Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সম্পত্তিৰ বিবাদক লৈ পত্নীয়ে হত্যা কৰিলে কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক!

প্ৰকাশ্যেত চাঞ্চল্যকৰ তথ্য

publisher by publisher
April 21, 2025
in India, News
Reading Time: 1 min read
0
সম্পত্তিৰ বিবাদক লৈ পত্নীয়ে হত্যা কৰিলে কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক!
1
SHARES
8
VIEWS
ShareShareShareShare

Murder : সম্পত্তি বিবাদৰ বাবে পত্নীয়ে হত্যা কৰিলে কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী প্ৰধান ! প্ৰাথমিকভাৱে এইটোৱেই অনুমান কৰিছে আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছত, প্ৰাক্তন আৰক্ষীৰ ঘৰৰ আন সকলক সোধা-পোছা কৰা হৈছে।

ADVERTISEMENT

তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে সন্দেহ কৰিছে যে প্ৰাক্তন আৰক্ষী বিষয়া ওম প্ৰকাশক সম্ভৱতঃ তেওঁৰ পত্নীয়ে হত্যা কৰিছিল। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই আৰক্ষীয়ে। অৱশ্যে সূত্ৰ অনুসৰি ওম প্ৰকাশৰ পত্নীক মূল সন্দেহজনক বুলি গণ্য কৰা হৈছে।

RelatedPosts

একেৰাহে পাঁচ বটল মদ্যপান, ১০ হেজাৰ টকাৰ বাজি জিকিবলৈ গৈ প্রাণ হেৰুৱালে যুৱকে !

চীনত স্থাপন কৰা হৈছে বিশ্বৰ প্ৰথমটো সোণৰ এটিএম

এবছৰত ১৫৫ কোটি টকা আয় !

কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক ওম প্ৰকাশৰ ৰক্তাক্ত মৃতদেহ দেওবাৰে বেংগালুৰুৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। উদ্ধাৰকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, ঘৰৰ মজিয়াত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছিল ওম প্ৰকাশৰ ৰক্তাক্ত মৃতদেহ ।

সেই সময়ত আৰক্ষীয়ে এই ঘটনাত পৰিয়ালৰ লোক জড়িত থকাৰ সন্দেহ কৰে।

পল্লৱী আৰু ওম প্ৰকাশৰ কন্যাক সোধা-পোছা কৰে আৰক্ষীয়ে। ৰহস্য সমাধানৰ বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ওম প্ৰকাশৰ বুকু আৰু পেটত একাধিক ছুৰীৰ আঘাত দেখিবলৈ পুৱা গৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইয়াৰ পাছতে প্ৰশ্ন উত্থাপন হয়, ওম প্ৰকাশক পত্নীয়ে হত্যা কৰিছিল নেকি?

সূত্ৰ অনুসৰি, ওম প্ৰকাশে তেওঁৰ সকলো সম্পত্তি এজন আত্মীয়ৰ নামত লিখিছিল। দেওবাৰে আবেলি, ওম প্ৰকাশ আৰু তেওঁৰ পত্নীৰ মাজত এই বিষয়ক লৈ তীব্ৰ তৰ্ক হয়।

তৰ্কাতৰ্কীৰ মাজতে ওম প্ৰকাশৰ পত্নীয়ে তেওঁৰ চকুত জলকীয়া গুৰি দলিয়াইছিল। ইয়াৰ পাছতে তেওঁক বান্ধি লৈ একাধিকবাৰ ছুৰীৰে আঘাত কৰে । তাৰ পাছত তেওঁ বন্ধু এজনক ফোন কৰিলে। সেই বন্ধুজনে আৰক্ষীক খবৰ দিলে।

অনুমান কৰা হৈছে যে সমগ্ৰ ঘটনাটো ঘৰৰ প্ৰথম মহলাত সংঘটিত হৈছে। তথ্য অনুসৰি, সেই সময়ত ওম প্ৰকাশৰ কন্যা ঘৰৰ আন এটা মহলাত আছিল।

অৱশ্যে, আৰক্ষীয়ে এতিয়াও ওম প্ৰকাশৰ পত্নীক গ্ৰেপ্তাৰ কৰা নাই। বেংগালুৰুৰ এচিপি বিকাশ কুমাৰে জনাই যে প্ৰাক্তন আৰক্ষীৰ পুত্ৰৰ অভিযোগৰ ওপৰত এখন এজাহাৰ পঞ্জীয়ন কৰা হ’ব। তেওঁ জনাইছে যে অনাগত দিনত সম্পূৰ্ণ তদন্ত কৰা হ’ব।

এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে যে ঘৰুৱা বিবাদৰ বাবে ওম প্ৰকাশৰ শৰীৰত চুৰিটো ছুৰিকাঘাত কৰা হৈছিল।

প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়। ওম প্ৰকাশ এজন ১৯৮১ বেচৰ আইপিএছ বিষয়া। ২০১৫ চনত, তেওঁ কৰ্ণাটক আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হৈছিল।

তাৰ আগতে, তেওঁ অগ্নি নিৰ্বাপক বিভাগ, গৃহৰক্ষী বাহিনী আৰু জৰুৰীকালীন সেৱাৰ দায়িত্বত আছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Karnataka
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d