Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Price of eggs per plate has increased unexpectedly: অভাৱনীয়ভাৱে প্রতি প্লেট কণীৰ মূল্য ২২০-২৩০ টকালৈ বৃদ্ধি

ৰাজ্যত ১৬ টকাকৈ বিক্ৰী প্ৰতিযোৰ কণী

publisher by publisher
December 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Price of eggs per plate has increased unexpectedly: অভাৱনীয়ভাৱে প্রতি প্লেট কণীৰ মূল্য ২২০-২৩০ টকালৈ বৃদ্ধি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Price of eggs per plate has increased unexpectedly:

মূল্যবৃদ্ধিৰ ভয়াৱহ গ্ৰাসত পৰা দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম। অসমত কিদৰে প্ৰতিবিধি সামগ্ৰীৰ মূল্যই আকাশলংঘী ৰূপ ধাৰণ কৰিছে, তাৰ এই সময়ত অন্যতম উদাহৰণ হ’ল কুকুৰাৰ কণী। কণীৰ মূল্য নির্ধাৰণ কৰে ৰাষ্ট্ৰীয় কণী সমন্বয়ৰক্ষী সমিতি (এনইচিচি) য়ে।

ADVERTISEMENT

এই সমিতিকো মূল্যহীন কৰিছে অসমৰ বজাৰ ব্যৱস্থাই। এনইচিচিয়ে যোগান আৰু চাহিদাৰ ভিত্তিত কণীৰ যি মূল্য প্রতিদিনে ধার্য কৰি আহিছে, তাতকৈ বহু বেছি দামত বজাৰত ই বিক্ৰী হৈ আছে; অর্থাৎ বজাৰ ব্যৱস্থা সম্পূর্ণ নিয়ন্ত্রণহীন হৈ পৰিছে। এই সময়ত বজাৰত কণীৰ যি পৰিমাণত মূল্যবৃদ্ধি হৈছে, তাৰ নিদৰ্শন পূর্বে নাছিল বুলি ব্যৱসায়ীসকলে জনায়। শীতৰ এই সময়ত কণীৰ মূল্য সাধাৰণতে হ্রাস হয় আৰু প্ৰতি প্লেটৰ দাম ১৫০-১৬০ টকালৈ অৱনমিত হয়। ইয়াৰ বিপৰীতে বর্তমান সেই মূল্য ২২০-২৩০ হৈছে। অর্থাৎ স্বাভাৱিক দিনতকৈ ৭০-৮০ টকা পর্যন্ত বৃদ্ধি হৈছে এক প্লেট কণীৰ মূল্য। পোনছাটেই এই মূল্যবৃদ্ধি অভাৱনীয় আৰু সাধাৰণ ৰাইজৰ বাবে দানহ সদৃশ হৈ পৰিছে। অথচ অসমত বুজন সংখ্যক লোকে নিয়মীয়াকৈ কণী খাদ্য হিচাপে গ্রহণ কৰে।

অসম চৰকাৰৰ তথ্য অনুসৰিয়ে ৰাজ্যখনক দৈনিক প্রয়োজন হোৱা কণীৰ পৰিমাণ এক কোটি ৭৪ লাখ। ইয়াৰ বিপৰীতে অসমে দৈনিক নিজাকৈ মাত্র ১৫ লাখ কণীহে উৎপাদন কৰে। আনহাতে, ৰাজ্যখনে দৈনিক বহিঃৰাজ্যৰ পৰা আমদানি কৰে ৩০-৩৫ লাখ কণী। এই কণীৰ সিংহভাগেই আহে অন্ধ্রপ্রদেশৰ পৰা। কিছু সংখ্যক কণী পঞ্জাৱৰ পৰাও আহে।

