Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৱাকফ আইন, ২০২৫ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে সংবাদমেল

publisher by publisher
May 5, 2025
in Assam, News
Reading Time: 1 min read
0
ৱাকফ আইন, ২০২৫ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে সংবাদমেল
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

New Delhi:নতুন দিল্লীত বিশ্ববৰেণ্য ড ভূপেন হাজৰিকা জন্ম শতবর্ষ উদযাপন

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাৰ লেছথ’ ভ্ৰমণ

দুদিনীয়া কাৰ্যসূচীৰে মেলেছিয়ালৈ যাব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শেহতীয়াকৈ সংসদত গৃহীত ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আজি এক সংবাদমেল সম্বোধন কৰে।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই আইনখনক এক “সময়োচিত পৰিৱৰ্তন” বুলি অভিহিত কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, এই আইনৰ উদ্দেশ্য হৈছে ঐতিহাসিক ভাৰসাম্যহীনতা সংশোধন কৰা আৰু অধিক স্বচ্ছতা, ন্যায়সঙ্গত প্ৰতিনিধিত্ব, অন্তৰ্ভুক্তি আৰু দায়বদ্ধতাৰে পৰিচালিত হোৱাটো নিশ্চিত কৰা।

আইনখন গৃহীত হোৱাৰ আঁৰত থকা গণতান্ত্ৰিক আৰু পৰামৰ্শমূলক দৃষ্টিভংগীৰ কথা উল্লেখ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে এই আইনৰ সংশোধনী বিগত পাঁচ মাহত ৩১ জনীয়া যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) ৩৮ খন বৈঠক, ৭,৭৭২ খন আৱেদনৰ পৰ্যালোচনা, ২৮৪ টা প্ৰতিনিধি দলৰ পৰামৰ্শ, প্ৰায় এক কোটি অনলাইন পৰামৰ্শৰ বিশ্লেষণ তথা ২৫ ঘণ্টাতকৈও অধিক সংসদীয় আলোচনাৰ মাজেৰে হয়।

এই সংশোধনীৰ এটা মুখ্য বৈশিষ্ট্য হৈছে অন্তৰ্ভুক্তি, যাৰ ভিতৰত আছে প্ৰান্তীয় মুছলমান গোটবোৰৰ বাধ্যতামূলক প্ৰতিনিধিত্ব – বোহৰা আৰু আঘাখানি সম্প্ৰদায়ৰ লগতে পিছপৰা শ্ৰেণীৰ মুছলমানসকলৰ পৰা এজনকৈ সদস্য নিশ্চিত ৰূপত অন্তৰ্ভুক্তি কৰাৰ ইপৰিও দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সদস্য ৱাকফ বোৰ্ডত অন্তৰ্ভুক্ত কৰা।

ইয়াৰ লগতে এতিয়াৰে পৰা এক ঐতিহাসিক পদক্ষেপ হিচাপে অতি কমেও দুগৰাকী মুছলমান মহিলাই প্ৰতিটো ৱাকফ বোৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদত সেৱা আগবঢ়াই দীৰ্ঘম্যাদী স্বীকৃতি নিশ্চিত কৰিব।

সমঅধিকাৰৰ ওপৰত বক্তব্য ৰাখি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মহিলা উত্তৰাধিকাৰীসকলে প্ৰথমে তেওঁলোকৰ আইনী উত্তৰাধিকাৰ লাভ নকৰিলে পৰিয়ালৰ ৱাকফ (ৱাকফ-আলাল-আউলাদ) এতিয়া নিষিদ্ধ কৰা হ’ব, যাৰ ফলত মহিলাৰ সম্পত্তিৰ অধিকাৰ উপেক্ষা কৰিবলৈ প্ৰায়ে ব্যৱহৃত দীৰ্ঘদিনীয়া সুৰুঙা বন্ধ হ’ব।

এই আইনখনে বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু অনাথসকলৰ বাবে বিত্তীয় সমৰ্থন অন্তৰ্ভুক্ত কৰাৰ বাবে ৱাকফ-আলাল-আউলাদৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব, বিত্তীয় সুৰক্ষা, লিংগ ন্যায় আৰু সামূহিক উন্নতিৰ প্ৰতি আইনৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিব।

ৱাকফ সম্পত্তিৰ অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত গুৰুত্ব দি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে যে ৱাকফ সম্পত্তিৰ মূল্য প্ৰায় ১.২ লাখ কোটি হোৱা স্বত্বেও, ২০২৫ চনত তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন আছিল মাত্ৰ ১২৬ কোটি – যিয়ে স্পষ্ট বৰ্ডৰ অদক্ষতা প্ৰতিফলিত কৰে।

ই চাচাৰ কমিটিৰ ২০০৬ চনৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ সৈতে সাম্ভাব্য বাৰ্ষিক ৰাজহ ১২,০০০ কোটি পৰিসংখ্যাৰ সম্পূৰ্ণ বিপৰীত। সংশোধনীখনে গাঁথনিগত সংস্কাৰ, পেছাদাৰী পৰ্যৱেক্ষণ আৰু দায়বদ্ধতা প্ৰণালী প্ৰৱৰ্তন কৰি এই ব্যৱধানটো সমাধান কৰিব।

সত্যতা নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে এই আইনে এতিয়া কেৱল কমেও পাঁচ বছৰ ধৰি ইছলাম ধৰ্ম পালন কৰা ব্যক্তিসকলক ৱাকফ ঘোষণা কৰিবলৈ অনুমতি দিব। ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফৰ ধাৰণা, য’ত দীঘলীয়া ব্যৱহাৰে ভূমিক ৱাকফৰ সম্পত্তিলৈ ৰূপান্তৰ কৰিব পাৰে, সংশোধনীত এইটো বিষয়টোও বাতিল কৰা হৈছে।

এই আইনখনে ডিজিটেল শাসনৰ সূচনা কৰিছে। সকলো ৱাকফ ৰেকৰ্ড এতিয়া এক ৰাষ্ট্ৰীয় ডিজিটেল পৰ্টেলত কেন্দ্ৰীভূত কৰা হ’ব, যাৰ দ্বাৰা পঞ্জীয়ন, পৰিৱৰ্তন, অডিট, লীজ আৰু মোকৰ্দমাৰ তথ্য ৰাজহুৱাভাৱে প্ৰাপ্ত কৰিব পাৰিব।

ভূমি ৰেকৰ্ড আৰু জিঅ’টেগিঙৰ সৈতে একত্ৰীকৰণে স্বচ্ছতা বৃদ্ধি কৰিব আৰু বেদখল আৰু অপব্যৱহাৰ দূৰ কৰাত সহায় কৰিব।

আইনখনক “নৈতিক পুনৰ নিৰ্ধাৰণ” বুলি অভিহিত কৰি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এই আইনখন এক নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

পবিত্ৰ মাৰ্ঘেৰিটাই উত্তৰ-পূবক , বিশেষকৈ মিজোৰামৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ স’তে সংগতি ৰাখি ভাৰতৰ ‘অষ্টলক্ষ্মী’ৰ অংশ হিচাপে অভিহিত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pabitra Margherita
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d