NEMSU:আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ:নেমছু’ৰ সভাপতি বদৰুল ইছলাম

badrul islam

NEMSU:আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ:নেমছু’ৰ সভাপতি বদৰুল ইছলাম |

ADVERTISEMENT

আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ এই মন্তব্য নেমছু’ৰ সভাপতি বদৰুল ইছলাম | উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে যোৱাকালি বি.আৰ .গাবই  যিহেতু শপত গ্ৰহণ কৰিছে । আমি আশাবাদী নতুন বিচাৰকে মুছলমান সমাজক দিব আশাৰ বতৰা, মুছলমান সমাজক ন্যায় দিব আৰু মুছলমানৰ সম্পত্তি ৰক্ষা কৰিব। যিটো সময়ত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে সেইটো সময়ত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত কিছুমান ৱাকফ সম্পত্তি থকা মছজিদ, মাদ্ৰাছা আৰু দৰগাহৰ ওপৰত বুলডুজাৰ লগাই ভাঙি দিয়াটো দুৰ্ভাগ্যজনক কথা। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি, কি খায় নাখায়,কি কৰে নকৰে তাক লৈ ব্যস্ত থাকে মাথোঁ |

 

Exit mobile version