Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্ৰহ্মছ দ্বাৰা বিধ্বস্ত হৈ পৰিল পাকিস্তান!নিজেই স্বীকাৰ কৰিলে শ্বাহবাজ শ্বৰীফে

    নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল যাত্রীবাহী বাছ

    Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

    ‘গুৰুদক্ষিণা বিচাৰো পাক অধিকৃত কাশ্মীৰ’, সেনাপ্রধানক গুৰুৰ আদেশ !

    ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 

    NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰিপুন বৰা, গৌৰৱৰ তথ্য বিচাৰি কোন সংস্থাৰ লগত যোগাযোগ কৰিছে

publisher by publisher
May 28, 2025
in News, Assam
Reading Time: 3 mins read
0
 Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা
1
SHARES
7
VIEWS
ShareShareShareShare

Ripun Bora’s Comments :

প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই পাকিস্তানৰে যোগাযোগ থকা বুলি উত্থাপন কৰি অহা অভিযোগসমূহক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হয় প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা প্রাক্তন সাংসদ ৰিপুন বৰা।

ADVERTISEMENT

প্রদেশ কংগ্ৰেছৰ উদ্যোগত মঙলবাৰে ৰাজীৱ ভৱনত দেশৰ প্ৰাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ মৃত্যু বার্ষিকী উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা বৰা মুখ্যমন্ত্রীৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে। উল্লেখ্য যে দুদিন পূর্বে প্রদেশ কংগ্রেছৰ হৈ প্রাক্তন সাংসদ বৰাই এখন সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ উত্থানত শংকিত হৈ গাদী হেৰুওৱাৰ ভয়তে মুখ্যমন্ত্রীয়ে সাংসদজনক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ কৰিছিল। লগতে তেওঁ সাংসদ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্রীয়ে উত্থাপন কৰা পাকিস্তান সম্পর্কিত অভিযোগসমূহ যুক্তিসহকাৰে খণ্ডন কৰিছিল।

RelatedPosts

Gaurav Gogoi’s Press Conference: ইডিয়ে উন্মোচন কৰিলে অসমৰ কয়লা ছিণ্ডিকেট, চিবিআই তদন্তৰ দাবী গৌৰৱৰ

Cm Reaction:নতুন দিল্লীত এক সংবাদমেলত গৌৰৱ গগৈয়ে পাকিস্তান যোৱাৰ কথা স্বীকাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

Gaurav Gogoi Pressmeet In Delhi:অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে

প্ৰসংগক্রমে বৰাই উদাহৰণ দি সাংসদ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা বৈধভাৱে দৰমহা ল’লে আপত্তি ক’ত বুলি উল্লেখ কৰি কে’বাটাও যুক্তি দর্শাইছিল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে তেওঁ উত্থাপন কৰি অহা অভিযোগসমূহৰ সত্যতা প্রাক্তন সাংসদ বৰাই স্বীকাৰ কৰা বুলি দাবী কৰি আন কে’তবোৰ বিস্ফোৰক তথ্য যোগান ধৰিলে বুলি মন্তব্য কৰিছিল। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ বিদেশত থকা ভ্রাতৃয়ে সাংসদ বৰাক জেল ফেৰৎ বুলি কটাক্ষ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয়, ‘মই তিহাৰ জেললৈ যোৱা সকলোৱেই জানে আৰু কিয় গৈছিলো, কাৰ ষড়যন্ত্ৰত গৈছিলো, কোনে ষড়যন্ত্ৰ কৰিছিল সকলোৱে জানে। লগতে মহামান্য আদালতে মোক দোষমুক্ত ঘোষণা কৰিছে।

এতিয়া মই প্রশ্ন কৰো যে টাডা আইন, অবৈধ মাৰণাস্ত্র আইনৰ অধীনত এজন প্রাক্তন আলফা, এজন প্রাক্তন ছাত্র নেতা গ্ৰেপ্তাৰ হৈ জেলত থকাৰ পাছত তেওঁ যে অসমৰ মুখ্যমন্ত্ৰী হ’ল এইটো কি হ’ব? ইয়াৰো উত্তৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ট্ৰ’ল বাহিনীয়ে দিয়ক।’ লগতে প্রাক্তন সাংসদজনে মুখ্যমন্ত্ৰীৰ ভ্রাতৃক উদ্দেশি কয়, ‘মুখ্যমন্ত্ৰীৰ ভ্রাতৃক সম্মান কৰো আৰু অনুৰোধ কৰিছো যে আমি ৰাজনীতিহে কৰিছো। তেৱেই দেখোন সিদিনা ফেচবুকত লিখিছিল, পৰিয়ালক টানিব নালাগে। হিমন্ত বিশ্বৰ লগত আমাৰ ৰাজনৈতিক আদর্শগত যুদ্ধ। তেওঁতো ৰাজনীতি নকৰে, কিয় সোমাইছে?’

