Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

G. Ramji Bill became law:অৱশেষত আইনত পৰিণত জি ৰামজী বিধেয়ক, ৰাষ্ট্ৰপতিৰ সন্মতি

গ্রামাঞ্চলৰ দৰিদ্ৰলৈ ১২৫ দিনৰ নিয়োগৰ আইনী নিশ্চয়তা

publisher by publisher
December 22, 2025
in Assam
Reading Time: 1 min read
0
G. Ramji Bill became law:অৱশেষত আইনত পৰিণত জি ৰামজী বিধেয়ক, ৰাষ্ট্ৰপতিৰ সন্মতি
1
SHARES
11
VIEWS
ShareShareShareShare

G. Ramji Bill became law:

বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজতে আইনত পৰিণত হ’ল বহু চর্চিত বিকশিত ভাৰত-গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীবিকা মিছন (গ্রামীণ) বিধেয়ক। চমুকৈ জি ৰামজী বিধেয়কৰূপে জনাজাত এই বিধেয়কত দেওবাৰে স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে। ৰাষ্ট্রপতিয়ে সম্মতি প্রদান কৰাৰ লগে লগে বিধেয়কখন আইনত পৰিণত হৈছে। এনৰেগাৰ স্থানত নৰেন্দ্ৰ মোদী চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা জি ৰামজী আইনৰ জৰিয়তে গ্রামাঞ্চলৰ দৰিদ্ৰ লোকক ১২৫ দিনৰ নিয়োগৰ আইনগত নিশ্চয়তা প্রদান কৰা হৈছে। অর্থাৎ কোনো উপযুক্ত ব্যক্তিয়ে এই আইনৰ অধীনত ন্যূনতম কাম নাপালে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰিব। পূৰ্বৰ এমজি এনৰেগাত এই আইনগত নিশ্চয়তা এশ দিনৰ আছিল।

ADVERTISEMENT

উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত থকা এমজি এনৰেগা প্রত্যাহাৰ কৰি মোদী চৰকাৰে অনা জি ৰামজী বিধেয়কৰ বিৰুদ্ধে বিগত দিনত সংসদৰ বাহিৰে-ভিতৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে কংগ্ৰেছসহ বিভিন্ন বিৰোধী দলে। তৎসত্ত্বেও সংখ্যাগৰিষ্ঠতাৰ বলত সংসদৰ উভয় সদনতে বিধেয়কখন গৃহীত হয়। ইয়াৰ পৰৱৰ্তী পদক্ষেপৰূপে চৰকাৰে বিধেয়কখন অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্রেৰণ কৰে। চৰকাৰী পক্ষই দাবী কৰিছে যে প্রধানমন্ত্রী মোদীয়ে দেখা ২০৪৭ৰ বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় সপোনৰ স’তে সংগতি ৰাখি এমজি এনৰেগাৰ স্থানত জি ৰামজী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। গ্রামীণ নিয়োজনক অকলশৰীয়া কল্যাণ আঁচনিত আবদ্ধ ৰখাৰ পৰিৱৰ্তে উন্নয়নৰ এক সংহত আহিলাত সামৰি লোৱাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে লোৱা হৈছে বুলিও চৰকাৰী পক্ষই দাবী কৰিছে। সবলীকৰণ, বৃদ্ধি, ঐক্যতান আৰু সংপৃক্তকৰণৰ মূলমন্ত্ৰৰে এই আইন প্রস্তুত কৰা হৈছে বুলিও সদৰী কৰিছে চৰকাৰী পক্ষই।

RelatedPosts

IB Director Tapan Kr.Deka:আইবি’ৰৰ সঞ্চালকৰূপে কাৰ্যকাল পুনৰ এবছৰলৈ বৃদ্ধি তপন কুমাৰ ডেকাৰ কেন্দ্ৰীয় কেবিনেট জনালে অনুমোদন

