Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰিপুন বৰা, গৌৰৱৰ তথ্য বিচাৰি কোন সংস্থাৰ লগত যোগাযোগ কৰিছে

publisher by publisher
May 28, 2025
in Assam, News
Reading Time: 3 mins read
0
 Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Ripun Bora’s Comments :

প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই পাকিস্তানৰে যোগাযোগ থকা বুলি উত্থাপন কৰি অহা অভিযোগসমূহক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হয় প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা প্রাক্তন সাংসদ ৰিপুন বৰা।

ADVERTISEMENT

প্রদেশ কংগ্ৰেছৰ উদ্যোগত মঙলবাৰে ৰাজীৱ ভৱনত দেশৰ প্ৰাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ মৃত্যু বার্ষিকী উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা বৰা মুখ্যমন্ত্রীৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে। উল্লেখ্য যে দুদিন পূর্বে প্রদেশ কংগ্রেছৰ হৈ প্রাক্তন সাংসদ বৰাই এখন সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ উত্থানত শংকিত হৈ গাদী হেৰুওৱাৰ ভয়তে মুখ্যমন্ত্রীয়ে সাংসদজনক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ কৰিছিল। লগতে তেওঁ সাংসদ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্রীয়ে উত্থাপন কৰা পাকিস্তান সম্পর্কিত অভিযোগসমূহ যুক্তিসহকাৰে খণ্ডন কৰিছিল।

প্ৰসংগক্রমে বৰাই উদাহৰণ দি সাংসদ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা বৈধভাৱে দৰমহা ল’লে আপত্তি ক’ত বুলি উল্লেখ কৰি কে’বাটাও যুক্তি দর্শাইছিল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে তেওঁ উত্থাপন কৰি অহা অভিযোগসমূহৰ সত্যতা প্রাক্তন সাংসদ বৰাই স্বীকাৰ কৰা বুলি দাবী কৰি আন কে’তবোৰ বিস্ফোৰক তথ্য যোগান ধৰিলে বুলি মন্তব্য কৰিছিল। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ বিদেশত থকা ভ্রাতৃয়ে সাংসদ বৰাক জেল ফেৰৎ বুলি কটাক্ষ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয়, ‘মই তিহাৰ জেললৈ যোৱা সকলোৱেই জানে আৰু কিয় গৈছিলো, কাৰ ষড়যন্ত্ৰত গৈছিলো, কোনে ষড়যন্ত্ৰ কৰিছিল সকলোৱে জানে। লগতে মহামান্য আদালতে মোক দোষমুক্ত ঘোষণা কৰিছে।

এতিয়া মই প্রশ্ন কৰো যে টাডা আইন, অবৈধ মাৰণাস্ত্র আইনৰ অধীনত এজন প্রাক্তন আলফা, এজন প্রাক্তন ছাত্র নেতা গ্ৰেপ্তাৰ হৈ জেলত থকাৰ পাছত তেওঁ যে অসমৰ মুখ্যমন্ত্ৰী হ’ল এইটো কি হ’ব? ইয়াৰো উত্তৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ট্ৰ’ল বাহিনীয়ে দিয়ক।’ লগতে প্রাক্তন সাংসদজনে মুখ্যমন্ত্ৰীৰ ভ্রাতৃক উদ্দেশি কয়, ‘মুখ্যমন্ত্ৰীৰ ভ্রাতৃক সম্মান কৰো আৰু অনুৰোধ কৰিছো যে আমি ৰাজনীতিহে কৰিছো। তেৱেই দেখোন সিদিনা ফেচবুকত লিখিছিল, পৰিয়ালক টানিব নালাগে। হিমন্ত বিশ্বৰ লগত আমাৰ ৰাজনৈতিক আদর্শগত যুদ্ধ। তেওঁতো ৰাজনীতি নকৰে, কিয় সোমাইছে?’