#কিহৰ কাৰণে এজন মুখ্যমন্ত্ৰী হৈ ছবি চুৰি কৰিছিল উত্তৰ দিয়ক

ইফালে, মুখ্যমন্ত্ৰীলৈ পুনৰ প্ৰশ্নবাণ এৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে কয়, ‘মুখ্যমন্ত্রীৰ আগৰে পৰা এটা নিয়ম আছে যে বিষয়বস্তুক অন্য দিশলৈ লৈ যোৱা। তেওঁৰ ওচৰত ক’বলৈ মাল-মছলা একো নাই, সেই কাৰণে তেওঁ বিষয়বস্তু এতিয়া অন্য দিশত নিবলৈ বিচাৰিছে। দুদিন পূর্বে মই সংবাদমেল পাতি মুখ্যমন্ত্রীক ১০-১২টা প্রশ্ন কৰিছিলো; কিন্তু ইয়াৰ বিপৰীতে তেওঁ বিষয়বস্তু অন্য দিশলৈ নিবলৈ চেষ্ট কৰিছে।’ মুখ্যমন্ত্রীক প্রত্যাহান জনাই তেওঁ কয়, ‘মুখ্যমন্ত্ৰীয়ে দুটা প্ৰশ্নৰ উত্তৰ দিয়ক, মই তেওঁৰ ওচৰত আত্মসমর্পণ কৰিম।

মুখ্যমন্ত্রীয়ে কৈছে তেওঁৰ হাতত স্পষ্ট প্রমাণ আছে যে গৌৰৰ গগৈ চোৰাংকৈ পাকিস্তানলৈ গৈছিল আৰু আইএছআইৰ নিমন্ত্ৰণত গৈছিল। ১০ ছেপ্টেম্বৰত তেওঁ সকলো উলিয়াই দিব। এতিয়া মই প্রশ্ন কৰিছো যে ইমান যদি শক্তিশালী প্রমাণ আছেই, আপুনি কিহৰ কাৰণে এজন মুখ্যমন্ত্রী হৈ ছবি চুৰি কৰিছিল? আপুনি কিহৰ কাৰণে দুখন ছবি হেৰফেৰৰ কাম কৰিছিল?’ উল্লেখ্য যে সাংসদ গগৈৰ ফটো সম্বলিত পাকিস্তান দূতাবাস আৰু আট্টাৰী সীমান্তৰ দুখন ফটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰি সাংসদ গগৈৰ পাকিস্তান সম্পৰ্কৰ অভিযোগ তুলিছিল।

এই দুয়োখন ফটো বিকৃত কৰা হৈছিল বুলি কংগ্ৰেছে দাবী কৰি আহিছে। এই সন্দর্ভত প্রাক্তন সাংসদজনে কয়, ‘২০১৫ৰ ন ছেপ্টেম্বৰত দিল্লীস্থিত পাকিস্তান দূতাবাসত তেওঁলোকৰ নিয়মীয়া বক্তৃতানুষ্ঠান আছিল। মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষার্থীক আমন্ত্ৰণ কৰি অনুষ্ঠিত এই বক্তৃতানুষ্ঠানৰ কথা পাছফালৰ বেনাৰত স্পষ্টকে লিখা আছিল। এই বক্তৃতানুষ্ঠান ৰাষ্ট্ৰীয় সাংবাদ মাধ্যমত বাতৰি হৈছে।

মুখ্যমন্ত্রীজন ইমান তললৈ গৈছে যে এই অনুষ্ঠানৰ পাছফালৰ বেনাৰখনৰ কিছু আখৰ মচি তেওঁ ক’লে যে গৌৰৱ গগৈয়ে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক প্রশিক্ষণ দিবলৈ পাকিস্তান দূতাবাসলৈ লৈ গৈছিল। মুখ্যমন্ত্রীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক কি কাৰণত ফটোখন বিকৃত কৰিছিল।’ দ্বিতীয়তে ২০১৯ ত সংসদৰ সন্মুখত পত্নীৰ স’তে সাংসদ গগৈয়ে উঠা ফটোখন কাটি নি কি কাৰণে আট্টাৰী সীমান্তৰ গেটৰ তলত লগাই এইদৰে পলাই গৈছিল বুলি কাৰচাজি কৰিছিল বুলিও তেওঁ মুখ্যমন্ত্রীক প্রশ্ন কৰে।

