Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

শৈক্ষিক পৰিৱেশ বিনষ্টৰ আশংকা: কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ

publisher by publisher
May 24, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Minal Saikia: পথ উদ্বোধন কৰিবলৈ অহা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জবাবদিহি কৰিলে ৰাইজে 

Zubeen Garg:জুবিন গাৰ্গৰ বসতিস্থান ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ নিদিবলৈ চৰকাৰক আহ্বান ৰাইজৰ

Guwahati:মহানগৰীৰ দিছপুৰৰ কছম’ হাস্পতালত উত্তপ্ত পৰিস্থিতি

Guwahati University:

বিজেপি চৰকাৰে গাঁৱে-ভূঞে সুৰাৰ বিপণী খুলি সামাজিক পৰিৱেশ বিনষ্ট কৰা বুলি সততে অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণী খুলিবলৈ আবকাৰী বিভাগে অনুমতি দিয়াক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

কৃষ্ণচূড়াৰ দেশক সুৰাৰ নগৰীলৈ ৰূপান্তৰৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে শিক্ষার্থী সমাজে। ৰাজহ সংগ্ৰহৰ স্বাৰ্থত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্ত শীঘ্রে বাতিল কৰিবলৈ সদৌ অসম ছাত্র সন্থাকে ধৰি স্থানীয় ৰাইজে দাবী জনাই সৰৱ হৈ পৰিছে।

উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ সমীপত পূৰ্বতে সুৰাৰ বিপণী খোলাৰ অনুমতি প্রদান কৰা হৈছিল যদিও তীব্র প্রতিক্ৰিয়াৰ পাছতে এই অনুমতি স্থগিত ৰাখে জিলা প্রশাসন তথা আবকাৰী বিভাগে। তাৰ কেইমাহ মানৰ পাছতে আবকাৰী বিভাগে পুনৰ সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে। যোৱা ২০ মে’ত অসম চৰকাৰৰ আবকাৰী বিভাগৰ যুটীয়া সচিব ডব্লিউ এছ দৈমাৰীয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ ৬৪৪৫৬৩/২১৮ নম্বৰৰ এখন পত্ৰ প্ৰেৰণ কৰিছে।

এই পত্ৰত স্পষ্টকে উল্লেখ কৰা হৈছে যে জালুকবাৰীৰ পাণ্ডু সদিলাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাবেৰী দাসক ভাৰতত প্রস্তুত হোৱা বিদেশী সুৰাৰ বাৰ খুলিবলৈ অনুমতি দিয়া হৈছে। লতাশিলৰ বাসিন্দা দাসৰ ইতিমধ্যে সেই স্থানত এখন ৰেস্তোৰাঁ আছে। ‘মেচাৰ্ছ এঞ্জেল বাৰ এণ্ড ৰেষ্টুৰেণ্ট’ক ‘আই এম এফ এল অন শ্বপ’ৰ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখ্য যে আবকাৰী বিভাগৰ এই পত্ৰই শিক্ষা নগৰীৰপে চিহ্নিত জালুকবাৰীত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই সংবাদ মাধ্যমৰ আগত কয়, ‘চৰকাৰখন এতিয়া ৰাজহ সংগ্ৰহত এনেধৰণে ব্যস্ত হৈ পৰিছে যে সুৰাৰ জৰিয়তেও ৰাজহ সংগ্ৰহৰ আপ্রাণ চেষ্ট চলাইছে। চাৰিওফালে সুৰাৰ বিপণী দিয়া দেখিছো; কিন্তু বিশ্ববিদ্যালয় এখনৰ সমীপত সুৰাৰ বিপণী দিব নালাগিছিল।’ তেওঁ পুনৰ কয়, ‘গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল অসম চৰকাৰৰ এখন বিধেয়কৰ জৰিয়তে।

এই বিধেয়কখন ১৯৪৭ৰ পহিলা ছেপ্টেম্বৰত বিধানসভাত উত্থাপন হৈছিল। সেই দিনাই স্বাধীন ভাৰৰ্তত অসমৰ প্ৰথমখন অধিবেশনত প্রথমদিনা এই বিধেয়ক উত্থাপন কৰিছিল গোপীনাথ বৰদলৈয়ে। ইয়াৰ প্ৰতি সম্মান প্রদর্শন কৰক। সেয়ে চৰকাৰক আহ্বান জনাম যে সুৰাৰ বিপণী নহয়, এখন গ্রন্থ বিপণী দিয়ক; যি গ্রন্থ বিপণীত পৃথিৱীৰ উৎকৃষ্টমানৰ গ্ৰন্থসমূহ উপলব্ধ হয়।’ লগতে স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে পাঁচ-ছমাহৰ আগতে কৃষ্ণচূড়া ধাবাৰ ওচৰত এখন সুৰাৰ বিপণী খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি অৱগত হৈছিল।

ইয়াৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে জিলা আয়ুক্তৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। যিহেতু অঞ্চলটোত গুৱাহাটী বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠান আছে। ইয়াৰ পাছতে জিলা আয়ুক্তই তদন্তৰ নিৰ্দেশ দিয়াৰ পাছত আবকাৰী বিভাগে অৱগত কৰে যে ৭৫ মিটাৰৰ ভিতৰত কোনোবাই আপত্তি দর্শালে অনুমতি লাভ নকৰে। শেষত আবকাৰী বিভাগে তদন্ত কৰি ৰাইজৰ বিৰোধিতাৰ ফলত ইয়াক বন্ধ কৰি দিয়ে যদিও এতিয়া পুনৰ অনুমতি প্রদান কৰা হৈছে বুলি স্থানীয় লোকসকলে মন্তব্য কৰে।

একেদৰে এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে। এক প্রেছ বাৰ্তাত জিইউ আছু গোটৰ সভাপতি ধীৰাজ কলিতা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বসন্ত কটকী, আইন মহাবিদ্যালয়ৰ আছু গোটৰ সভাপতি মোস্তাক আহমেদ আৰু সাধাৰণ সম্পাদক আকাশ কাশ্যপে কয় যে বিশ্ববিদ্যালয় খনৰ নিচেই কাষতে এখন সুৰাৰ বিপণী খোলাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা কার্য অতি দুর্ভাগ্যজনক। আবকাৰী বিভাগৰ এই সিদ্ধান্তই বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বুলি তেওঁলোকে মন্তব্য কৰি এই সিদ্ধান্ত তথা অনুমতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aasu unitAgainst wineshopGuwahati UniversityPublic ComplaintWine Shop
publisher

publisher

Related Posts

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d