Wild Elephant:
মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ | বিভিন্ন ঠাইত বন্যহস্তীৰ মুক্ত বিচৰণ। ঘৰ -দুৱাৰ ভাঙি তহিলং কৰিছে বন্যহস্তীয়ে।
উল্লেখ্য যে মাজুলীৰ চৰ -চাপৰি অঞ্চলত দীৰ্ঘদিন ধৰি অৱস্থান কৰে এটি বন্যহস্তীৰ জাকে। কিন্তু বাৰিষাৰ পানী বঢ়াৰ লগে লগে হাতীৰ জাক টো কে’বাভাগত ভাগ হৈ এতিয়া মাজুলীৰ কেইবাটাও অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ সৃষ্টি কৰিছে। যোৱা নিশা সোণাৰিবাৰী, নামকাটনি, খোৰাহলা,মাজ গাঁও আদি ঠাইত বন্যহস্তীয়ে ভাঙে বাসগৃহ ।
ADVERTISEMENT






























