Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Pressmeet In Guwahati:কৰ্মচাৰীৰ প্ৰাপ্য ডিয়াৰনেছ ভাট্টাকে দিপাৱলীৰ উপহাৰ হিছাপে ঢোল পিটিছে অসম চৰকাৰেঃ আপ অসম

দিল্লীৰ আপ চৰকাৰৰ কৰ্মচাৰীলৈ অৰবিন্দ কেজৰীৱালৰ ৭০০০ টকাকৈ দীপাৱলীৰ উপহাৰ

publisher by publisher
November 9, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Aap Pressmeet In Guwahati:কৰ্মচাৰীৰ প্ৰাপ্য ডিয়াৰনেছ ভাট্টাকে দিপাৱলীৰ উপহাৰ হিছাপে ঢোল পিটিছে অসম চৰকাৰেঃ আপ অসম
7
SHARES
65
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Aap Assam  Pressmeet In Guwahati:

৭ নবেম্বৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ঘোষণা কৰা ডিয়াৰনেছ ভাট্টাক লৈ জাঙুৰ খাই উঠিছে আপ অসম ৷

ADVERTISEMENT

আজি আম আদমি পাৰ্টী অসমৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই কয় যে সপ্তম পে’ কমিছন অনুসৰি বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰী কৰ্মচাৰী সকললৈ ৰাজ্য চৰকাৰ সমূহে বৰ্দ্ধিত ডিয়াৰনেছ ভাট্টা আগবঢ়াবলৈ আৰম্ভ কৰিছে ৷

তাৰে পৰিপ্ৰেক্ষিতত অসমৰ বিজেপি চৰকাৰেও ৪% ভাট্টা ডিচেম্বৰ মাহৰ পৰা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এতিয়া উদ্বেগজনক কথাটো হ’লযে অসম চৰকাৰে কৰ্মচাৰী সকলৰ প্ৰাপ্য ভাট্টাকে দিপাৱলীৰ উপহাৰ হিচাপে ৰঙীন কাগজেৰে মেৰিয়াই ফটাঢোল কোবাইছে ৷

উল্লেখযোগ্য যে এই দীপাৱলীৰ বনাচ আকৌ কৰ্মচাৰী সকলে হয়তু অহা বছৰলৈহে লাভ কৰিব৷ জুলাইৰ পৰা লাভ কৰিবলগীয়া বকেয়া ভাট্টা আকৌ ইনষ্টলমেণ্টতহে লাভ কৰিব কৰ্মচাৰীয়ে ৷

ইতিমধ্যেই দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰে সকলো ৰাজ্যিক কৰ্মচাৰীলৈ ৭০০০ টকাকৈ দীপাৱলীৰ বোনাচ ঘোষণা কৰিছে ৷

মুদ্ৰাস্ফীতিত ককবকাই থকাৰ সময়তে বিজেপিৰ  চৰকাৰে কৰ্মচাৰীসকলক এনেদৰে আভুৱাভাৰিবলৈ কৰা অপচেষ্টাক নিন্দা কৰি দিল্লী চৰকাৰৰ আৰ্হিৰ অনুকৰণ কৰিবলৈ দাবী জনাই  আপ অসমে ৷

আনহাতে এই সংবাদমেলতে আপ অসমৰ যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই কয় যে চৰকাৰে পাৰিতোষিকৰ নামত আশা কৰ্মী সকলক পুতৌলগা মাননি প্ৰদানেৰে অন্যায় কৰিছে ৷  ৰাজ্যজুৰি অব্যাহত থকা আশা কৰ্মী সকলৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আপ অসমে আগবঢ়াইছে ৷

ইতিমধ্যেই আপ অসমে ভিন্ন সময়ত আশা কৰ্মী, আঙ্গনবাড়ী কৰ্মী আৰু ৰান্ধনী সহায়িকা সকলৰ হৈ চৰকাৰক দাবী জনাই আহিছে ৷ কিছুবছৰৰ আগতে আশাকৰ্মী সকলৰ বাবে চৰকাৰে মাহিলী ৩০০০ টকাকৈ দৰমহা ঘোষণা কৰিছিল যদিও তথ্য অনুসৰি এইয়া মাথোঁ উদগনিমূলক মাননিহে ৷

এই টকাৰে এটা পৰিয়াল চলাতো বাদেই এজন মানুহৰে ভাত মুকলি নহয় ৷ কষ্টকৰ টাৰ্গেট সমূহ পূৰণ কৰাৰ পিছতো কিন্তু কেতিয়াবা ৬ মাহলৈকে মাননি নাপায় আশা কৰ্মী সকলে ৷

যিকোনো চৰকাৰী বিভাগে আশা কৰ্মী সকলক ভিন্ন কামত নিয়োজিত কৰোৱাই কেতিয়াবা পাবলগীয়া পাৰিতোষিকো নিদিয়ে ৷ ৰ’দ বৰষুণক ভ্ৰূক্ষেপ নকৰি ভেকচিন কেৰিয়াৰ কান্ধত লৈ ঘৰে ঘৰে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বাবদ দিনটোৰ হিচাপত চৰকাৰে দিয়ে মাত্ৰ ৭৫ টকা ৷ কৰ’ণা কালত দিনে নিশাই জনসেৱা কৰা আশা কৰ্মী সকলক নিৰ্বাচনৰ সময়তো কামত লগালে অসম চৰকাৰে ৷

কিন্তু পৰিতাপৰ বিষয়যে আজি পৰ্যন্ত সৰহসংখ্যক আশাই নাপালে মাননি ৷ বহুতো আশা কৰ্মীয়ে সংঘবদ্ধভাবে আহ্বান জনোৱাৰ পিছতো চৰকাৰে আশা সকলক Volunteer Worker (স্বেচ্ছাসেৱী কৰ্মী)ৰ নাম দি উপহাস কৰিছে ৷

কুষ্ঠৰোগৰ চিনাক্তকৰণৰ বাবে আশাকৰ্মী সকলক উপযুক্ত প্ৰশিক্ষণৰ অবিহনে নিয়োজিত কৰি দৈনিক মাথোঁ ৭৫ টকাকৈ মজুৰিৰ প্ৰতিশ্ৰুতি দিয়াত ক্ষুণ্ণ হৈছে আম আদমি পাৰ্টী ৷ অম্লানজ্যোতি হাতীবৰুৱাই কয় যে ২০২১ চনৰ আগষ্ট মাহৰ কুষ্ঠৰোগ জৰীপৰ মাননি এতিয়াও লাভ কৰা নাই আশা কৰ্মী সকলে ৷

আপ অসমে অতিশীঘ্ৰে আশা কৰ্মী সকলৰ বকেয়া মাননি মোকলাই দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে আশা কৰ্মী সকলক শ্ৰম আইন অনুসৰি মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী জনাই ৷

সংবাদমেলত আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথ আৰু আৰতি দেৱীও উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAp AssamGuwahatiJoint Secy Amlanjyoti Hatibaruah AddressingPressmeet
publisher

publisher

Related Posts

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d