Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Political Crisis:কোন হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্রী? ৰাষ্ট্ৰপতিৰ শাসনৰো চৰ্চা

publisher by publisher
February 10, 2025
in India
Reading Time: 1 min read
0
অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙে!
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Manipur Political Crisis:কোন হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্রী? ৰাষ্ট্ৰপতিৰ শাসনৰো চৰ্চা

: দলৰ বাহিৰে-ভিতৰে সৃষ্টি হোৱা চাপত বাধ্য হৈ এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত মণিপুৰৰ নতুন মুখ্যমন্ত্রী কোন হ’ব তাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে। এনে সময়তে চর্চালৈ আহিছে দুই জ্যেষ্ঠ নেতাৰ নাম।

ADVERTISEMENT

উচ্চস্তৰীয় সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে ৰাজ্যিক বিজেপিৰ সভানেত্রী সাৰদা দেৱী আৰু বিধানসভাৰ অধ্যক্ষ টি সত্যব্রত সিঙৰ নাম নেতৃত্বৰ বিবেচনালৈ আহিছে। এই দুই নেতা-নেত্রী কোনোবা এজনক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্রী নিয়োগ কৰাৰ কথা দলৰ শীর্ষনেতৃত্বই আলচ কৰি থকা বুলিও সূত্রই প্রকাশ কৰিছে।

সূত্রই জনোৱা মতে, সোমবাৰে পুৱাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষিত হোৱাৰো সম্ভাৱনা আছে। শীঘ্ৰে দলৰ শীর্ষ নেতৃত্ব পৰৱৰ্তী মুখ্যমন্ত্রী বাছনিৰ বাবে আলোচনাত মিলিত হোৱাৰ কথা।

আনহাতে, ৰাজ্যপাল অজয় সিং ভাল্লাই সোমবাৰৰ পৰা আহ্বান জনোৱা মণিপুৰ বিধানসভাৰ বাজেট অধিবেশন দেওবাৰে মুখ্যমন্ত্রী সিঙৰ পদত্যাগপত্র দাখিলৰ পাছত বাতিল কৰে। নতুন মুখ্যমন্ত্রী নিযুক্ত হোৱাৰ পাছতহে বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব বুলি সূত্রই প্রকাশ কৰিছে। আনহাতে, দলৰ মাজতে হোৱা এক চর্চা অনুসৰি ৰাজ্যখনত কেন্দ্ৰই ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰো সম্ভাৱনা আছে। কেন্দ্রীয় মন্ত্রী পৰিষদৰ পৰামৰ্শ মর্মে এখন ৰাজ্যত ৰাষ্ট্রপতি শাসন বলবৎ হয়।

আনহাতে, বিজেপিৰ এক সূত্রই আশা প্রকাশ কৰে যে সিঙৰ পদত্যাগৰ ফলত মেইটেই আৰু কুকি-জ’ জনগোষ্ঠীৰ মাজত শান্তি স্থাপনৰ বাবে কেন্দ্ৰই গ্রহণ কৰা পদক্ষেপ শক্তিশালী হ’ব। দেওবাৰে মুখ্যমন্ত্রী সিঙৰ লগতে তেওঁৰ মন্ত্রী পৰিষদৰো পদত্যাগপত্র ৰাজ্যপালে গ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manipur Political Crisis
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য
News

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল
News

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d