Badaruddin Ajmal’s Latter:বাংলাদেশত হিন্দু আৰু ধৰ্মীয় স্থানত ক্ৰমাৎ বৃদ্ধি পোৱা আক্ৰমণ সন্দৰ্ভত প্ৰাক্তন সাংসদ মৌলনা বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ

NEMSU presents memorandum to President Of India:অসমৰ কেতবোৰ সমস্যাক লৈ নতুন দিল্লীত নেমছু

#জি ৰামজী আইনৰ স্পষ্ট বৈশিষ্ট্যসমূহ

বিকশিত ভাৰত ২০৪৭ৰ সপোনৰ স’তে তাল মিলাই অনা জি ৰামজী আইনৰ কিছু সংখ্যক মূল স্পষ্ট বৈশিষ্ট হ’ল: প্রতিটো বিত্তীয় বর্ষত গ্রামাঞ্চলৰ উপযুক্ত প্ৰতিঘৰ লোকে মজুৰিৰ বিপৰীতে ন্যূনতম ১২৫ দিনৰ হাতেৰে কৰা সাধাৰণ কাম পাব লাগিব। আইনখনৰ পাঁচ (এক) ধাৰা অনুসৰি প্ৰতিঘৰ লোকৰ ইচ্ছুক প্রাপ্তবয়স্ক সদস্যক প্রতিটো বিত্তীয় বর্ষত ন্যূনতম ১২৫ দিনৰ সাধাৰণ (দক্ষতাবিহীন) হাতেৰে কৰা কাম দিব লাগিব।

WhatsApp Image 2025 12 22 at 11.37.04 AMশস্য সিঁচা আৰু ফচল চপোৱাৰ ঋতুত একোটা বিত্তীয় বর্ষত ৬০ দিন কাম স্থগিত ৰখাৰ ব্যৱস্থা কৰিছে এই আইনে। আইনখনৰ ছয় ধাৰা অনুসৰি ৰাজ্য চৰকাৰে এই সংক্রান্তীয় নির্দেশনা জাৰি কৰিব পাৰিব। তৎসত্ত্বেও ১২৫ দিনৰ কৰ্ম নিশ্চয়তা বাহাল থাকিব। অর্থাৎ এই আইনৰ জৰিয়তে কৃষি উৎপাদন আৰু কৰ্মীৰ আৰ্থিক সুৰক্ষা দুয়োটাৰ মাজত বিন্যাসিত ভাৰসাম্য নিশ্চিত কৰা হৈছে বুলি চৰকাৰী পক্ষই দাবী কৰিছে।

সময়মতে মজুৰি আদায়: জি ৰামজী আইনৰ পাঁচ (তিনি) ধাৰা অনুসৰি কাম শেষ হোৱাৰ ১৫ দিনৰ ভিতৰত মজুৰি আদায় দিব লাগিব। যদি নির্ধাৰিত সময়ত মজুৰি আদায় দিয়া নহয় তেন্তে পলম হোৱাৰ বাবে ক্ষতিপূৰণ আদায় দিব লাগিব। এই ব্যৱস্থা আইনখনৰ দুই নম্বৰ অনুসূচীত কৰা হৈছে। ইয়াৰ জৰিয়তে কর্মীসকলক মজুৰিৰ সুৰক্ষা দিবলৈ বিচৰা হৈছে।

স্থায়ী ৰাজহুৱা সম্পদ সৃষ্টিৰ লক্ষ্য: এই আইনৰ জৰিয়তে উৎপাদনশীল গ্রামীণ আন্তঃগাঁথনি বা স্থায়ী ৰাজহুৱা সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হৈছে। এই কথা আইনখনৰ চাৰি (দুই) ধাৰা আৰু প্ৰপ্রথম অনুসূচীত উল্লেখ আছে। এনে সম্পদ সৃষ্টিত চাৰিটা খণ্ডক অগ্রাধিকাৰ দিয়া হৈছে। এই খণ্ড চাৰিটা হ’ল জল সুৰক্ষা আৰু জল সম্পর্কীয় কাম, প্রধান গ্রামীণ আন্তঃগাঁথনি, জীৱিকাৰ স’তে জড়িত আন্তঃগাঁথনি আৰু প্রাকৃতিক দুর্যোগ নিৰাময়ৰ বাবে কৰা কাম।

