Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Government Has Ppproved The Establishment Of More Than 200 Liquor Shops:ৰাজ্যত পুনৰ দুই শতাধিক সুৰা বিপণী স্থাপনত অনুমোদন দিছপুৰৰ

২৬খন জিলাতে নতুন সুৰা বিপণী স্থাপনৰ প্ৰক্ৰিয়াৰে সর্বাধিক ২৯খন হ'ব মহানগৰ জিলাত

publisher by publisher
April 22, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Assam Government Has Ppproved The Establishment Of More Than 200 Liquor Shops:ৰাজ্যত পুনৰ দুই শতাধিক সুৰা বিপণী স্থাপনত অনুমোদন দিছপুৰৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Assam Government Has Approved The Establishment Of More Than 200 Liquor Shops:

সুৰা সহজলভ্য কৰি তোলাৰ ক্ষেত্রত ন্যূনতমো কার্পণ্য কৰিব বিচৰা নাই ৰাজ্য চৰকাৰে। সেইবাবেই ৰাজ্যৰ চুকে-কোণে নতুন সুৰা বিপণী স্থাপনত অনুমোদন জনাইছে আবকাৰী বিভাগে। বিচৰাৰ লগে লগে গ্রাহকে যাতে হাততেই সুৰাৰ দোকান এখন বিচাৰি পায়, সেই নীতি অৱলম্বন কৰি ৰাজ্যৰ কে’বাখনো জিলাত
শেহতীয়াকৈ বিভাগটোৱে দুই শতাধিক বিপণী স্থাপনত অনুমোদন জনাইছে।
বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি এই প্ৰক্ৰিয়া ধাৰাবাহিকভাবে চলি থাকিব। যেতিয়ালৈকে চাহিদা অনুসৰি বিপণী স্থাপন প্রক্রিয়া সম্পূর্ণ নহয়, তেতিয়ালৈকে এই ব্যৱস্থা অব্যাহত থাকিব বুলি সূত্রটোৱে জনায়। সেই নীতিয়েই অৱলম্বন কৰি শেহতীয়াকৈ ২৬খন জিলাত সর্বাধিক ২৯খনৰ পৰা সৰ্বনিম্ন এখনলৈ নতুন সুৰা বিপণী স্থাপনত অনুমোদন জনোৱা হৈছে।

ADVERTISEMENT

২৯ নতুন বিপণী স্থাপন হ’ব কামৰূপ মহানগৰ জিলাত। উল্লেখ্য যে অত্যধিক চাহিদাৰ ভিত্তিত জিলাখনত অধিক বিপণী স্থাপনৰ সুযোগ আছে বুলি আবকাৰী
বিভাগে ইতিমধ্যে জৰীপৰ জৰিয়তে তথ্য নির্ধাৰণ কৰিছে। তাৰে অংশৰূপে এই বৃহৎসংখ্যক বিপণী জিলাখনত মুকলি কৰাত অনুমোদন দিয়া হৈছে।

পৰৱৰ্তী সময়ত আৰু অধিক বিপণী স্থাপনতো অনুমোদন দিয়াটো নিশ্চিত। ইয়াৰ উপৰি লখিমপুৰত ১৯খন, কার্বি আংলঙত ১৫খন, শোণিতপুৰত ১২খন,
কোকৰাঝাৰত ১১খন আৰু তিনিচুকীয়া জিলাত ১১খন বিপণী স্থাপনত অনুমোদন দিয়া হৈছে। ইয়াৰ উপৰি দৰঙত নখন, ধুবুৰীত নখন, ধেমাজিত আঠখন, বঙাইগাঁৱত ছখন, চিৰাঙত ছখন, বজালীত পাঁচখন, নগাঁৱত পাঁচখন,ওদালগুৰিত চাৰিখন, কাছাৰত চাৰিখন, ডিব্ৰুগড়ত তিনিখন, হোজাইত তিনিখন আৰু যোৰহাটতো তিনিখন বিপণী স্থাপনত অনুমোদন দিয়া হৈছে।

এনেদৰে দুখনকৈ বিপণী স্থাপনত অনুমোদন দিয়া হৈছে হাইলাকান্দি আৰু পশ্চিম কার্বি আংলঙত। এখনকৈ বিপণী স্থাপন হ’ব গোলাঘাট আৰু ডিমা হাছাওত। উল্লেখ্য যে অসম চৰকাৰৰ আবকাৰী বিভাগে প্ৰতি বছৰে বৃদ্ধি কৰিছে ৰাজহ সংগ্ৰহ পৰিমাণৰ লক্ষ্য। এই লক্ষ্য পূৰণৰ মূল উৎস হ’ল সুৰা বিপণী। বিভাগটোৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত অসমে ১৬ হেজাৰ কোটিতকৈ অধিক টকাৰ সুৰা বিক্ৰী কৰে। এই সুৰা ২০২৩-২৪ত প্রায় চাৰি হেজাৰ কোটি টকা সুৰা বিক্ৰীৰ জৰিয়তে বিভাগটোৱে ৰাজহ সংগ্ৰহ কৰে।

২০২২-২৩ত সেই পৰিমাণ আছিল ৩,৯৮০.০৬ কোটি টকা। ২০২১-২২ত পৰিমাণ আছিল ৩,০৪৭.৯৮ কোটি টকা। ২০২০-২১ ৰাজহ সংগ্ৰহ হৈছিল ২,৯৭৭.৬১ কোটি টকা। তাৰ আগৰ বছৰত অৰ্থাৎ ২০১৯-২০৩ ৰাজহ সংগ্ৰহ হৈছিল ২,৬০৬.৬৮ কোটি টকা।

এনেদৰে প্ৰতি বছৰে সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধিৰ কাৰণ হ’ল যে অসমত প্রতিদিনে ৫.৩ লাখ লিটাৰ সুৰা গ্ৰাহকে ক্রয় কৰে। ইয়াৰ ফলত আবকাৰী বিভাগে দৈনিক সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হ’ল গড়ে ১০ কোটি টকা। এই পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা সদায় ঊর্ধ্বমুখী হৈ আহিছে। তাৰেই ফলশ্ৰুতিত চৰকাৰেও নতুন নতুন সুৰা বিপণী য’তেই সুযোগ পাইছে, তাতেই স্থাপনত অনুমোদন দিছে। সামাজিক দায়বদ্ধতা তথা ৰাজ্যখনৰ নতুন প্ৰজন্মৰ ভৱিষ্যতক ইয়াত কোনো মূল্য দিয়াৰ কথা বিভাগটোৱে কেতিয়াও বিবেচনাই কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ApprovedAssam GovtLiquor Shops
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d