Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Withdrawal of PRC in College Recruitment:কলেজৰ নিযুক্তিত পি আৰ চি নলগা উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাত ক্ষুব্ধ মুখ্যমন্ত্ৰী

উচ্চ শিক্ষা সঞ্চালকালয়ে এনে নিৰ্দেশনা জাৰি কৰিব নোৱাৰে:মুখ্যমন্ত্ৰী, ততাতৈয়াকৈ প্ৰত্যাহাৰ কৰিলে নিৰ্দেশনা, শিক্ষামন্ত্ৰীৰ তদন্ত ঘোষণা

publisher by publisher
July 10, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Withdrawal of PRC in College Recruitment:কলেজৰ নিযুক্তিত পি আৰ চি নলগা উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাত ক্ষুব্ধ মুখ্যমন্ত্ৰী
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Withdrawal of PRC in College Recruitment:

ৰাজ্যৰ ত্ৰিশলাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ মাজতে ৰাজ্যৰ শিক্ষিত নিবনুৱাক একাষৰীয়া কৰি চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে শেহতীয়াকৈ ৰঙা দলিচা পাৰি দিয়া হৈছে বহি:ৰাজ্যৰ লোকক ৷

ADVERTISEMENT

উল্লেখ্য যে, যোৱা চাৰিজুনত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকে এক নিৰ্দেশনাত ৰাজ্যৰ মহাবিদ্যালয়ত অধ্যাপক, গ্ৰন্থাগাৰিক, এলডিএ তথা চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ(পিআৰ চি)নলগাৰ কথা উল্লেখ কৰে ৷

উচ্চ শিক্ষা সঞ্চালকৰ এই নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। চৰকাৰী চাকৰিত পি আৰ চি প্ৰয়োজন নাই বুলি জাৰি কৰা নিৰ্দেশনা এক হঠকাৰী সিদ্ধান্তই নহয় এইয়া থলুৱাক বঞ্চিত কৰি বহি:ৰাজ্যৰ নিবনুৱাক জোৱাই আদৰাৰ দৰে এক পদক্ষেপ ৷

এই নিৰ্দেশনাৰ পিছৰে পৰা ৰাজ্যৰ মহাবিদ্যালয়ত অধ্যাপক, সহ:অধ্যাপক পদৰ লগতে পিয়ন, চকীদাৰৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিবলৈ অনায়াসে লাভ কৰিবলৈ সক্ষম হ’ব।

আনহাতে,অসমৰ মহাবিদ্যালয় সমূহত সহকাৰী অধ্যাপকৰ পৰা আৰম্ভ কৰি ৩য় আৰু ৪র্থ বর্গৰ পদত নিযুক্তিৰ ক্ষেত্রত পি. আৰ. চি প্রত্যাহাৰ কৰিবলৈ অসম চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক তীব্র প্রতিবাদ কৰি সদৌ অসম ছাত্র সন্থাই কয় পি. আৰ. চি. প্রত্যাহাৰে থলুৱাৰ স্বার্থ বিঘ্নিত কৰিব। অসমত লাখ লাখ যোগ্য শিক্ষিত নিবনুৱা থকাৰ পিচতো অসম চৰকাৰৰ এই সিদ্ধান্তই বহিৰাগত প্ৰাৰ্থীক ৰঙা দলিচা পাৰি দিলে। চৰকাৰে থলুৱাৰ স্বাৰ্থক প্রাধান্য দি এই থলুৱা বিৰোধী সিদ্ধান্ত প্রত্যাহাৰ কৰক।

ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱাই কয় অসম চৰকাৰৰ পি. আৰ. চি প্রত্যাহাৰৰ সিদ্ধান্তই থলুৱাৰ স্বাৰ্থক জলাঞ্জলি দিছে। ছাত্র সন্থা আৰু অসমৰ জনসাধাৰণে অসম চুক্তিষ ৬ নং দফাৰ আধাৰত দীর্ঘদিনে বিচাৰি অহা সাংবিধানিক ৰক্ষা কৱচৰ দাবী যুক্তিপূর্ণ বুলি পুনৰ প্রমাণিত হ’ল।

স্মতৰ্ৱ্য যে ,দেশৰ সাংবিধানিক নিয়ম মতে,দেশৰ যিকোনো লোকে যিকোনো ৰাজ্যত চাকৰিৰ বাবে আবেদন কৰিব পাৰে ৷ কিন্ত সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে নিজ নিজ ৰাজ্যৰ থলুৱা প্ৰাৰ্থীৰ স্বাৰ্থ সুৰক্ষাৰ খাতিৰত পিআৰ চি আৰু বিভিন্ন পদৰ নিযুক্তিৰ পৰীক্ষাত স্থানীয় ভাষাৰ প্ৰশ্নকাকতক প্ৰাধান্য দিছে ৷

কিন্তু শেহতীয়াকৈ উচ্চ শিক্ষা সঞ্চালকে চৰকাৰী চাকৰিত পি আৰ চি প্ৰত্যহাৰৰ নিৰ্দেশনা জাৰি কৰাৰ লগে লগে চাকৰিৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ থলুৱা নিবনুৱা সকল ৷ মনকৰিবলগীয়া যে, এই নিৰ্দেশনাৰ পূৰ্বে চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাতিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য চৰকাৰে।

আনহাতে, উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা সুমিত্ৰা দেৱে চাৰি জুনত পিআৰ চি প্ৰত্যাহাৰৰ বিৰ্তকিত নিৰ্দেশনা জাৰিৰ বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি পৰিবেশন কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, সঞ্চালকালয়ে এনে নিৰ্দেশনা জাৰি কৰিব নোৱাৰে ৷এই কাম চৰকাৰেহে কৰিব পাৰে৷ কি কৰ্তৃত্ব লৈ উচ্চ শিক্ষা সঞ্চালকে এই নিৰ্দেশনা জাৰি কৰিলে তাৰ এক তাৎক্ষণিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইপিনে,মুখ্যমন্ত্ৰীৰ ক্ষুন্ন হোৱাত উচ্চ শিক্ষা সঞ্চালকে আজি ততাতৈয়াকৈ পি আৰ চি প্ৰত্যাহাৰৰ নিৰ্দেশনা বাতিল কৰে ৷ ইতিমধ্যে,শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক্সযোগে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰাৰ লগতে এই সন্দৰ্ভত জাৰি কৰে তদন্ত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaCollege RecruitmentDirectorate of Higher EducationEducation minister Dr. Ranoj PeguPRCWithdrawal
publisher

publisher

Related Posts

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d