Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bhutan Agriculture Minister Calls on Assam Governor: ৰাজভৱনত অসমৰ ৰাজ্যপালক সাক্ষাৎ ভূটানৰ কৃষি মন্ত্ৰীৰ 

publisher by publisher
February 26, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Bhutan Agriculture Minister Calls on Assam Governor: ৰাজভৱনত অসমৰ ৰাজ্যপালক সাক্ষাৎ ভূটানৰ কৃষি মন্ত্ৰীৰ 
2
SHARES
15
VIEWS
ShareShareShareShare

Bhutan Agriculture Minister Calls on Assam Governor:

চুবুৰীয়া ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউণ্টেন ফুন্টোৰ নেতৃত্বত ভূটানৰ এঘাৰজনীয়া উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক বুধবাৰে ৰাজভৱনত সাক্ষাৎ কৰে। ভূটানী প্ৰতিনিধি দলটোৰে ৰাজ্যপালৰে হোৱা বৈঠকৰ সময়ত ৰাজ্যপাল আচাৰ্যই সাংস্কৃতিক, ঐতিহাসিক, আৰু অৰ্থনৈতিক আদান-প্ৰদানৰ জৰিয়তে যুগ যুগ ধৰি দুই বন্ধুৰাষ্ট্ৰৰ মাজত থকা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ কথা উল্লেখ কৰে ৷

ADVERTISEMENT

তেওঁ আৰু উল্লেখ কৰে যে ভাৰত আৰু ভূটান দুয়োখনেই ইজনে সিজনৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰ প্ৰশংসাৰ অংশীদাৰ, যাৰ উদাহৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভূটানৰ পঞ্চম আৰু বর্তমানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ মাজত থকা বন্ধুত্ব।

RelatedPosts

Assam Governor Lakshman Prasad Acharya inaugurates Darranga Immigration Check Post:ভাৰত- ভূটান সীমান্তৰ দৰঙাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদে মুকলি কৰিলে ইমিগ্ৰেচন চেক পোষ্ট

Haryana CM  Nayab Singh Saini Oath:হাৰিয়ানাত ৰাজনৈতিক অঘটন !

Vice-Chancellor Of Boroland University 0n Compulsory Leave:অৱশেষত বাধ্যতামূলক ছুটী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক

bhutan 2ৰাজ্যপাল গৰাকীয়ে পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰত পৰিৱেশ পৰ্যটন আৰু সংৰক্ষণৰ প্ৰসাৰৰ বাবে যৌথ প্ৰচেষ্টাৰ আহ্বান জনায়। অসম-ভূটানৰ অংশীদাৰিত্বক সমৃদ্ধ কৰাৰ উপায় হিচাপে আধ্যাত্মিক পৰ্যটন চাৰ্কিট বৃদ্ধি কৰাৰ প্ৰস্তাৱো তেওঁ আগবঢ়ায়।

শিক্ষা আৰু দক্ষতা বিকাশৰ সন্দৰ্ভত ৰাজ্যপাল আচাৰ্যই অসম চৰকাৰৰ পদক্ষেপক আঙুলিয়াই দিয়ে, য’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ৫ খন আসন ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত কৰিছে৷ এই পদক্ষেপে ভূটানৰ যুৱক-যুৱতীসকলক অসমত উপলব্ধ বিশ্বমানৰ শিক্ষা আৰু দক্ষতাৰ সুবিধা প্ৰদান কৰি সবলীকৰণৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

ৰাজ্যপাল আচাৰ্যই বহনক্ষম কৃষি পদ্ধতিত দেশৰ নেতৃত্বক স্বীকৃতি দি জৈৱিক কৃষিৰ প্ৰসাৰৰ ক্ষেত্ৰত ভূটানে কৰা প্ৰচেষ্টাকো প্ৰশংসা কৰে।

bhutan 3আনহাতে ভূটানী কৃষি মন্ত্ৰী গৰাকীয়ে আগন্তুক গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পৰ বিষয়ে ৰাজ্যপালক অৱগত কৰি ভূটান আৰু অসম উভয়ৰে বাবে ইয়াৰ সম্ভাৱ্য লাভৰ ওপৰত আলোকপাত কৰে। এই প্ৰকল্পৰ সফল বাস্তৱায়নৰ বাবে মন্ত্ৰী গৰাকীয়ে ৰাজ্যপালৰ সমৰ্থন আৰু সমন্বয়ৰ বাবে অনুৰোধ জনায়, যাৰ প্ৰতি ৰাজ্যপাল আচাৰ্যই সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Governor Lakshman Prasad AcharyaBhutan Agriculture MinisterRajbhawanYounten Phuntsho
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d