#কিহৰ কাৰণে এজন মুখ্যমন্ত্ৰী হৈ ছবি চুৰি কৰিছিল উত্তৰ দিয়ক

ইফালে, মুখ্যমন্ত্ৰীলৈ পুনৰ প্ৰশ্নবাণ এৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে কয়, ‘মুখ্যমন্ত্রীৰ আগৰে পৰা এটা নিয়ম আছে যে বিষয়বস্তুক অন্য দিশলৈ লৈ যোৱা। তেওঁৰ ওচৰত ক’বলৈ মাল-মছলা একো নাই, সেই কাৰণে তেওঁ বিষয়বস্তু এতিয়া অন্য দিশত নিবলৈ বিচাৰিছে। দুদিন পূর্বে মই সংবাদমেল পাতি মুখ্যমন্ত্রীক ১০-১২টা প্রশ্ন কৰিছিলো; কিন্তু ইয়াৰ বিপৰীতে তেওঁ বিষয়বস্তু অন্য দিশলৈ নিবলৈ চেষ্ট কৰিছে।’ মুখ্যমন্ত্রীক প্রত্যাহান জনাই তেওঁ কয়, ‘মুখ্যমন্ত্ৰীয়ে দুটা প্ৰশ্নৰ উত্তৰ দিয়ক, মই তেওঁৰ ওচৰত আত্মসমর্পণ কৰিম।

মুখ্যমন্ত্রীয়ে কৈছে তেওঁৰ হাতত স্পষ্ট প্রমাণ আছে যে গৌৰৰ গগৈ চোৰাংকৈ পাকিস্তানলৈ গৈছিল আৰু আইএছআইৰ নিমন্ত্ৰণত গৈছিল। ১০ ছেপ্টেম্বৰত তেওঁ সকলো উলিয়াই দিব। এতিয়া মই প্রশ্ন কৰিছো যে ইমান যদি শক্তিশালী প্রমাণ আছেই, আপুনি কিহৰ কাৰণে এজন মুখ্যমন্ত্রী হৈ ছবি চুৰি কৰিছিল? আপুনি কিহৰ কাৰণে দুখন ছবি হেৰফেৰৰ কাম কৰিছিল?’ উল্লেখ্য যে সাংসদ গগৈৰ ফটো সম্বলিত পাকিস্তান দূতাবাস আৰু আট্টাৰী সীমান্তৰ দুখন ফটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰি সাংসদ গগৈৰ পাকিস্তান সম্পৰ্কৰ অভিযোগ তুলিছিল।

এই দুয়োখন ফটো বিকৃত কৰা হৈছিল বুলি কংগ্ৰেছে দাবী কৰি আহিছে। এই সন্দর্ভত প্রাক্তন সাংসদজনে কয়, ‘২০১৫ৰ ন ছেপ্টেম্বৰত দিল্লীস্থিত পাকিস্তান দূতাবাসত তেওঁলোকৰ নিয়মীয়া বক্তৃতানুষ্ঠান আছিল। মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষার্থীক আমন্ত্ৰণ কৰি অনুষ্ঠিত এই বক্তৃতানুষ্ঠানৰ কথা পাছফালৰ বেনাৰত স্পষ্টকে লিখা আছিল। এই বক্তৃতানুষ্ঠান ৰাষ্ট্ৰীয় সাংবাদ মাধ্যমত বাতৰি হৈছে।

মুখ্যমন্ত্রীজন ইমান তললৈ গৈছে যে এই অনুষ্ঠানৰ পাছফালৰ বেনাৰখনৰ কিছু আখৰ মচি তেওঁ ক’লে যে গৌৰৱ গগৈয়ে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক প্রশিক্ষণ দিবলৈ পাকিস্তান দূতাবাসলৈ লৈ গৈছিল। মুখ্যমন্ত্রীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক কি কাৰণত ফটোখন বিকৃত কৰিছিল।’ দ্বিতীয়তে ২০১৯ ত সংসদৰ সন্মুখত পত্নীৰ স’তে সাংসদ গগৈয়ে উঠা ফটোখন কাটি নি কি কাৰণে আট্টাৰী সীমান্তৰ গেটৰ তলত লগাই এইদৰে পলাই গৈছিল বুলি কাৰচাজি কৰিছিল বুলিও তেওঁ মুখ্যমন্ত্রীক প্রশ্ন কৰে।