পৰিকল্পনাৰ বিকেন্দ্ৰীকৰণ আৰু ৰাষ্ট্ৰীয় ঐক্য: উক্ত আইনৰ চাৰি (এক)ৰ পৰা চাৰি (তিনি) ধাৰাত উল্লেখ থকা অনুসৰি গাঁও পঞ্চায়ত পর্যায়ত প্রস্তুত কৰা বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনাক গাঁওসভাই অনুমোদন জনাব লাগিব। এই পৰিকল্পনাসমূহ পিএম গতিশক্তিকে ধৰি ৰাষ্ট্ৰীয় প্লেটফর্মসমূহত ডিজিটেলী আৰু স্থানীয়ভাবে সংহত কৰিব লাগিব। ইয়াৰ জৰিয়তে বিকেন্দ্রীকৃত সিদ্ধান্ত গ্রহণ প্রক্রিয়াক সম্পূৰ্ণৰূপে অটুট ৰাখি চৰকাৰী ঐক্যতানক সক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই সংহত পৰিকল্পনা ব্যবস্থাই কামৰ পৰিকল্পনা আৰু ৰূপায়ণত মন্ত্রণালয়সমূহ আৰু বিভাগসমূহক সক্ষম কৰি তুলিব। ইয়াৰ সমান্তৰালভাৱে ৰাজহুৱা সম্পদৰ অপব্যয়, ঠগবাজি আদি দূৰ কৰি সংপৃক্ত নিৰ্ভৰ ফলাফলৰ জৰিয়তে উন্নয়ন ত্বরান্বিত কৰিব।

বিত্তীয় স্থাপত্যৰ সংস্কাৰঃ জি ৰামজী আইন হৈছে এক কেন্দ্রীয় পৃষ্ঠপোষকতা আঁচনি। আইনখনত থকা ব্যৱস্থা অনুসৰি ৰাজ্য চৰকাৰসমূহে এই আইন বলবৎ হোৱাৰ জাননী জাৰি কৰিব লাগিব আৰু ইয়াৰ পৰিচালনা কৰিব লাগিব। উত্তৰ-পূবৰ আৰু হিমালয়ৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্রই ৯০ শতাংশ পুঁজি বহন কৰিব। বাকী ১০ শতাংশ ৰাজ্য চৰকাৰে দিব লাগিব। আন ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্রই ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ পুঁজি ব্যয় কৰিব। আনহাতে, বিধানসভা নথকা কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰীয় চৰকাৰে এশ শতাংশ পুঁজি যোগান ধৰিব।

প্রশাসনিক সামর্থ্যৰ শক্তিশালীকৰণ: এই আইন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰশাসনিক সামর্থ্যও শক্তিশালীকৰণৰ ব্যৱস্থা কৰা হৈছে। অর্থাৎ আইনখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰশাসনিক ব্যয় পূৰ্বৰ ছয় শতাংশৰ পৰা ন শতাংশলৈ বৃদ্ধি কৰা হৈলে কৰ্মচাৰীৰ প্ৰশিক্ষণ, কৰ্মচাৰীৰ কাৰিকৰী সামর্থ্য বৃদ্ধি আদিত ব্যয় কৰা হ’ব।

নিয়োগৰ নিশ্চয়তা আৰু কামৰ দাবীৰ অধিকাৰ বিৰোধী পক্ষই দাবী কৰি অহাৰ দৰে কামৰ অধিকাৰক এই কৰা নাই বুলি চৰকাৰী পক্ষই বিবৃতি দিছে। আইনখনৰ পাঁচ (এক) ধাৰাই স্পষ্ট কৰি দিছে যে গ্রামাঞ্চলৰ  লোকে ন্যূনতম ১২৫ দিনৰ কাম পোৱাটো চৰকাৰে নিশ্চিত কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ আইনগত  থাকিব।

বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়তৰ ভূমিকাঃ জি ৰামজী আইনে পৰিকল্পনা আৰু ৰূপায়ণ কেন্দ্রীভূত কৰা নাই। তাৰ পৰিৱৰ্তে আইনখনৰ ১৬ৰ পৰা ১৯ ধাৰাই পঞ্চায়তসমূহ, কর্মসূচী বিষয়া আৰু জিলা কর্তৃপক্ষক কামৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ কর্তৃত্ব প্রদান কৰিছে। ৰাষ্ট্ৰীয় পর্যায়ত এই সম্পর্কত যি সিদ্ধান্ত লোৱা হৈছে সেয়া হ’ল স্থানীয় পৰ্যায়ৰ কামৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে আঁচনিৰ কামত সহযোগিতা আৰু ঐক্যতান আগবঢ়াব কেন্দ্রই। নিয়োগ আৰু সম্পদ সৃষ্টি: এই আইনে উপযুক্তসকলক ১২৫ দিনৰ এক আইনগত জীৱিকাৰ নিশ্চয়তা প্রদান কৰিছে। অর্থাৎ উপযুক্তসকলে এই ১২৫ দিনৰ কাম পাবই লাগিব। ইয়াৰ জৰিয়তে নিশ্চিত কৰিব বিচৰা হৈছে যে এই নিয়োগে উৎপাদনশীল, স্থায়ী আৰু যিকোনো বতৰে ক্ষতি কৰিব নোৱাৰা সম্পদ সৃষ্টিলৈ বৰঙণি যোগায়। নিয়োগ আৰু সম্পদ সৃষ্টিক উমৈহতীয়া লক্ষ্যৰূপে লোৱা হৈছে।

প্রযুক্তি আৰু সকলোকে সামৰি লোৱা: এই আইনৰ অধীনত প্রযুক্তিক হেঙাৰ নহয়, সবলীকৰণ ব্যৱস্থাৰূপে গ্রহণ কৰা হৈছে। আইনখনৰ ২৩ আৰু ২৪ ধাৰাত জিঅ’ টেগিং, বায়’মেট্রিক সত্যাসত্য নিৰূপণ আৰু চলিত সময়ৰ ডেছব’ৰ্ডৰ জৰিয়তে প্রযুক্তি-সবলীকৃত স্বচ্ছতাক সক্ষম কৰি তোলাৰ ব্যৱস্থা আছে। একেদৰে ২০ নম্বৰ ধাৰাত গাঁওসভাৰ দ্বাৰা সামাজিক হিচাপ পৰীক্ষা ব্যৱস্থাক শক্তিশালী কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে স্থানীয় লোকৰ দ্বাৰা নিৰীক্ষণ, স্বচ্ছতা আৰু সকলোকে সামৰি লোৱাটো নিশ্চিত কৰিবলৈ বিচৰা হৈছে।

নিবনুৱা ভাট্টা: এই আইনে পূৰ্বৰ কর্তৃত্ব কৰ্তন ধাৰা আঁতৰাই আইনগত ৰক্ষাকবচৰূপে নিবনুৱা ভাট্টা বাহাল কৰিছে। য’ত নিৰ্ধাৰিত সময়ৰ ভিতৰত নিয়োগ প্রদান কৰা নহ’ব তাত ১৫ দিনৰ পাছত নিবনুৱা ভাট্টা প্রদান কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ApprovedG. Ramji BillPresident of India
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা
News

তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

April 23, 2026
অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন
News

খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!
News

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

April 22, 2026
ৰাজ্যত বতৰে ল’ব সংহাৰী ৰূপ , ১৯খন জিলাত ‘ইয়েল’ এলাৰ্ট
News

ৰাজ্যত বতৰে ল’ব সংহাৰী ৰূপ , ১৯খন জিলাত ‘ইয়েল’ এলাৰ্ট

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d