Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Manipur:মণিপুৰত ৰাষ্ট্ৰপতি শাসনক বিদায় দি পুনৰ চৰকাৰ গঠনৰ বাবে তৎপৰ হৈছে বিজেপি

চৰকাৰ বিচাৰি ৰাজ্যপালক সাক্ষাৎ আঠ বিজেপি-এজন এনপিপি-এজন নির্দলীয় বিধায়কৰ,৪৪ বিধায়ক সম্মত হোৱা বুলি দাবী

publisher by publisher
May 29, 2025
in News, India
Reading Time: 2 mins read
0
Manipur:মণিপুৰত ৰাষ্ট্ৰপতি শাসনক বিদায় দি পুনৰ চৰকাৰ গঠনৰ বাবে তৎপৰ হৈছে বিজেপি
1
SHARES
6
VIEWS
ShareShareShareShare

Manipur:

চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ চৰকাৰ গঠনৰ যো-জা আৰম্ভ কৰিলে বিজেপিয়ে। গোষ্ঠী সংঘর্ষত বিগত প্রায় দুবছৰে জৰ্জৰিত  ৰাজ্য খনত অব্যাহত থকা ৰাষ্ট্ৰপতিৰ শাসনৰ অন্ত পেলাই বিজেপিয়ে চৰকাৰ গঠনৰ দাবী জনাইছে।

ADVERTISEMENT

বিজেপি বিধায়ক আৰু প্রাক্তন মন্ত্রী থকচম ৰাধে শ্যামে বুধবাৰে দাবী কৰে যে ৪৪ জন বিধায়কে ৰাইজৰ ইচ্ছা পূৰণ কৰি চৰকাৰ গঠন কৰিবলৈ সম্মত হৈছে। অবশ্যে কেন্দ্রীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত ল’ব। সংবাদ মাধ্যমক এই কথা জনোৱাৰ পূর্বে থকচম আৰু আন নজনসহ মুঠ ১০ বিধায়কে ৰাষ্ট্রপতি শাসন প্রত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰি ইম্ফলৰ ৰাজভৱনত ৰাজ্যপাল এ কে ভল্লাক সাক্ষাৎ কৰে।

RelatedPosts

No Content Available

বিজেপিৰ আঠজনসহ মুঠ ১০ জনীয়া এনডিএৰ বিধায়কৰ দলটোৱে ৰাজাপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। এই কথা সদৰী কবি থকচনে কয় যে তেওঁলোকে এখন জনপিয় চৰকাৰ গঠনৰ বাবে ৪৪ জন বিধায়ক সম্মত হোৱা বুলি ৰাজ্যপালক জনাইছে। ৰাজ্যপালে বিষয়টো সম্পর্কত ৰাষ্ট্ৰপতি শাসনক বিদায় দি তেওঁলোকৰ ভাষ্য শুনাৰ পাছত ৰাইজৰ স্বাৰ্থৰ হকে প্রয়োজনীয় ব্যৱস্থা ল’ব বুলি সঁহাৰি জনোৱাৰ বিষয়েও অৱগত কৰে থকচমে।

থকচমে কয়, ‘আমি এক ৰাষ্ট্রীয় দল। অৱশ্যে আমি যিদৰে সাজু হৈছো, সেয়া চৰকাৰ গঠনৰ দাবীৰ সমর্থক। অধ্যক্ষই ব্যক্তিগতভাবে আৰু যৌথভাৱেও বিধায়কসকলক সাক্ষাৎ কৰিছে। চৰকাৰ গঠনৰ বিষয়টোত কোনেও বিৰোধিতা কৰা নাই।’ তেওঁ কয় যে সম্প্রতি ৰাইজে এক কঠিন ব্যৱস্থাৰ মাজেৰে জীৱন যাপন কৰিবলগীয়া হৈছে। থকচমে কয়, ‘ইয়াৰ পূৰ্বৰ কাৰ্যকালত দুবছৰ ক’ভিডৰ বাবেই লোকচান হ’ল আৰু এই কার্যকালত সংঘৰ্ষৰ বাবে দুটা বছৰ লোকচান হ’ল।’ ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী এন বীৰেন সিঙেও কালি ৰাজ্যপালক সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে যোবা এপ্রিলত মণিপুৰৰ ২১ জন বিধায়কে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। প্রধানমন্ত্রীক তেওঁলোকে আহ্বান জনাইছিল যে মণিপুৰত পুনৰ চৰকাৰ গঠন কৰিব লাগে। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰা দলটোৰ ভিতৰত এজন এনপিপি বিধায়কৰ উপৰি এজন নির্দলীয় বিধায়কো আছিল। নির্দলীয় বিধায়ক নিশিকান্ত সিঙে কয়, ‘আমি আশা কৰিছো যে শীঘ্ৰে মণিপুৰত চৰকাৰ গঠন হ’ব। আমি ৰাজ্যপালক এখন পত্র অর্পণ কৰিছো। এই পত্ৰত আমাক সমর্থন জনোৱা বিধায়কসকলৰ স্বাক্ষৰ আছে। মুঠ ২২ জনে এই পত্ৰত চহী কৰিছে।’ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Formation Of GovtGovernor meetsManipur Political SituationNda Mla Team
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d