Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Uzan Bazar liquor depot demolished:ডিএছ পি জীয়ৰীয়ে উৎখাত কৰোৱালে পিতৃৰ অবৈধ সুৰাৰ ঘাটি

    জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক

    Nalbari:নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি

    AAASA:চিকিৎসক অঞ্জলি এক্কা আৰু মাৰ্টিনা টুডুলৈ অভিনন্দনঃআছা

    Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 

    Free admission:বিনামূলীয়া নামভর্তিক লৈ সচিব-মন্ত্ৰীৰ বিপৰীত জাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Secondary Education: এইবাৰ নিম্ন-উচ্চ প্রাথমিকৰ ৯৪৪টা শিক্ষকৰ পদ বিলুপ্তিৰ জাননী

মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জাননী জাৰি,২৫ খন জিলাৰ পৰা বৃহৎ সংখ্যক পদ বিলুপ্ত, অধিকাংশই ভাষা বিষয়ৰ শিক্ষক, ৰাজ্যৰ শিক্ষাখণ্ডত এফালে পদ বিলুপ্তি, আনফালে শিক্ষকৰ নাটনি

publisher by publisher
May 16, 2025
in News, Assam
Reading Time: 2 mins read
0
Secondary Education: এইবাৰ নিম্ন-উচ্চ প্রাথমিকৰ ৯৪৪টা শিক্ষকৰ পদ বিলুপ্তিৰ জাননী
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Cachar College Principal Dr. Siddharth Shankar Nath suspended:কাছাৰ কলেজৰ অধ্যক্ষ ড: সিদ্ধাৰ্থ শঙ্কৰ নাথক নিলম্বন

Director of Higher Education Has Suspended the President of the College Teachers Association:কৰ্তব্যত অৱহেলা আৰু টিউটৰ নিযুক্তিৰ বাবেই নিলম্বন হ’ল কলেজ শিক্ষক সংস্থাৰ সভাপতি ড: জয়ন্ত বৰুৱা

Secondary Education:

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে বিলুপ্তি কৰিলে নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ৯৪৪টা শিক্ষকৰ পদ। ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ এই পদসমূহৰ অধিকাংশই দীর্ঘদিন খালী হৈ আছিল। বিগত সময়ছোৱাত চৰকাৰে এই পদবোৰ পূৰণৰ কোনো ব্যৱস্থা গ্রহণ নকৰিলে। লগতে বিদ্যালয় একত্ৰীকৰণৰ ফলতো কিছু সংখ্যক পদ খালী হয়।

উল্লেখ্য যে চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ নীতিৰ অধীনত ৰাজ্যৰ এক বৃহৎ সংখ্যক নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ লগত ইতিমধ্যে চামিল কৰা হৈছে। আগন্তুক দিনত আৰু অধিক সংখ্যক বিদ্যালয়ক এনে চামিলকৰণ প্ৰক্ৰিয়াত সামৰি লোৱা হ’ব। গতিকে সেই সময়ত আৰু অধিক পদ বিলুপ্তিকৰণৰ সম্ভাৱনা শিক্ষা বিভাগৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰে।

ৰাজ্যৰ পদ বিলুপ্ত কৰা জিলাবোৰ হ’ল- বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা-মানকাচৰ, শ্রীভূমি আৰু তিনিচুকীয়া। এই পদবোৰৰ অধিকাংশ আৰবী, হিন্দী, মণিপুৰী আৰু বিভিন্ন ঐচ্ছিক বিষয়ৰ শিক্ষক।

তদুপৰি ইয়াৰ মাজত প্রধান শিক্ষকৰ পদো আছে। শিক্ষা বিভাগৰ তথ্য অনুসৰি, এই বৃহৎ সংখ্যক পদ বিলুপ্ত কৰাৰ বিপৰীতে ৰাজ্যত স্থাপন কৰা ১১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ত নতুন পদ সৃষ্টি কৰা হৈছে; কিন্তু চাহ বাগিচাৰ বাহিৰৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ পৰা ন শতাধিক পদ বিলুপ্তকৰণে ৰাজ্যৰ শিক্ষা বিভাগৰ দুৰ্বলতাকে স্পষ্ট কৰিছে। ন শতাধিক পদ বিলুপ্ত কৰাটো সাধাৰণ কথা নহয় বুলি চর্চা চলিছে।

অথচ ৰাজ্যত এনে বহু শিক্ষানুষ্ঠান আছে, য’ত বিষয় অনুসৰি শিক্ষক নাই। বিদ্যালয়বোৰে টানি-আঁজুৰিহে এনে পৰিস্থিতিত শ্রেণী চলাই থাকিবলগীয়া হৈছে। তেনে দুর্বলতা আঁতৰোৱাৰ পৰিৱৰ্তে বৃহৎ সংখ্যক শিক্ষকৰ পদেই বিলুপ্ত কৰে শিক্ষা বিভাগে।

ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abolition oF Teacher PostDirector of Higher EducationSecondary Education
publisher

publisher

Related Posts

Uzan Bazar liquor depot demolished:ডিএছ পি জীয়ৰীয়ে উৎখাত কৰোৱালে পিতৃৰ অবৈধ সুৰাৰ ঘাটি
News

Uzan Bazar liquor depot demolished:ডিএছ পি জীয়ৰীয়ে উৎখাত কৰোৱালে পিতৃৰ অবৈধ সুৰাৰ ঘাটি

May 16, 2025
জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক
India

জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক

May 16, 2025
Nalbari:নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি
Assam

Nalbari:নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি

May 16, 2025
AAASA:চিকিৎসক অঞ্জলি এক্কা আৰু মাৰ্টিনা টুডুলৈ অভিনন্দনঃআছা
News

AAASA:চিকিৎসক অঞ্জলি এক্কা আৰু মাৰ্টিনা টুডুলৈ অভিনন্দনঃআছা

May 16, 2025
Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 
News

Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 

May 16, 2025
Free admission:বিনামূলীয়া নামভর্তিক লৈ সচিব-মন্ত্ৰীৰ বিপৰীত জাননী
News

Free admission:বিনামূলীয়া নামভর্তিক লৈ সচিব-মন্ত্ৰীৰ বিপৰীত জাননী

May 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d