#যদি বিধিসম্মতভাবে পাকিস্তান চৰকাৰৰ পৰা দৰমহা পায় ক’বলগীয়া কি আছে

আনহাতে, সাংসদ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা পায় বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত তেওঁ কয়, ‘অজিত ডোভালৰ ল’ৰাই যদি পাকিস্তানত ব্যৱসায় কৰি থাকিব পাৰে, আদানী-আম্বানীয়ে যদি ব্যবসায় কৰি থাকিব পাৰে; আমি তেওঁলোকৰ দেশপ্রেমক কোনো দিনে সন্দেহ কৰা নাই, কাৰণ তেওঁলোকে বিধি সন্মতভাবে কৰিছে। সেই একেদৰেই সাংসদ গগৈৰ পত্নীয়ে এনজিঅ’ত কাম কৰিছে। যদি বিধি সম্মতভাৱে পকিস্তান চৰকাৰৰ পৰা তেওঁ দৰমহা পাইছে, তাত আমাৰ ক’বলগীয়া কি আছে? মই এই কথাটোহে সেইদিনা কৈছিলো। কেৱল গৌৰৱ গগৈৰ পত্নীয়েই নহয়, পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈ থকা বহু ভাৰতীয় তাত আছে আৰু বহু পাকিস্তানী ভাৰতত আছে। গতিকে এইসকলক লৈ মুখ্যমন্ত্ৰীৰ স্থিতি কি?’

# তথ্য বিচাৰি পাকিস্তানৰ কোন এজেন্সীৰ লগত যোগাযোগ কৰিছে

ইফালে, ১০ ছেপ্টেম্বৰত সাংসদ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সত্যতাৰ প্ৰমাণ দিব বুলি মুখ্যমন্ত্রীয়ে কৈ অহা মন্তব্য সন্দৰ্ভত কংগ্রেছৰ জ্যেষ্ঠ নেতাজনে কয়, ‘মুখ্যমন্ত্রীয়ে কৈ আহিছে যে তেওঁলোকে পাকিস্তানৰ লগত যোগাযোগ কৰি আছে। বহু তথ্য আহিছে আৰু বহু তথ্য আহিবলৈ বাকী আছে, সময়ৰ প্রয়োজন হ’ব, সেয়ে ১০ ছেপ্টেম্বৰ লৈছো। এক সুন্দৰ উত্তৰ দিছে মুখ্যমন্ত্রীয়ে; কিন্তু মই মুখ্যমন্ত্রীক সুধিব খুজিছো যে আজি পাকিস্তানৰ লগত আমাৰ যুদ্ধ চলি আছে।

সিন্দুৰ অভিযান শেষ হোৱাই নাই। যুদ্ধ চলি থকা অৱস্থাত মুখ্যমন্ত্ৰীয়ে কাৰ লগত , কোন এজেন্সীৰ লগত যোগাযোগ কৰিছে? কাৰণ মুখ্যমন্ত্ৰীয়েতো পাকিস্তানৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব নোৱাৰে? পাকিস্তানৰ লগত যোগাযোগ কৰিলে ভাৰত চৰকাৰে কৰিব, তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীহে। মুখ্যমন্ত্ৰীয়ে যে কৈ আছে যোগাযোগ কৰি আছে বুলি সেয়াও তেওঁ দেশবাসীৰ আগত কওক। যুদ্ধৰ সময়ত পাকিস্তানত মুখ্যমন্ত্ৰীৰ লগত কোন এনে শক্তিশালী এজেন্সী আছে, যাৰ লগত তেওঁ যোগাযোগ কৰি আছে। এই সন্দর্ভতো এছআইটি হ’ব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav GogoiPakistan Visit IssuRipan bore's Comments
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d