মেষ: আনে সমালোচনা কৰি ক্ষতি কৰিব নোৱাৰিব। পৰিয়ালত নতুন সু-সংবাদ পাব। অযথা খৰচ বৃদ্ধি। শিক্ষাত শুভ। শুভ ৰং বগা। অশুভ ৰঙা। শুভ সংখ্যা ৩।
বৃষ: গোপন শত্রু বৃদ্ধি, কর্মব্যস্তত। সহকর্মীৰ স’তে বিবাদ হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা। অশুভ মৃগা। শুভ সংখ্যা ৪।
মিথুন: ধার্মিক স্থান দৰ্শন। শৰীৰৰ কিছু সমস্যা হ’ব পাৰে। মানসিক কিছু অশান্তি। আয়-ব্যয় সমানুপাতিক। শুভ ৰং হালধীয়া। অশুভক’লা। শুভ সংখ্যা ২।
কর্কট: মনলৈ আহিলেও যিকোনো কাম নকবিৰ। ভাবি-চিন্তি সিদ্ধান্ত ল’ব। সন্তানৰ সুখ। শুভ ৰং আকাশী। অশুভ নীলা। শুভ সংখ্যা ৬।
সিংহ: যান-বাহনৰ পৰা সাৱধান। বিবাহৰ সংযোগ। সন্তানক লৈ চিন্তা। পেটৰ সমস্যা হ’ব পাৰে। শুভ ৰং সোণালী। অশুভ ক’লা। শুভ সংখ্যা ৫।
কন্যা: প্রয়োজনতকৈ আনক বেছি গুৰুত্ব নিদিব। খাদ্যৰ প্ৰতি সচেতন হওক। আলহীৰ আগমন। শুভ ৰং মুগা। অশুভ নীলা। শুভ সংখ্যা ১।
তুলা: কৰ্মতক্ষেত্ৰত আনৰ পৰা সহযোগ পাব। খং কমাওক। ৰক্তচাপ বৃদ্ধি। আনৰ প্ৰশংসা পাব। শুভ ৰং হালধীয়া। অশুভ ৰঙা। শুভসংখ্যা ৪।
বৃশ্চিক: শিক্ষাৰ ক্ষেত্ৰত দিনটো শুভ। প্ৰেমৰ ক্ষেত্ৰত সমস্যা হ’ব পাৰে। পেটৰ অসুখ হ’ব পাৰে। শুভ ৰং ৰঙা। অশুভ নীলা। শুভসংখ্যা ৫।
ধনু: যাকে-তাকে সংগ নিদিব। দুষ্টলোকৰ পৰা সতৰ্ক থাকক। গোপন কথা কাকো নক’ব। খৰচ বৃদ্ধি। শুভ ৰং বগা। অশুভ ক’লা। শুভসংখ্যা ৪।
মকৰ: পুৰণি স্মৃতিয়ে আমনি কৰিব। কোনো লোকে বদনাম দিব। সন্তানক লৈ চিন্তা। বিদ্যাত শুভ। শুভ ৰং নীলা। অশুভ ক’লা। শুভ সংখ্যা ২।
কুম্ভ: কোনো কথা আনৰ ওপৰত নিৰ্ভৰ নকৰিব। ব্যৱসায়ত উন্নতি। যান-বাহনৰ পৰা সাৱধান। শুভ ৰং আকাশী। অশুভ ৰঙা। শুভসংখ্যা ৫।
মীন: দূৰ ভ্ৰমণ নকৰিব। স্বাস্থ্যৰ সমস্যাই দেখা দিব। প্রেমত কাজিয়াৰ সৃষ্টি হ’ব পাৰে। শুভ ৰং সোণালী। অশুভ ক’লা। শুভ সংখ্যা ১।