Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই

পুনৰ আৰম্ভ বান পৰিস্থিতি,বিগত বৰ্ষৰ ক্ষয়-ক্ষতিৰ বিপৰীতে অসমে ১,৬৮১.৪৯ টকা বিচাৰি দাখিল কৰিছে প্রস্তাৱ, দিল্লীলৈ তাঁত-বাটি কৰোতেই গ'ল ৰাজ্য চৰকাৰৰ

publisher by publisher
May 22, 2025
in Flood, Assam, News
Reading Time: 2 mins read
0
Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই
1
SHARES
14
VIEWS
ShareShareShareShare

Floods in Assam:

বাৰিষাৰ বতৰৰ আৰম্ভণিতেই ৰাজ্যৰ কে’বাটাও অঞ্চল ইতিমধ্যে বানত আক্রান্ত হৈছে। অসমকে ধৰি চুবুৰীয়া ৰাজ্যকেইখনত বিগত কে’বাদিন ধৰি ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ বাবেই সৃষ্টি হৈছে এনে পৰিস্থিতিৰ। প্ৰতি বছৰে ৰাজাখনক একাধিক বানে জোঁকাৰি আহিছে। ইয়াৰ ফলত ধন-জন বিস্তৰ ক্ষতি হৈছে। এই ক্ষতিপূৰণৰ বাবে ৰাজ্যখনক প্রয়োজন হয় বৃহৎ পৰিমাণৰ পুঁজিৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই পুঁজিৰে ক্ষয়-ক্ষতিৰ এটা ন্যূনতম পৰিমাণহে পূৰণ কৰাটো সম্ভৱ হয়। কাৰণ ক্ষতিপূৰণৰ পৰিমাণৰ বিপৰীতে ক্ষতি হয় যথেষ্ট বেছি।

ADVERTISEMENT

দুর্ভাগ্যজনকভাবে প্ৰতি বছৰে বানে জুৰুলা কৰা ৰাজ্যখনক ক্ষতিপূৰণৰ ধন আদায় দিয়াত চকু মুদা কুলিৰ ভাও লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। চলিত বৰ্ষ আগন্তুক দিনকেইটাত বানৰ বাবে সাজু হৈছে অসম চৰকাৰ। অৱশ্যে চৰকাৰ মনেৰে সাজু হ’লেও কামেৰে হ’ব পৰা নাই। কাৰণ যোৱাবাৰৰ ক্ষতিপূৰণৰ পুঁজিৰ এটকাও কেন্দ্রই এতিয়ালৈকে ৰাজ্য চৰকাৰক মোকলাই দিয়া নাই। দিছপুৰৰ সূত্ৰই সদৰী কৰা অনুসৰি, ২০২৪তো বানত বিস্তৰ ক্ষতি হৈছিল অসমৰ। ধন-জনৰ এই ক্ষতিপূৰণ তথা ক্ষতিগ্রস্ত অঞ্চলৰ তাৎক্ষণিক মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে ১,৬৮১.৪৯ কোটি টকা বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল।

RelatedPosts

India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

India will develop AI models:চীনৰ দৰেই ১০ মাহৰ ভিতৰত এআই মডেল তৈয়াৰ কৰিব ভাৰতে

পৰিতাপৰ কথা যে এই ধনৰ এটকাও মোকলাই দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। ফলত কেন্দ্ৰৰ ক্ষতিপূৰণৰ ধনৰ এটকাও অদ্যাপি হাতত নপৰিল ৰাজ্য চৰকাৰৰ। শেষবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ শিতানত যোৱা এপ্ৰিলত ৭১৬ কোটি টকা মোকলাই দিছিল। সেয়াও পূর্বে পাবলৈ থকা ধনৰহে অংশ। এপাচি শাকত এটা জালুকৰ লেখীয়াকৈ কেৱল সন্তুষ্টিৰ বাবেহে যেন ৰাজ্য চৰকাৰক সেই ধন দিয়া হৈছিল। ক্ষতিপূৰণৰ প্ৰাপ্য পুঁজি বিচাৰি অসম চৰকাৰে দিল্লীলৈ কে’বাবাৰো তাঁত-বাটি কৰাৰ পাছতো বানাক্ৰান্ত ৰাজ্যখনৰ প্ৰতি কেন্দ্ৰৰ হৃদয় নগলাটো ইয়াৰ পৰাই স্পষ্ট হৈছে।

কেন্দ্ৰৰ পুঁজিৰ পৰা বঞ্চিত হোৱাৰ পৰিণতিত অসমে নিজৰ ধনৰ অংশৰে যুঁজিবলৈ বাধ্য হৈছে। সূত্রত প্রকাশ যে যোৱা বৰ্ষত বানত ক্ষতিগ্রস্ত বহু অঞ্চলৰ মেৰামতি অথবা পুনৰ নিৰ্মাণ অদ্যাপি সম্পূর্ণ নহ’ল। আনকি দুর্বল মথাউৰি সবলীকৰণৰ কামো সম্পূৰ্ণ হৈ উঠা নাই। পুঁজিৰ অভাৱত বহু স্থানৰ মেৰামতিৰ কাম সংকুচিত কৰিবলৈয়ো বাধ্য হয়। এনে পৰিস্থিতিৰ বিপৰীতে ৰাজ্যত বানৰ আৰম্ভণি হ’লেই। উত্তৰ অসমত অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে সৃষ্টি কৰা বানত ইতিমধ্যে পথৰো ক্ষতিসাধন কৰিছে।

ইপিনে, ৰাজ্যত বানৰ পৰিৱেশ আৰম্ভ হোৱাত দিছপুৰত অনুষ্ঠিত বৈঠকত গৃহীত সিদ্ধান্তৰ ভিত্তিত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে বুধবাৰে ৩৫ খন জিলা আৰু ৩৯ খন সমজিলালৈ এশ কোটি টকাৰ বান সাহায্য মুকলি কৰি দিয়ে। এই ধন বানাক্রান্তক তাৎক্ষণিকভাবে সহায়-সহযোগিতাতহে ব্যয় কৰা হ’ব। ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগত পূৰ্বৰে পৰা জমা থকা পুঁজিৰ পৰা এই ধন মোকলাই দিয়া হয়। তাৰ বিপৰীতে বানে কৰা ক্ষতিৰ মেৰামতি কৰিবলৈ পুঁজি নাপালে ৰাজ্য চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Floods in Assamunion govt
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d