Egg prices rise:
মহানগৰীৰ বজাৰত কিছুদিন ধৰি প্ৰায়বোৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈ অহাৰ মাজত এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে নিশাটোৰ ভিতৰত বৃদ্ধি হ’ল কণীৰ দাম ৷
ADVERTISEMENT
১৬০ টকীয়া এক প্লেট কণীৰ দাম একেকোবে হ’লগৈ ১৮০ টকা ৷ অৰ্থাৎ প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি কৰা হ’ল ২০ টকাকৈ ৷ অৱশ্যে থলুৱা উদ্যোগীৰ দ্বাৰা প্ৰস্তত কৰা বাহুবলী কণীৰ দাম প্ৰতি প্লেটত বৃদ্ধি কৰা হয় মাত্ৰ ১০ টকাকৈ ৷ পূৰ্বতে প্ৰতি প্লেট বাহুবলী কণীৰ দাম আছিল ২৬০ ৷
এটেনচন যোগান মন্ত্ৰী ৰনজিৎ কুমাৰ দাস ৷ আপোনাৰ কুম্ভকৰ্ণ নিদ্ৰাত থকা বিভাগটোৱে এইবোৰ বিষয়ৰ প্ৰতি চকু দিবনে ৷