Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NEMSU:বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সম-অধিকাৰ দিয়াৰ আহ্বান নেমছু’ৰ

publisher by publisher
March 1, 2025
in Assam, India, News
Reading Time: 2 mins read
0
NEMSU:বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সম-অধিকাৰ দিয়াৰ আহ্বান নেমছু’ৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nemsu:মুছলমান হিচাপে জন্ম লোৱাটো আমাৰ ভূল হৈছে নেকি,মুছলমান সকল মানুহ নহয় নেকি চৰকাৰক প্ৰশ্ন নেমছু’ৰ সভাপতি বদৰুল ইছলামৰ

NEMSU:আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ:নেমছু’ৰ সভাপতি বদৰুল ইছলাম

 Rakibul Hussain:ৰকিবুল হুছেইনক আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ,কংগ্ৰেছ সহ বিভিন্ন দল- সংগঠনৰ গৰিহণা,দোষীক কঠোৰ শাস্তিৰ দাবী

NEMSU:

বৰ্তমানৰ বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সমাধিকাৰ প্ৰদান কৰিবলৈ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আহ্বান জনায় নেমছু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে।এক প্ৰেছ বিজ্ঞপ্তিত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু‘ৰ কেন্দ্রীয় সমিতিৰ সভাপতি বদৰুল ইছলামে কয় যে বিটিআৰৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ বাসিন্দা হিচাপে বিটিআৰ চৰকাৰে ধর্মীয় সংখ্যালঘু লোক সকলৰ সৰ্বাঙ্গীন উন্নয়ন, ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত অধিক গুৰুত্ব দিয়াৰ বাবে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু চৰকাৰক দাবী জনায়।

ADVERTISEMENT

নেমছু’ৰ সভাপতি গৰাকীয়ে কয়- পূৰ্বৰ চৰকাৰৰ সময়ত হোৱা ভাতৃঘাতি সংঘৰ্ষৰ সময়ত কিমান মুছলমান লোকক হত্যা কৰা হল, কিমান মানুহৰ ঘৰ জ্বলিল আৰু এতিয়াও কিমান লোক ভূমিহীন-গৃহহীন হৈ আছে তাৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব লাগে।বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মুছলমান লোক সকলৰ পৰিয়ালৰ কিমানক কিমান টকাৰ আৰ্থিক সাহাৰ্য অথবা ক্ষতিপূৰণ দিয়া হ’ল তাকো ৰাজহুৱা কৰাৰ দাবী জনায়?তাৰোপৰি বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মুছলমান পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰাৰো দাবী জনায় নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

তাৰোপৰি বৰ্তমানৰ বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীৰ লগতে মুছলমান সকলৰ উন্নয়নৰ বাবে ‘বিটিআৰ হেপিনেছ মিছনৰ’ জৰিয়তে যি ‘ভিশ্যন ডকুমেণ্টছ’ প্রকাশ কৰিছে তাত উল্লেখ থকা আৰু নথকা মুছলমান সকলৰ অভাৱ-অভিযোগ আৰু সমস্যাসমূহ সমাধান কৰাৰ বাবে বিটিআৰ চৰকাৰক দাবী জনায় নেমছু’ৰ সভাপতি বদৰুল ইছলামে।বৰ্তমানৰ বিটিআৰত শান্তি বিৰাজমান হোৱা বাবে কেন্দ্রীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু উক্ত চুক্তিত স্বাক্ষৰ কৰাৰ লগতে বিটিআৰ শান্তি চুক্তিত আগভাগ লোৱা প্ৰতিজন ব্যক্তিক নেমছু’ৰ তৰফৰ পৰা ধন্যবাদ জনায়।

বিটিআৰৰ সংখ্যালঘু সকলৰ মূল সমস্যাৰ ভিতৰত অন্যতম জ্বলন্ত সমস্যা হৈছে ভূমিৰ সমস্যা।আগন্তুক ছয় মাহৰ ভিতৰত বিটিআৰৰ প্ৰতিজন লোকৰ ভূমিৰ সমস্যাৰ সমাধানৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি দীৰ্ঘদিনীয়া এই সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে।বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বৰ পৰা যিসকল মুছলমান লোক য’ত যেনেকৈ বসবাস কৰাৰ লগতে খেতবাতি কৰি সপৰিয়ালে জীয়াই আছে তাতেই তেওঁলোকৰ ভূমিৰ পট্টা প্ৰদান কৰিব লাগে।

লাফিকুল ইছলাম হত্যাকাৰীক গ্ৰেপ্তাৰৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰ-প্ৰশাসনে।বিটিচি চুক্তিৰ পূৰ্বৰ পৰাই যি সকল ভাৰতীয় লোকৰ নামত সন্দেহযুক্ত ডি’ লগাই হাৰাশাস্তি কৰা হৈ আছে ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ আগৰ পৰা ডি’ উঠাই দিব লাগে।সেইসকল ভাৰতীয় লোকক ৰাজনৈতিক আৰু মৌলিক অধিকাৰত বাধা দিয়াৰ অধিকাৰ কাৰো নাই।এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে নেমছু’ৰ সভাপতি বদৰুল ইছলামে।বিটিআৰৰ বহু সংখ্যালঘূ অঞ্চলত আজিলৈকে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম।

সেইসমূহ বিদ্যালয়ত শিক্ষক নিযুক্তি দিব লাগে আৰু বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব লাগে।বিটিআৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ড গঠন কৰিব লাগে।সংখ্যালঘু অঞ্চলক সামৰি বিটিআৰত নতুন সমষ্টি গঠন কৰি ধৰ্মীয় সংখ্যালঘুৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি ৰাখিব লাগে।সংখ্যালঘু অঞ্চলৰ ৰাস্তা-ঘাট-কালভাৰ্ট, দলং আদিৰ উন্নয়ন,চিকিৎসালয় স্থাপন,শ্বহীদ লাফিকুল ইছলামৰ নামত এখন বিশ্ববিদ্যালয় আৰু ষ্টেডিয়াম স্থাপন, বিশুদ্ধ খোৱাপানীৰ সু-ব্যাৱস্থা কৰা,কৃষকৰ উন্নয়ন, সংখ্যালঘু নিবনুৱাক জনসংখ্যা অনুপাতে আৰু যোগ্যতা অনুযায়ী নিযুক্তি দিয়া,সংখ্যালঘু নিবনুৱাক ঠিকা-ঠুকুলি প্ৰদান কৰা।

তাৰোপৰি যিসমূহ ভূমিত সংখ্যালঘু লোক সকল ঘৰ সাজি বসবাস কৰি আছে, দখল কৰি খেতিবাতি কৰি আছে বা তৌজি ভূমি সমূহৰ খাজনা লোৱাৰ ব্যৱস্থা অতি শীৰ্ঘেই কৰিবলৈ বিটিআৰ চৰকাৰক দাবী জনায় নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NEMSUPresident Badarul Islam
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d