IB Director Tapan Kr.Deka:
দেশৰ অন্যতম চোৰাংচোৱা সন্থা ‘আইবি‘ সঞ্চালক ৰূপে কৰ্মৰত হৈ থকা অসম সন্তান তপন কুমাৰ ডেকাৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি ৷ পুনৰ এবছৰলৈ চাকৰিৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাই কেন্দ্ৰীয় কেবিনেটে ৷ ৩১মে’ জ্যেষ্ঠ আই পিএছ বিষয়া গৰাকীৰ অৱসৰৰ দিন আছিল ৷
ADVERTISEMENT