Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Minister of State for Foreign Affairs Pabitra Margherita to visit the Bahamas, Barbados and Nicaragua: ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

বাৰ্বাড’ছত প্ৰধান মন্ত্ৰী মোদীৰ হৈ গ্ৰহণ কৰিব ৰাষ্ট্ৰখনে প্ৰধান মন্ত্ৰীলৈ আগবঢ়োৱা শীৰ্ষ বঁটা, ব্ৰাজিলতো অংশ ল’ব এক বানিজ্যিক কাৰ্যসূচীত

publisher by publisher
February 26, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Minister of State for Foreign Affairs Pabitra Margherita to visit the Bahamas, Barbados and Nicaragua: ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

New Delhi:নতুন দিল্লীত বিশ্ববৰেণ্য ড ভূপেন হাজৰিকা জন্ম শতবর্ষ উদযাপন

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাৰ লেছথ’ ভ্ৰমণ

ৱাকফ আইন, ২০২৫ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে সংবাদমেল

Minister of State for Foreign Affairs Pabitra Margherita to visit the Bahamas, Barbados and Nicaragua:

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী কাৰ্যসূচী লৈ উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱা ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ১ মাৰ্চত উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু ওৰ্চিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। যোৱা বছৰৰ নৱেম্বৰত গায়ানাত অনুষ্ঠিত ২য় ভাৰত-কাৰিকম শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ভাৰত আৰু বাহামাছৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ পৰৱৰ্তী পদক্ষেপ হ’ব মন্ত্ৰী গৰাকীৰ এই বাহামাছ ভ্ৰমণ।

ADVERTISEMENT

বাৰ্বাড’ছত মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত ভাৰত-কাৰিকম শীৰ্ষ সন্মিলন আৰু তাৰ ঠিক পিছতে অনুষ্ঠিত দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছৰ দ্বিপাক্ষিক সম্পৰ্কক পৰ্যালোচনা কৰাৰ উপৰিও সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘোষণা কৰা ‘Honorary Order of Freedom of Barbados’ শীৰ্ষক সন্মানজনক বঁটাটি প্ৰধানমন্ত্ৰীৰ হৈ গ্ৰহণ কৰিব। ভ্ৰমণসূচীৰ অন্তিম পৰ্বত মন্ত্ৰীগৰাকীয়ে নিকাৰাগুৱা ভ্ৰমণ কৰিব য’ত তেওঁ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণেই হ’ব নিকাৰাগুৱালৈ প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰীৰ ভ্ৰমণ।

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ এই চাৰি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত, তেওঁ বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ লোৱাৰ উপৰি দেশসমূহৰ শীৰ্ষ ৰাজনৈতিক, ব্যৱসায়িক তথা ঔদ্যোগিক নেতৃত্ব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰী প্রকল্পসমূহো পৰিদৰ্শন কৰিব।

মন্ত্ৰীগৰাকীয়ে যাত্ৰাপথত ২৭ ফেব্ৰুৱাৰীত ব্ৰাজিলৰ ছাও পাওলোত ক্ষন্তেকৰ বাবে জিৰণি লোৱাৰ সময়ত এক ব্যৱসায়িক গোষ্ঠীসমূহৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু সংশ্লিষ্ট দেশসমূহৰ মাজৰ উষ্ম, বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BahamasBarbados and Nicaragua VisitMinister of State for Foreign AffairsPabitra Margherita
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d