Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰাচীন চীনা ঔষধ তৈয়াৰত ব্যৱহাৰ হয় গাধৰ চামৰা 

    নিশাৰ আন্ধাৰত হত্যা দীঘলীপুখুৰীৰ গছ

    নিশাৰ আন্ধাৰত হত্যা দীঘলীপুখুৰীৰ গছ

    লক্ষ্য সংখ্যালঘুৱেই !

    লক্ষ্য সংখ্যালঘুৱেই !

    Dikhou River:দিখৌ নদীৰ মথাউৰিক লৈ শংকিত ৰাইজ

    Exceptional market for women:ক’ত আছে ঔষধি গুণযুক্ত শাক-পাচলিৰে পৰিপূৰ্ণ গাঁৱলীয়া মহিলাৰ ব্যতিক্ৰমী বজাৰ খন

    Cm Himanta Viswa Sarma:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাধিক স্থানত গো-ধনৰ শৰীৰৰ অংশ উদ্ধাৰক লৈ অব্যাহত আছে উত্তেজনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ, আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

publisher by publisher
June 8, 2025
in News, Crime
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাধিক স্থানত গো-ধনৰ শৰীৰৰ অংশ উদ্ধাৰক লৈ অব্যাহত আছে উত্তেজনা
1
SHARES
13
VIEWS
ShareShareShareShare

ADVERTISEMENT

Cm Himanta Viswa Sarma:

পবিত্ৰ ঈদ-উজ-জোহাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেতবোৰ স্থানত গো-ধনৰ শৰীৰৰ অংশ উদ্ধাৰক লৈ অব্যাহত আছে উত্তেজনা | ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ | আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ |

RelatedPosts

Dikhou River:দিখৌ নদীৰ মথাউৰিক লৈ শংকিত ৰাইজ

Hojai Incident: পথত গো-মাংস পেলাই থৈ যোৱাক লৈ হোজাইত উত্তপ্ত পৰিস্থিতি

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

এই সন্দৰ্ভত  মুখ্যমন্ত্ৰীয়ে কয়,আমাৰ সংবিধানে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে আইনৰ শাসন আৰু জন শৃংখলা সমানে ৰক্ষা কৰে। এই ঈদ-উজ-জোহাত সমগ্র অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গো বধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে ৷

সেই অনুসৰি মহানগৰীৰ কটন বিশ্ববিদ্যালয় , ধুবুৰী, হোজাই আৰু শ্রীভূমি (বাগৰগুল) ৰ নিকটকে ধৰি ৫টা স্থানত গো-মাংস পোৱা গৈছে। একেদৰে ৫টা অবৈধভাৱে গো- বধ কৰা স্থানৰ তথ্য পোহৰলৈ আহিছে ৷ কাছাৰত ৩টা (গুমৰা, শিলচৰ, লক্ষীপুৰ) আৰু কৰিমগঞ্জত ২টা (বদৰপুৰ, বংগা)।

ইতিমধ্যে এই ঘটনাবোৰৰ সম্পৰ্কত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই আটক কৰিছে ১৬জনক ৷ কাছাৰৰ ৯জন আৰু শ্ৰীভূমিৰ ৭জন।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,আমি সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ। কিন্তু আইন বর্হিভূত বা নিষ্ঠুৰতাক আমি মানি ল’ব নোৱাৰিম। বিশ্বাস আৰু পটভূমি নির্বিশেষে সকলো আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: beefCm Himanta Biswa SarmaCm TweetsDGP Assam
publisher

publisher

Related Posts

প্ৰাচীন চীনা ঔষধ তৈয়াৰত ব্যৱহাৰ হয় গাধৰ চামৰা 
News

June 9, 2025
নিশাৰ আন্ধাৰত হত্যা দীঘলীপুখুৰীৰ গছ
News

নিশাৰ আন্ধাৰত হত্যা দীঘলীপুখুৰীৰ গছ

June 9, 2025
লক্ষ্য সংখ্যালঘুৱেই !
News

লক্ষ্য সংখ্যালঘুৱেই !

June 9, 2025
Dikhou River:দিখৌ নদীৰ মথাউৰিক লৈ শংকিত ৰাইজ
News

Dikhou River:দিখৌ নদীৰ মথাউৰিক লৈ শংকিত ৰাইজ

June 8, 2025
Exceptional market for women:ক’ত আছে ঔষধি গুণযুক্ত শাক-পাচলিৰে পৰিপূৰ্ণ গাঁৱলীয়া মহিলাৰ ব্যতিক্ৰমী বজাৰ খন
News

Exceptional market for women:ক’ত আছে ঔষধি গুণযুক্ত শাক-পাচলিৰে পৰিপূৰ্ণ গাঁৱলীয়া মহিলাৰ ব্যতিক্ৰমী বজাৰ খন

June 8, 2025
Hojai Incident: পথত গো-মাংস পেলাই থৈ যোৱাক লৈ হোজাইত উত্তপ্ত পৰিস্থিতি
News

Hojai Incident: পথত গো-মাংস পেলাই থৈ যোৱাক লৈ হোজাইত উত্তপ্ত পৰিস্থিতি

June 8, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d