#যদি বিধিসম্মতভাবে পাকিস্তান চৰকাৰৰ পৰা দৰমহা পায় ক’বলগীয়া কি আছে

আনহাতে, সাংসদ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা পায় বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত তেওঁ কয়, ‘অজিত ডোভালৰ ল’ৰাই যদি পাকিস্তানত ব্যৱসায় কৰি থাকিব পাৰে, আদানী-আম্বানীয়ে যদি ব্যবসায় কৰি থাকিব পাৰে; আমি তেওঁলোকৰ দেশপ্রেমক কোনো দিনে সন্দেহ কৰা নাই, কাৰণ তেওঁলোকে বিধি সন্মতভাবে কৰিছে। সেই একেদৰেই সাংসদ গগৈৰ পত্নীয়ে এনজিঅ’ত কাম কৰিছে। যদি বিধি সম্মতভাৱে পকিস্তান চৰকাৰৰ পৰা তেওঁ দৰমহা পাইছে, তাত আমাৰ ক’বলগীয়া কি আছে? মই এই কথাটোহে সেইদিনা কৈছিলো। কেৱল গৌৰৱ গগৈৰ পত্নীয়েই নহয়, পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈ থকা বহু ভাৰতীয় তাত আছে আৰু বহু পাকিস্তানী ভাৰতত আছে। গতিকে এইসকলক লৈ মুখ্যমন্ত্ৰীৰ স্থিতি কি?’

# তথ্য বিচাৰি পাকিস্তানৰ কোন এজেন্সীৰ লগত যোগাযোগ কৰিছে

ইফালে, ১০ ছেপ্টেম্বৰত সাংসদ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সত্যতাৰ প্ৰমাণ দিব বুলি মুখ্যমন্ত্রীয়ে কৈ অহা মন্তব্য সন্দৰ্ভত কংগ্রেছৰ জ্যেষ্ঠ নেতাজনে কয়, ‘মুখ্যমন্ত্রীয়ে কৈ আহিছে যে তেওঁলোকে পাকিস্তানৰ লগত যোগাযোগ কৰি আছে। বহু তথ্য আহিছে আৰু বহু তথ্য আহিবলৈ বাকী আছে, সময়ৰ প্রয়োজন হ’ব, সেয়ে ১০ ছেপ্টেম্বৰ লৈছো। এক সুন্দৰ উত্তৰ দিছে মুখ্যমন্ত্রীয়ে; কিন্তু মই মুখ্যমন্ত্রীক সুধিব খুজিছো যে আজি পাকিস্তানৰ লগত আমাৰ যুদ্ধ চলি আছে।

সিন্দুৰ অভিযান শেষ হোৱাই নাই। যুদ্ধ চলি থকা অৱস্থাত মুখ্যমন্ত্ৰীয়ে কাৰ লগত , কোন এজেন্সীৰ লগত যোগাযোগ কৰিছে? কাৰণ মুখ্যমন্ত্ৰীয়েতো পাকিস্তানৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব নোৱাৰে? পাকিস্তানৰ লগত যোগাযোগ কৰিলে ভাৰত চৰকাৰে কৰিব, তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীহে। মুখ্যমন্ত্ৰীয়ে যে কৈ আছে যোগাযোগ কৰি আছে বুলি সেয়াও তেওঁ দেশবাসীৰ আগত কওক। যুদ্ধৰ সময়ত পাকিস্তানত মুখ্যমন্ত্ৰীৰ লগত কোন এনে শক্তিশালী এজেন্সী আছে, যাৰ লগত তেওঁ যোগাযোগ কৰি আছে। এই সন্দর্ভতো এছআইটি হ’ব লাগে।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gaurav GogoiPakistan Visit IssuRipan bore's Comments
publisher

publisher

Related Posts

ব্ৰহ্মছ দ্বাৰা বিধ্বস্ত হৈ পৰিল পাকিস্তান!নিজেই স্বীকাৰ কৰিলে শ্বাহবাজ শ্বৰীফে
News

May 29, 2025
নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল যাত্রীবাহী বাছ
News

নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল যাত্রীবাহী বাছ

May 29, 2025
Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম
News

Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

May 29, 2025
‘গুৰুদক্ষিণা বিচাৰো পাক অধিকৃত কাশ্মীৰ’, সেনাপ্রধানক গুৰুৰ আদেশ !
India

‘গুৰুদক্ষিণা বিচাৰো পাক অধিকৃত কাশ্মীৰ’, সেনাপ্রধানক গুৰুৰ আদেশ !

May 29, 2025
ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 
News

ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 

May 29, 2025
NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল
News

NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল

May 29, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d