Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

Omicron :পৰীক্ষণ বৃদ্ধি কৰাৰ নির্দেশ কেন্দ্রৰ

publisher by publisher
December 1, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
Omicron :পৰীক্ষণ বৃদ্ধি কৰাৰ নির্দেশ কেন্দ্রৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

বাৰে বাৰে চৰিত্র বদলি কৰি কৰ’না ভাইৰাছৰ অ’মিক্রন ভেৰিয়েন্ট বিপজ্জনক হৈ উঠিলেও আৰটি-পিচিআৰ আৰু ৰেপিড এন্টিজেন পৰীক্ষাত তাক চিহ্নিত কৰা সম্ভৱ । সেয়ে সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলক কৰ’না পৰীক্ষণ বঢ়াবলৈ নিৰ্দেশ দিছে কেন্দ্র‌ই । আকাশ, জল আৰু স্থলপথৰে অন্য দেশৰ পৰা ভাৰতলৈ অহা সকলৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আজি ৰাজ্যসমূহক পুনৰ স্মৰণ কৰি দিয়া হয় ।

ADVERTISEMENT

ভাৰতত এই পৰ্যন্ত কোনো ৰোগীৰ শৰীৰত অ’মিক্রন ভেৰিয়েন্টৰ সন্ধান পোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবিয়‌ই আজি ৰাজ্যসভাত জনাইছে । অহা বৃহস্পতিবাৰে লোকসভাত ক’ভিড সম্পৰ্কত আলোচনা হ’ব ।

অ’মিক্রন-আতংকৰ সময়তে জনস্বাস্থ্যৰ পৰিস্থিতি পর্যালোচনা কৰিবলৈ আজি ৰাজ্যসমূহৰ স’তে ভার্চুৱেল বৈঠক কৰে কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে । আন্তর্জাতিক উৰনৰ যাত্রীসকলৰ ক্ষেত্রত কেন্দ্রৰ নির্দেশনা অনুযায়ী ৰাজ্যসমূহক পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে কেন্দ্রীয় বিষয়াসকলে জনায়, কৰ’নাৰ পজিটিভ ছেম্পলসমূহ জিনোম ছিকোৱেন্সৰ বাবে অবিলম্বে ‘ইনচাকগ’ৰ পৰীক্ষাগাৰত প্ৰেৰণ কৰিব লাগিব ।

সংক্রমিতসকলৰ সংস্পর্শত অহা সকলক চিহ্নিত কৰি ১৪ দিনৰ পৰ্যবেক্ষণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে । কোনো ঠাইত বাৰম্বাৰ (ক্লাষ্টাৰ) সংক্রমণ চিহ্নিত হ’লে সেই ঠাইত পৰ্যবেক্ষণ বৃদ্ধি কৰিব লাগিব । সেই বৈঠকতেই আইচিএমআৰ-ৰ ডিজি বলৰাম ভার্গবে জনায়, অ’মিক্রন ভেৰিয়েন্টে আৰটি-পিচিআৰ আৰু ৰেপিড এন্টিজেন পৰীক্ষণক ফাঁকি দিব নোৱাৰে । সেয়ে দেশজুৰি পৰীক্ষণ বৃদ্ধি কৰিব লাগিব । ভাৰতত যোৱা ২৪ ঘণ্টাত ৬৯৯০ জনৰ শৰীৰত সংক্রমণ ধৰা পৰিছে, যি বিগত ৫৫১ দিনৰ ভিতৰত সর্বনিম্ন ।

বৈঠকত নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ভি কে পলে কয়, চলিত বৰ্ষৰ ভিতৰতে দেশৰ সকলো প্রাপ্তবয়স্ক (৯৪ কোটি) নাগৰিকৰ প্রথম ড’জৰ টিকাকৰণ সম্পূর্ণ কৰাৰ লক্ষ্যৰে ‘হৰ ঘৰ দস্তক’ প্রচাৰ কার্যসূচীৰ ম্যাদ ৩১ ডিচেম্বৰ পর্যন্ত বৃদ্ধি কৰা হৈছে । যদিও এই ঘোষণাৰ নেপথ্যত কেন্দ্রৰ কিছু অস্বস্তিও আছে, কাৰণ ইয়াৰ আগতে নৱেম্বৰত প্রাপ্তবয়স্কসকলৰ টিকাকৰণ সম্পূৰ্ণ কৰা হ’ব বুলি মাণ্ডবিয়‌ই ঘোষণা কৰিছিল ।

আজি ৰাজ্যসভাত প্রশ্নোত্তৰ পৰ্যায়ত স্বাস্থ্যমন্ত্রীয়ে জনায়, অ’মিক্রন প্রতিৰোধৰ বাবে সতর্কতামূলক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ৰাজ্যসমূহক আজি পত্ৰ দি নতুন ভেৰিয়েন্টৰ বিষয়ে সতর্ক কৰি কেন্দ্রীয় গৃহ সচিব অজয় ভল্লাই জনায়, ক’ভিড সংক্রান্ত বিধিনিষেধৰ ম্যাদ ৩১ ডিচেম্বৰ পর্যন্ত বৃদ্ধি কৰা হৈছে ।

অ’মিক্রনৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্ন ৰাজ্য‌ই প্রস্তুতি কৰিছে । অ’মিক্রন-আক্রান্ত দেশসমূহৰ পৰা বিমান অহা বন্ধ কৰাত কিয় পলম হৈছে, সেই প্রশ্ন কৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালে । বৃহন্মুম্বাই পৌৰসভাই জনাইছে, মুম্বাইত বিদ্যালয় খোলাৰ তাৰিখ দুসপ্তাহ পিছুৱাই এক ডিচেম্বৰৰ পৰিৱৰ্তে ১৫ ডিচেম্বৰ কৰা হৈছে ।

ছেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদাৰ পুনাৱালাই জনাইছে, প্রয়োজন হ’লে কেৱল অ’মিক্রন ভেৰিয়েন্ট প্রতিৰোধৰ বাবে নির্দিষ্ট ক’ভিশ্বিল্ড টিকা তৈয়াৰৰ কথাও ভাবিব পাৰি । আগন্তুক এক/দুই সপ্তাহৰ ভিতৰত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা । সম্প্ৰতি অ’মিক্রনৰ বাবে পৃথক টিকাৰ প্ৰয়োজন নাই বুলি তেওঁলোকৰ মত ।

লেনচেট পত্রিকাত প্রকাশিত এটা গৱেষণাপত্র অনুসৰি, যিসকলে ক’ভিশ্বিল্ডৰ দুটা ড’জ লৈছিল, ভাৰতত বিগত এপ্রিল-মে’ৰ ক’ভিডৰ দ্বিতীয় ঢৌৰ তাণ্ডৱৰ সময়তে তেওঁলোকৰ ক্ষেত্রত ৬৩ শতাংশ কার্যকাৰিতা দেখুৱাইছে ছেৰামৰ এই টিকাই ।

পুনাৱালাই জনায়, চৰকাৰে বুষ্টাৰ ড’জ দিবলৈ ক’লেও তেওঁলোকে পর্যাপ্ত টিকা সৰবৰাহ কৰিব নোৱাৰিব । অৱশ্যে উদ্বেগ বৃদ্ধি কৰি মডার্নাৰ চিইঅ’ ষ্টেফান বছে জনায়, ডেল্টা ভেৰিয়েন্টক ৰোধ কৰিবলৈ তেওঁলোকৰ টিকা যিমান কার্যকৰী, অ’মিক্রনৰ বিৰুদ্ধে সিমান কার্যকৰী নহ’বও পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid19Omicron
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d