Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চীনৰ সহায়েৰে আইএছআইৰ পৰিকল্পনা

publisher by publisher
December 8, 2020
in News
Reading Time: 1 min read
0
চীনৰ সহায়েৰে আইএছআইৰ পৰিকল্পনা
1
SHARES
6
VIEWS
ShareShareShareShare

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ পৰিকল্পনাত ভাৰতলৈ চোৰাংকৈ সৰবৰাহ হৈ আছে নিষিদ্ধ মাদক দ্রব্য। চোৰাং সৰবৰাহকাৰীক এই ক্ষেত্ৰত চীনেও সহায় কৰাৰ অভিযােগ উঠিছে। শ্রীলংকাৰ উপকূলৰ পৰা সিংঘলী উপকূলৰক্ষীয়ে কালি চোৰাং সৰবৰাহকাৰীৰ এটা চক্রক আটক কৰাৰ পাছতে এই ভয়াৱহ তথ্য পােহৰলৈ আহে। চোৰাং সৰবৰাহকাৰীৰ জিম্মাৰ পৰা ২১ হেজাৰ কোটি টকা মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে।উল্লেখ্য যে কিছুদিন পূর্বে ভাৰতীয় উপকূলৰক্ষীয়ে তামিলনাডুৰ উপকূলৰ পৰা এশ কেজি হেৰ’ইন সহ শ্রীলংকাৰ ছজন নাগৰিকক গ্রেপ্তাৰ কৰিছিল।

ADVERTISEMENT

তেতিয়াই প্রকাশ পাইছিল যে আইএছআইৰ পৰিকল্পনাত পাকিস্তান আৰু শ্ৰীলংকাৰ চোৰাং সৰবৰাহকাৰীয়ে সমুদ্রপথেৰে ভাৰত তথা অন্যান্য দেশলৈ মাদক দ্রব্য সৰবৰাহ কৰি আছে। কালি চাৰিজন চোৰাং সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পাছত শ্রীলংকাৰ উপকুলীয়েও ইয়াৰ প্রমাণ পালে। স্থানীয় সূত্রই জনােৱা মতে,দেওবাৰে নির্দিষ্ট সূত্ৰৰ ভিত্তিত শ্রীলংকাৰ মাৱিলা থােড়ুৱাৱা বন্দৰৰ সমীপত এখন নাও আটক কৰে আবকাৰী দপ্তৰৰ এটা দলে। নাওখনত তালাচী চলাই এশ কেজি হেৰ’ইন আৰু এশ কেজি মেথামফেটামাইন আইচ জব্দ কৰে। এই মাদক দ্রব্যসমূহৰ আনুমানিক বজাৰ মূল্য প্রায় ২১ হেজাৰ কোটি টকা।

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

অভিযানকাৰীদলে নাওখনত থকা চাৰিজন লােকক গ্রেপ্তাৰ কৰে। ইপিনে, শ্রীলংকা প্রশাসনৰ এক সূত্রই জনাইছে যে উক্ত মাদক দ্রব্য পাকিস্তানৰ ধােও অঞ্চলৰ পৰা চীন নিয়ন্ত্রিত গােৱাদাৰ বন্দৰ হৈ শ্রীলংকাৰ মাৰাৱিলা থােড়ুৱাৱা বন্দৰলৈ অনা হৈছিল। ধৃকসকলে জেৰাত স্বীকাৰ কৰা মতে, চীনৰ সহযােগত আৰু পাক গুপ্তচৰ সংস্থা আইএছআইৰ পৰিকল্পনা অনুসৰিয়ে এই চোৰাং সৰবৰাহ অব্যাহত আছিল। এই চোৰাং সৰবৰাহৰ অন্তৰালত ডুবাইত আত্মগােপন কৰি থকা কুখ্যাত মাদক সৰবৰাহকাৰী জুদেৰ গেং আছে বুলি সন্দেহ কৰা হৈছে।

প্রধানকৈ মালদ্বীপ আৰু শ্ৰীলংকাৰ মাজত থকা সমুদ্রপথ ব্যৱহাৰ কৰিয়েই মাদক সৰবৰাহ অব্যাহত আছে বুলিয়ে তদন্তকাৰী দলে তথ্য লাভ কৰিছে। উল্লেখ্য যে কিছুদিনৰ পূর্বে তামিলনাডুৰ দক্ষিণ উপকূল থুথুকড়িৰ সমীপত জব্দ কৰা এখন নাৱৰ পৰা ৯৯টা পেকেটত প্রায় এশ কেজি হেৰ’ইন উদ্ধাৰ হৈছিল।সমান্তৰালকৈ ২০টা সৰু বাকচত ছিন্থেটিক ড্রাগছ পােৱা গৈছিল। উক্ত অভিযানত গ্রেপ্তাৰ হােৱা ছজন চোৰাং সৰবৰাহকাৰীৰ পৰা পাঁচটা নাইন এমএম পিষ্টলাে জব্দ কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaPakistanSri Lanka
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d