এনইচিচিৰ মতে, অসমত প্ৰতিটো কণীৰ মূল্য ৬.২২ টকা আৰু তেনেদৰে এক প্লেট কণীৰ মূল্য ১৮৬.৬০ টকা। অথচ ইয়াৰ বিপৰীতে ৰাজ্যত খুচুৰা বজাৰত এযোৰ কণীৰ মূল্য হ’ল ১৬ টকা। অর্থাৎ এটা কণীৰ মূল্য আঠ টকা। তেনেদৰে এক প্লেট কণীৰ মূল্য ২২০ টকাৰ পৰা ২৩০ টকা। এক প্লেটত ৩০ টা কণী থাকে। নিয়ম অনুসৰি, এনইচিচিয়ে ধাৰ্য কৰা মতেহে কণীৰ বজাৰ নিয়ন্ত্রণ হয়। এনে ক্ষেত্ৰত বজাৰত অস্বাভাৱিক উচ্চ মূল্যত কণী বিক্ৰী হোৱাটোৱে চৰকাৰৰ সমগ্ৰ বজাৰ ব্যৱস্থাটোৰ ধোবাংবাং ছবিখনকে উদঙাই দিছে।

অসমৰ উপৰি দেশৰ নিৰ্দিষ্ট কেইখনমান ৰাজ্যত কণীৰ মূল্য বিগত প্রায় এমাহৰ পৰা বৃদ্ধি হৈছে। অসমৰ ক্ষেত্ৰত বৃদ্ধিৰ পৰিমাণ অধিক। ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগকে ধৰি দেশৰ কে’বাখনো ৰাজ্যৰ হাঁহ-কুকুৰা ফেডাৰেছনে স্পষ্ট কৰি দিছে যে দেশত কণীৰ কোনো ধৰণৰ নাটনি সৃষ্টি হোৱা নাই। কুকুৰাৰ খাদ্যৰ মূল্য পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে। ২০২১ৰ পৰা এই বৃদ্ধি বর্তমানলৈ দুগুণ হৈছে। সেই বুলি কণীৰ মূল্য হঠাৎ অস্বাভাৱিক ৰূপত বৃদ্ধি হোৱাৰ ৰাষ্ট্ৰীয় স্তৰত কোনো কাৰণ নাই।

এনে ক্ষেত্ৰত অসমত অভাৱনীয় মূল্যবৃদ্ধি হোৱাটো অস্বাভাৱিক বুলি প্রতিপন্ন হৈছে। এই প্ৰসংগত গুৱাহাটীৰ নাম প্রকাশত অনিচ্ছুক কণীৰ অন্যতম এজন পাইকাৰী ব্যৱসায়ীয়ে ‘দৈনিক অগ্রদূত’ক জনায় যে তেওঁ ট্রাকেৰে অন্ধ্র প্রদেশৰ পৰা কণী আমদানি কৰে। অসমৰ বিভিন্ন জিলাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰো নির্দিষ্ট দুই-এখন বজাৰলৈ নিয়মীয়াকৈ তেওঁ কণী যোগান ধৰে। কণী পৰিবাহী ট্রাকখনে অসমত প্ৰৱেশৰ পৰাই পথে পথে বিভিন্ন পক্ষক কমিছন আদায় দিব লাগে। তাৰে কোনোবাই ৰছিদত টকা লয়, কোনোবাই নলয়। সেই ৰছিদবোৰো কিমান সঁচা সন্দেহজনক। কমিছন নিদিলেই ট্রাকবোৰ আবদ্ধ কৰি ৰখা হয়; অথচ কণী হ’ল এনে সামগ্রী, যাক বেছি দিনলৈ সংৰক্ষণ কৰিব নোৱাৰি।

গতিকে বাধ্য হৈ চালকে বুজা পৰাৰে কমিছন আদায় দিবলৈ বাধ্য হয়। ইয়াৰ প্ৰভাৱ খুচুৰা বজাৰত পৰে। প্ৰসংগক্রমে ব্যৱসায়ীজনে উল্লেখ কৰে যে যোৱা নৱেম্বৰ আৰু চলিত ডিচেম্বৰত মালয়েছিয়া আৰু বাংলাদেশে ভাৰতৰ পৰা পাঁচ কোটি কণী আমদানিৰ ‘অৰ্ডাৰ’ কৰিছিল। গোটেই খিনি নহ’লেও এক বৃহৎ সংখ্যক কণী ভাৰতে এই পর্যন্ত দেশ দুখনলৈ ৰপ্তানি কৰিছে। যোগান পর্যাপ্ত হৈ থকাৰ বাবেই ভাৰতৰ বাবে এয়া সম্ভৱ হৈছে। তেনে ক্ষেত্রত দেশৰ খুচুৰা বজাৰত কণীৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি হোৱাটো গুৰুতৰ বিষয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: per plate has increasedPrice of eggs
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d