Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

    ULFA(l):অসমীয়া এটা আলস্য জাতিত পৰিণত হৈছে! উদ্বেগ প্রকাশ আলফা (স্বা)ৰ

    Rajyasabha Election: দুই বিদায়ী সাংসদ বীৰেন বৈশ্য-মিছন ৰঞ্জনেই পুনৰ প্রার্থিত্ব লাভৰ সম্ভাৱনা

    Kaziranga CWRC:মাতৃৰ পৰা বিচ্ছিন্ন হোৱা চাৰিটা হাতী পোৱালি লালন পালন কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রৰ

    ভাৰতত উপলব্ধ আছিল ১০ হেজাৰ টকাৰ নোট

    ভাৰতত উপলব্ধ আছিল ১০ হেজাৰ টকাৰ নোট

    Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    গ্ৰীষ্মকালত ছালত গোলাপ পানী ব্যৱহাৰ কৰিলে কি লাভ হয়?

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

publisher by publisher
May 27, 2025
in News, Assam
Reading Time: 2 mins read
0
Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত
0
SHARES
4
VIEWS
ShareShareShareShare

Liquor shop permits suspended:

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত আবকাৰী বিভাগে সুৰাৰ বিপণী স্থাপনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাক লৈ ব্যাপক প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত এই সিদ্ধান্ত স্থগিত ৰাখিছে বিভাগে। বিভাগীয় মন্ত্রী অতুল বৰাই এই সন্দৰ্ভত কয় যে আবকাৰী বিভাগে বৰ্তমানৰ ‘অসম আবকাৰী বিধি’ অনুসৰি গুৱাহাটীৰ এখন প্ৰখ্যাত উচ্চ শিক্ষানুষ্ঠানৰ নাতিদূৰত ‘আইএমএফএল অন শ্বপ’ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে। বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ আৰু আয়ুক্ত জিতু দলেক পৰৱৰ্তী নির্দেশ নোহোৱা পর্যন্ত অনুজ্ঞাপত্ৰখন স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ সমীপত পূৰ্বতেও সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতে আবকাৰী বিভাগে পুনৰ সুৰাৰ বিপণী খোলাৰ অনুমতি প্রদান কৰিছিল।

ADVERTISEMENT

যোৱা ২০ মে’ত অসম চৰকাৰৰ আবকাৰী বিভাগৰ যুটীয়া সচিব ডব্লিউ এছ দৈমাৰীয়ে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ ৬৪৪৫৬৩/২১৮ নম্বৰৰ এখন পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে জালুকবাৰীৰ পাণ্ডু সদিলাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাবেৰী দাসক ভাৰতত প্রস্তুত হোৱা বিদেশী সুৰাৰ বাৰ খুলিবলৈ অনুমতি দিয়া হৈছে। লতাশিলৰ বাসিন্দা দাসৰ ইতিমধ্যে সেই স্থানত এখন ৰেস্তোৰাঁ আছে। ‘মেচাৰ্ছ এঞ্জেল বাৰ এণ্ড ৰেষ্টুৰেণ্ট’ক ‘আইএমএফএল অন শ্বপ’ৰ অনুমতি প্রদান কৰা হৈছে। আবকাৰী বিভাগৰ এই পত্ৰই শিক্ষা নগৰীৰূপে চিহ্নিত জালুকবাৰীত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু শেষত বিভাগে এই সিদ্ধান্ত স্থগিত ৰাখিছে।

RelatedPosts

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

Minister Atul Bora:দেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণী কৃষি মন্ত্ৰী অতুল বৰাৰ 

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Excise Dept.Guwahati UniversityLiquor shop permits suspendedMinister Atul Bora
publisher

publisher

Related Posts

ULFA(l):অসমীয়া এটা আলস্য জাতিত পৰিণত হৈছে! উদ্বেগ প্রকাশ আলফা (স্বা)ৰ
News

ULFA(l):অসমীয়া এটা আলস্য জাতিত পৰিণত হৈছে! উদ্বেগ প্রকাশ আলফা (স্বা)ৰ

May 27, 2025
Rajyasabha Election: দুই বিদায়ী সাংসদ বীৰেন বৈশ্য-মিছন ৰঞ্জনেই পুনৰ প্রার্থিত্ব লাভৰ সম্ভাৱনা
News

Rajyasabha Election: দুই বিদায়ী সাংসদ বীৰেন বৈশ্য-মিছন ৰঞ্জনেই পুনৰ প্রার্থিত্ব লাভৰ সম্ভাৱনা

May 27, 2025
Kaziranga CWRC:মাতৃৰ পৰা বিচ্ছিন্ন হোৱা চাৰিটা হাতী পোৱালি লালন পালন কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রৰ
News

Kaziranga CWRC:মাতৃৰ পৰা বিচ্ছিন্ন হোৱা চাৰিটা হাতী পোৱালি লালন পালন কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রৰ

May 27, 2025
ভাৰতত উপলব্ধ আছিল ১০ হেজাৰ টকাৰ নোট
India

ভাৰতত উপলব্ধ আছিল ১০ হেজাৰ টকাৰ নোট

May 27, 2025
Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক
Assam

মুম্বাই বিমানবন্দৰত বোমাতংক! 
India

মুম্বাই বিমানবন্দৰত বোমাতংক! 

May 27, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d