাৰা ৰেঞ্জত বনৰীয়া হাতীৰ শোকাৱহ মৃত্যু

চামগুৰিৰ ভেলেউগুৰি পথাৰত বন্যহস্তীৰ কৰুণ মৃত্য

বাগসাৰ ককিলাবাৰীত বিদ্যুৎ প্ৰবাহিত হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Elephant Death মাথোঁ তিনি বছৰত দেশত ৰেলৰ খুন্দাত ৪৭ টা হাতীৰ মৃত্যু

মাথোঁ তিনি বছৰত দেশত চলন্ত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে ৪৭টাকৈ হাতীয়ে। সংসদৰ চলিত বাজেট অধিবেশনৰ সময়ত ৰাজ্যসভাত প্ৰকাশ কৰে চৰকাৰে।

ADVERTISEMENT

উচ্চ সদনত চৰকাৰে দাখিল কৰা তথ্যত প্ৰকাশ পাইছে যে ২০২১-২২, ২০২২-২৩ আৰু ২০২৩- ২৪ত দেশৰ বিভিন্ন স্থানত চলন্ত ৰেলৰ খুন্দাত ৪৭টা বন্যহস্তীয়ে প্ৰাণ হেৰুৱায়।

এই দুখজনক ঘটনাসমূহ সংঘটিত হয় বিভিন্ন ৰাজ্যত। বনাঞ্চলৰ পৰা ওলাই আহি এই বৃহৎসংখ্যক হাতীয়ে চলন্ত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱায়।

চৰকাৰী তথ্য অনুসৰি,২০২৩-২৪ ত ১৭টা, ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষ দুটাত ১৫টাকৈ মুঠ ৩০টা হাতীয়ে ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱায়। তদুপৰি বিগত বর্ষকেইটাত এই বৃহৎসংখ্যক হাতী বিদ্যুৎস্পৃষ্টও হয়।

চৰকাৰী তথ্যতে প্ৰকাশ পোৱা অনুসৰি উক্ত তিনিটা বৰ্ষত সমগ্ৰ দেশত ২৫৮টা হাতী বিদ্যুৎস্পৃষ্ট হয়। এই তিনিটা বৰ্ষৰ ভিতৰত ২০২২-২৩ত সৰ্বাধিক হাতীৰ বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত হয়।

ফলত বৰ্ষটোত বিদ্যুৎস্পৃষ্ট হৈ এশটা হাতী মৃত্যুমুখত পৰে। আনহাতে, ২০২১-২২ত সমগ্ৰ দেশত ৬২টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

একেদৰে ২০২৩-২৪ত ৯৪টা হাতী বিদ্যুৎস্পৃষ্ট হয়। ইপিনে,২০২১-২২ত চাৰিটা, ২০২২-২৩ত ১৪টা আৰু ২০২৩-২৪ত নটা হাতী চোৰাংচিকাৰৰ বলি হয়। আনহাতে, ২০২১-২২ত ছটা হাতী খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ইয়াৰ পাছত বছৰত চাৰিটা আৰু ২০২৩-২৪ ত এটা হাতী খাদ্য বিষক্ৰিয়াৰ ফলত মৃত্যুমুখত পৰে। আনহাতে, ২০২১-২২ত বন্যহস্তীৰ আক্ৰমণত সমগ্ৰ দেশত ৫৪৯জন, ২০২২-২৩ত ৬০৫জনৰ আৰু ২০২৩- ২৪ত ৬২৯জন লোকৰ মৃত্যু হয়।

এই তথ্যই দেশত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ স্পষ্ট ইংগিত দিছে। লক্ষ্যণীয়ভাৱে নিতৌ বনাঞ্চল হ্ৰাসৰ ফলত খাদ্যৰ সন্ধানত বন্যহস্তীয়ে জনঅৰণ্যত প্ৰৱেশ কৰিবলৈ লৈছে বুলি সততে চর্চিত হয়।

এনে ঘটনা দেশৰ বিভিন্ন ৰাজ্যত ঘটি থকা আছে বুলি অভিযোগ উত্থাপিত হয়। তৎসত্ত্বেও হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন চৰকাৰে উপযুক্ত পদক্ষেপ গ্রহণ কৰা নাই বুলি সততে বিভিন্নজনে মন্তব্য কৰে।

অৱশ্যে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি হাতী-মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে সমগ্র বিভিন্ন ৰাজ্যত ডেৰশ হস্তীদণ্ডী স্থাপন কৰিছে। বন্যহস্তীৰ নিৰাপদ চলন-ফুলনৰ বাবে এই হস্তীদণ্ডীসমূহ স্থাপন কৰা হৈছে ।

তৎসত্ত্বেও হাতী-মানুহৰ সংঘাত যে হ্ৰাস পোৱা নাই তাৰ ছবিয়েই স্বয়ং চৰকাৰী তথ্যত প্ৰকাশ পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: elephant death
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য
News

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল
News

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d