Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rajkanya Baruah Accident Case:ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা

publisher by publisher
September 5, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Rajkanya Baruah Accident Case:ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Rajkanya Baruah Accident Case:

বহু চৰ্চিত তথা ৰাজ্য জোঁকাৰি যোৱা ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ পৰা অৱশেষত দোষমুক্ত হ’ল চিকিৎসক নৱনীল বৰুৱা।

ADVERTISEMENT

দিছপুৰ আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০(বি)/২০১/২১২ ধাৰাত ৩৭20/2021 নম্বৰত ৰুজু কৰা গোচৰত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণী সত্ৰ ন্যায়াধীশ আদালতে শুনানি গ্রহণ কৰি উপযুক্ত তথ্য-প্রমাণ নথকাত চিকিৎসক বৰুৱাক গোচৰটোৰ পৰা যোৱা ২১ আগষ্টত খালাচ দিয়ে।

উল্লেখ্য যে ন্যায়াধীশ ভাস্কৰ দাস বিচাৰপীঠে গোচৰটোত আৰক্ষীয়ে দাখিল কৰা তথ্য-প্ৰমাণ আৰু অভিযোগনামাৰ উপৰি দিছপুৰ আৰক্ষী, জিএনআৰচিৰ চিকিৎসক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকসহ মুঠ আঠজনকৈ লোকৰ সাক্ষ্য গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ উদ্ধৃতি দি ড° বৰুৱাক ক্লীনশ্বিট দিয়ে।

উল্লেখ্য যে ২০২১ৰ পহিলা অক্টোবৰৰ নিশা উপ- ৰাষ্ট্ৰপতিৰ আগমনৰ উপলক্ষে আঠজনকৈ শ্ৰমিকে ৰুক্মিণী গাঁৱৰ কালভাৰ্টৰ সমীপত কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে সান্ধ্য আইন ভংগ কৰি বিলাসী হোটেল তাজ ভিভাণ্টাত পাৰ্টি কৰি সুৰামত্ত হৈ বাহন চলাই অহা মডেল ৰাজকন্যা বৰুৱাই কৰ্মৰত অৱস্থাত থকা আঠজনকৈ শ্ৰমিকক মহটিয়াই নিছিল।

ইয়াৰে এজন শ্রমিকে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈছিল। ইয়াৰ পাছতে এই সমগ্ৰ ঘটনাৰ পৰা ৰাজকন্যাক বচাবলৈ এটা পক্ষ উঠি-পৰি লাগিছিল। এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰাৰ পাছতে দিছপুৰ আৰক্ষী সক্ৰিয় হৈছিল।

প্ৰথম অৱস্থাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল যদিও ৰাজকন্যা জিএনআৰচি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।

শেষত ৰাজ্যজুৰি চৰকাৰ আৰু আৰক্ষীৰ সমালোচনা হোৱাৰ পাছত জিএনআৰচি হাস্পতালৰ পৰাই ৰাজকন্যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ গোটে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰাজকন্যা সুস্থ বুলি প্রতিবেদন দিয়াত চিকিৎসাৰ ভুৱা তথ্য দিয়া অভিযোগত জিএনআৰচিৰ চিকিৎসক বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেৰা চলাইছিল।

অৱশ্যে সেই সময়ত বৰুৱাই জামিন লাভ কৰিছিল আৰু প্ৰায় দুটা বছৰৰ পাছত আদালতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ চলাবলৈ উপযুক্ত তথ্য-প্রমাণ নোপোৱাত তেওঁক খালাচ দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Court AcquittedDr.Navaanil BaruahRajkanya Baruah Accident Case
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d