Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Large black market in urea in Sonitpur:ৰাজসাহায্যযুক্ত ২৬৬ টকীয়া সাৰ বিক্ৰী ছশ টকা পৰ্যন্ত, কৃষকৰ হাহাকাৰ

শোণিতপুৰত ইউৰিয়াৰ বৃহৎ ক'লা বজাৰঃ কৃত্রিম নাটনি সৃষ্টিৰে লুণ্ঠন ব্যৱসায়ীৰ

publisher by publisher
February 26, 2025
in Assam, India, News
Reading Time: 1 min read
0
Large black market in urea in Sonitpur:ৰাজসাহায্যযুক্ত ২৬৬ টকীয়া সাৰ বিক্ৰী ছশ টকা পৰ্যন্ত, কৃষকৰ হাহাকাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Deer found in Balipara:শোণিতপুৰৰ বালিপৰাত আঘাতপ্রাপ্ত ফুটুকী হৰিণ উদ্ধাৰ

Trucks loaded with smuggled timber seized:দোকানৰ সন্মুখত বাগৰি পৰিল চোৰাং কাঠভৰ্তি ট্ৰাক ,কথমপি ৰক্ষা দোকানৰ গৰাকী

 Two Teenagers Missing in Gabharu River :গাভৰু নৈত সন্ধানহীন দুই কিশোৰ

Large black market in urea in Sonitpur:

শোণিতপুৰ জিলাত একাংশ ব্যৱসায়ীয়ে কৃত্রিম নাটনি সৃষ্টিৰে ৰাজসাহায্যযুক্ত ইউৰিয়াক লৈ বৃহৎ ক’লা ব্যৱসায় গঢ়ি তুলিছে। চৰকাৰী ইউৰিয়াক লৈ জিলাখনৰ ঢেকিয়াজুলি, ঠেলামৰা, বৰছলা, শিঙৰী, চিতলমাৰী আদি অঞ্চলত ক’লা বজাৰ গঢ়ি উঠিছে। একাংশ অসাধু ব্যৱসায়ীয়ে দৌৰাত্ম্য চলাই ৰাজসাহায্যযুক্ত ২৬৬ টকীয়া ইউৰিয়াৰ বস্তা পাঁচশৰ পৰা ছশ টকাত বিক্ৰী কৰিছে।

ADVERTISEMENT

যিহেতু ইউৰিয়া অবিহনে খেতি কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈছে, গতিকে উচ্চ হাৰতে বহু কৃষকে ইউৰিয়া ক্ৰয় কৰিছে। জিলাখনত দীর্ঘদিন ধৰি অসাধু ব্যৱসায়ীয়ে এনেদৰে কৃষকসকলৰ ওপৰত লুণ্ঠন চলাই আহিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজসাহায্যযুক্ত বাসায়নিক সাৰ অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদৰ জৰিয়তে বিতৰণ কৰি আহিছে। কৃষি বিপণন পৰিষদে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীক ৰাজসাহায্যযুক্ত সাৰ যোগান ধৰে। অৱশ্যে যোৱা নৱেম্বৰৰ পৰা শোণিতপুৰ জিলাত কৃষি সামগ্রী বিপণন পৰিষদৰ জৰিয়তে সাৰৰ যোগান বন্ধ হৈ আছে।

আনহাতে, সাৰ কোম্পানীসমূহে প্রত্যক্ষভারে পাইকাৰী বিক্রেতাক ৰাজসাহায্যযুক্ত সাৰৰ যোগান ধৰি আহিছে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে ইউৰিয়াক লৈ ক’লা বজাৰ গঢ়ি তুলিছে। ইয়াকে কৰিবলৈ ব্যৱসায়ীসকলে ইউৰিয়াৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰিছে। স্থানীয় কৃষকসকলে অভিযোগ কৰা ডিলাৰশ্বিপৰ জৰিয়তে ইউৰিয়া বিতৰণ আৰম্ভ হোৱাৰ পাছতে জিলাখনত ইউৰিয়াক লৈ কৃত্রিম নাটনিৰ সৃষ্টি হৈছে।

‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ আহে যে ঢেকিয়াজুলিৰ শিঙৰী অঞ্চলৰ এজন খুচুৰা ব্যৱসায়ীয়ে দোকানত ইউৰিয়া মজুত থকাৰ পাছতো কৃষকক ইউৰিয়া নাই বুলি জনায়। এনেদৰে একাংশ ব্যৱসায়ীয়ে ইউৰিয়াৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰিছে। পৰিণতিত কৃষকসকলে অধিক দামত ইউৰিয়া ক্ৰয় কৰিবলগীয়া হৈছে। ফলত উৎপাদিত কৃষি সামগ্ৰীৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে।

উপায়ান্তৰ কৃষকসকলে ৰাজসাহায্যযুক্ত ইউৰিয়াক লৈ চলা ক’লা বজাৰ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছে। এই সম্পৰ্কত চিতলমাৰীৰ কৃষক হবিবুৰ ৰহমানে কয়, ‘আমি বাধ্য হৈ অধিক দামত ইউৰিয়া কিনিবলগীয়া হৈছে। যদি চৰকাৰে তাৎক্ষণিক ব্যৱস্থা নলয় তেন্তে আমাৰ খেতিপথাৰৰ ক্ষতি হ’ব।’ একেদৰে আন এজন কৃষক ৰফিকুল ইছলামে কয়, ‘অধিক দাম আৰু ইউৰিয়াৰ অভাৱৰ বাবে আমি যথা সময়ত কৃষি-শস্যত ইউৰিয়া প্রয়োগ কৰিব নোৱাৰো। চৰকাৰ-প্রশাসনে ব্যৱস্থা গ্রহণ কৰা উচিত।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Large black marketSonitpururea Fertilizer
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d