Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ডুবাই-কলম্বো-ছিংগাপুৰ বন্দৰত সলনি হয় ‘মেড ইন ইণ্ডিয়া’ৰ লেবেল

publisher by publisher
April 28, 2025
in India, News
Reading Time: 1 min read
0
ডুবাই-কলম্বো-ছিংগাপুৰ বন্দৰত সলনি হয় ‘মেড ইন ইণ্ডিয়া’ৰ লেবেল
2
SHARES
18
VIEWS
ShareShareShareShare

যোৱা ২২ এপ্ৰিলৰ কাশ্মীৰৰ পহলগামৰ নাৰকীয় কাণ্ডৰ পাছত ভাৰতে গ্ৰহণ কৰা এলানি কঠোৰ কূটনৈতিক পদক্ষেপৰ প্ৰত্যুত্তৰ দি পাকিস্তানেও কেতবোৰ সিদ্ধান্ত ল’লেও দুয়োখন দেশৰ মাজত বেহা-বেপাৰ অব্যাহত আছে।

ADVERTISEMENT

আনকি ইছলামাবাদে ভাৰতৰ স’তে বাণিজ্যিক সম্পৰ্ক নিষিদ্ধ কৰাৰ পাছতো ভাৰতৰ পৰা প্ৰতিবেশী দেশখনলৈ সা-সামগ্ৰী ৰপ্তানি বন্ধ হোৱা নাই ৰপ্তানি-আমদানি বেহাৰ স’তে জড়িত কেতবোৰ সংস্থাই কৌশলেৰে এই বেহা অব্যাহত ৰাখিছে।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

এই তথ্য সদৰী কৰি এটা সংস্থাই প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা বছৰি পাকিস্তানলৈ কমেও ৮৫ হেজাৰ কোটি টকাৰ সা-সামগ্ৰী ৰপ্তানি হয়। এই সম্পৰ্কত ‘গ্ল’বেল ট্রেড ৰিচাৰ্ছ ইনিচিয়েটিভ’ (জিটিআৰআই)-এ কয় যে ভাৰতৰ পৰা এই বৃহৎ অংকৰ ধনৰ সামগ্ৰী বিভিন্ন দেশৰ বন্দৰৰে পাকিস্তানলৈ যায়।

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ পৰা পণ্য ডুবাই, কলম্বো বা ছিংগাপুৰ বন্দৰলৈ প্ৰথমে যায়। এই বন্দৰসমূহত ৰপ্তানিকৃত সামগ্ৰী জাহাজৰ পৰা নমাই বন্দৰৰ গুদামত ৰখা হয়।

এনে গুদামত অস্থায়ীভাৱে সামগ্ৰী ৰখাৰ বাবদ কোনো শুল্ক দিবলগীয়া নহয়। বন্দৰৰ গুদামত ৰখাৰ সময়ত বিভিন্ন সামগ্ৰীৰ টোপোলাত থকা ‘লেবেল’ফালি পেলোৱা হয় বুলি উল্লেখ কৰি জিটিআৰআয়ে কয়, ‘সা-সামগ্ৰীসমূহৰ লেবেল আঁতৰোৱাৰ পাছত নতুন লেবেল লগোৱা হয়। উদাহৰণ স্বৰূপে ভাৰতত তৈয়াৰী সামগ্ৰীত আৰব আমিৰ শ্বাহীত তৈয়াৰী (মেড ইন আৰব আমিৰ শ্বাহী) লেবেল লগোৱা হয়। পণ্যত এই লেবেল লগোৱা শেষ হোৱাৰ পাছতে পাকিস্তানলৈ প্ৰেৰণ কৰা হয়।’

এই সম্পৰ্কত জিটিআৰআইৰ সূত্ৰই সংবাদ মাধ্যমক কয় যে ভাৰতৰ পৰা প্ৰেৰিত পণ্য তৃতীয় এখন দেশ ঘূৰি পাকিস্তানলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত ভাৰতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পায়। উদাহৰণ স্বৰূপে ধৰা হওঁক ভাৰতৰ পৰা কোনো সংস্থাই পাকিস্তানলৈ গাড়ীৰ যন্ত্রাংশ ৰপ্তানি কৰে।

সংস্থাটোৱে ডুবাই বন্দৰলৈ এনে এক লাখ যন্ত্রাংশ প্ৰেৰণ কৰে। ভাৰতীয় মুদ্ৰাত এই যন্ত্রাংশৰ মূল্য ৮৫ লাখ টকা। ডুবাই বন্দৰত এই যন্ত্রাংশসমূহ সংযুক্ত আৰব আমিৰ শ্বাহীত তৈয়াৰী বুলি লেবেল লগোৱা হয়। পাছত এই যন্ত্রাংশ এক লাখ ৩০ হেজাৰ ডলাৰ (প্ৰায় এক কোটি টকা)ত পাকিস্তানত বিক্ৰী কৰা হয় ৷

কাৰণ এই ৰপ্তানিকৃত পণ্যৰ মূল্যৰ স’তে ডুবাই বন্দৰত লগোৱা লেবেলৰ খৰচ আৰু নথিপত্ৰ সলনিৰ খৰচো যোগ কৰা হয়। জিটিআৰআইৰ মতে, এনেদৰে এখন দেশৰ পৰা আন এখন দেশলৈ সা-সামগ্ৰী ৰপ্তানি হোৱাটো বেআইনী নহয়। তাৰ পৰিৱৰ্তে এনে বেহাক ধূসৰ বুলি কোৱা হয়।

ইপিনে, এক তথ্য অনুসৰি, ২০২৪ৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈ ভাৰতৰ পৰা পাকিস্তানলৈ ৪৪৬.৭ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় তিনি হেজাৰ কোটি টকাৰ সামগ্ৰী যায়। ইয়াৰ বিপৰীতে উক্ত সময়ছোৱাত পাকিস্তানৰ পৰা ০.৪২ নিযুত ডলাৰৰ অৰ্থাৎ প্ৰায় তিনি কোটি টকা মূল্যৰ পণ্য আমদানি কৰে।

পাকিস্তানে ভাৰতৰ পৰা ৰপ্তানি কৰা সা-সামগ্ৰীসমূহৰ ৬০ শতাংশই হৈছে ঔষধ আৰু ৰাসায়নিক দ্রব্য। তদুপৰি দেশখনলৈ ভাৰতৰ পৰা চেনি, কফি, চাহ, কিছু পৰিমাণৰ শাক-পাচলি, মছলা, পেট্ৰ’লিয়ামজাত পণ্য, সাৰ, প্লাষ্টিক, ৰবৰ, গাড়ীৰ যন্ত্রাংশ আদি ৰপ্তানি হয়।

আনহাতে, ভাৰতে পাকিস্তানৰ পৰা ফলমূল, বাদাম, তৈল বীজ, ঔষধি গছ আৰু জৈৱ-ৰাসায়নিক দ্ৰব্য আমদানি কৰে। আনহাতে, একাংশৰ মতে, শেহতীয়াভাৱে পহলগাম কাণ্ডক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা তুংগত উঠিছে যদিও দ্বিপাক্ষিক বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ সম্ভাৱনা ক্ষীণ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiPahelgamPakistan
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d