Horoscope:
মেষ: কর্ম বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মত বিৰোধ হ’ব পাৰে। বিদ্যার্থীৰ বাবে শুভ সময়। প্রেমত অশুভ। শুভ ৰ’ হালধীয়া।
বৃষ: সাবধানে চলা-ফিৰা কৰিব। দেহত আঘাত পোৱাৰ সম্ভৱনা আছে। প্রেমত মধ্যম। শুভ ৰং ক’লা।
মিথুন: পুৰণি কোনো ৰোগে আমনি কৰিব পাৰে। বিদ্য্যার্থীৰ বাবে নতুন সুযোগ আহিব পাৰে। বিবাহ প্রার্থীৰ বাবে শুভ। শুভ ৰং কমলা।
কর্কট: দিনটো শান্তিপূর্ণ থাকিব। চাকৰিয়ালসকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যাই দেখা দিব। বিদ্যার্থীৰ শুভ। শুভ ৰং মেৰুণ।
সিংহ: ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। প্রেমত কষ্টদায়ক। শুভ ৰং কমলা।
কন্যা: ভ্রমণত শুভ। বন্ধুৰ লগত মত বিৰোধ হ’ব পাৰে। মাতৃৰ শুভ। প্রেমত শুভ। শুভ ৰং ক’লা।
তুলা: ব্যবসায়ীসকলে সাৱধান হোৱাটো ভাল। চাকৰিয়ালৰ শুভ। উত্তৰ দিশে ভ্রমণ নকৰিব। শুভ ৰং নীলা।
বৃশ্চিক: পৰিশ্ৰম কৰিলে বহুত সমস্যা সমাধান হ’ব। নিজৰ ব্যক্তিগত কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব। প্ৰেমৰ ক্ষেত্ৰত শুভ নহয়। শুভ বং ৰঙা।
ধনুঃ বিদ্যার্থীৰ বাবে বাধা থাকিব। যান-বাহন চলাওতে সাৱধান হ’ব। ভ্রমণত কষ্টদায়ক হ’ব। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া।
মকৰঃ শাৰীৰিক বেয়া নহয়। চাকৰিৰ নতুন সুযোগ আহিব। খৰচৰ মাত্রা বৃদ্ধি পাব। প্রেম প্রণয়নত শুভ। শুভ ৰং ৰঙা।
কুম্ভ: মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। দূৰ ভ্ৰমণৰ সুযোগ। বিদ্যার্থীৰ ভ্ৰমণৰ যোগ আছে। শুভ ৰং বেঙুনীয়া।
মীন: ডাঙৰ বিবাদ হোৱাৰ সম্ভৱনা আছে। আনৰ কথা শুনি অশান্তি সৃষ্টি নকৰিব। প্ৰেমত চিন্তিত হ’ব। ভ্রমণ নকৰাই ভাল। শুভ ৰং বগা।