Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Iran-Israel war has disrupted flights around the world: ইৰান-ইজৰাইলৰ যুদ্ধৰ পাছতে বিশ্বজুৰি বিমান চলাচল ব্যাহত

আকাশমার্গ বন্ধ তিনি দেশৰ, এয়াৰ ইণ্ডিয়াও বিপাঙত

publisher by publisher
June 14, 2025
in News, International
Reading Time: 2 mins read
0
Iran-Israel war has disrupted flights around the world: ইৰান-ইজৰাইলৰ যুদ্ধৰ পাছতে বিশ্বজুৰি বিমান চলাচল ব্যাহত
1
SHARES
6
VIEWS
ShareShareShareShare

Iran-Israel war has disrupted flights around the world:

ইৰান আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই সমগ্র বিশ্বতে বিমানৰ চলাচল ব্যাহত কৰিছে। আকস্মিকভাবে দেশ দুখনৰ মাজত সংঘৰ্ষৰ সূত্রপাত ঘটাত তিনিখনকৈ দেশৰ আকাশমাৰ্গত বিমান চলাচল বন্ধ ৰখা হৈছে। ইয়াৰে এখন দেশ ইৰান হোৱাৰ বিপৰীতে আন দুখন হ’ল ইৰাক আৰু জর্দান।

ADVERTISEMENT

এনেদৰে তিনিখনকৈ দেশৰ আকাশমাৰ্গত বিমানৰ চলাচল বন্ধ হোৱাত বিপাঙত পৰিছে ভাৰতীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াও।  এয়াৰ ইণ্ডিয়াৰ বহু বিমানৰ যাত্রাপথ সলনি কৰা হয়।

RelatedPosts

ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

Iran’s newly appointed army chief Ali Sadmani has been killed in an Israeli attack:ইজৰাইলৰ বিধ্বংসী ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত ইৰাণৰ নৱ- নিযুক্তি সেনাধ্যক্ষ আলী ছাদমানি

Israel threatens to destroy Iran:আক্রমণ বন্ধ নকৰিলে ইৰানক ছাৰখাৰ কৰাৰ হুংকাৰ ইজৰাইলৰ

air 2উল্লেখ্য যে ইৰানৰ সীমান্তৱৰ্তী ইৰাকৰ পূব অঞ্চলৰ আকাশমাৰ্গ হ’ল বিশ্বৰে অন্যতম ব্যস্ত এয়াৰ কৰিড’ৰ (বিমান চলাচল কৰা পথ)। সম্প্রতি এই আকাশী পথ বন্ধ হৈ থকাত এছিয়াৰ কোনো বিমানেই পশ্চিমৰ তথা ইউৰোপৰ দেশসমূহলৈ যাত্ৰা কৰিব পৰা নাই। ফলত এয়াৰ ইণ্ডিয়াকে ধৰি বিভিন্ন বিমান সংস্থাৰ বিমানে পথ সলনি কৰিবলৈ বাধ্য হৈছে। ইয়ে এই বিমান সংস্থাসমূহক সমস্যাৰ মুখলৈ ঠেলি দিছে।

কাৰণ পূব ইৰাকৰ আকাশীপথৰে আন পথৰে যাত্ৰা কৰিলে বিমানসমূহৰ ইন্ধন ব্যয় বৃদ্ধি পায়। পূব ইৰাকৰ এই আকাশী পথৰেই সচৰাচৰ ইউৰোপলৈ যাত্ৰা কৰে এয়াৰ ইণ্ডিয়াৰ বিমানসমূহে। এই সম্পৰ্কত এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, ‘ইৰানত বিৰাজ কৰা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ আকাশমার্গ বন্ধ হৈছে। ফলত দেশখনৰ আকাশমাৰ্গৰে ইউৰোপৰ দেশসমূহলৈ বিমানসমূহে যাত্রা কৰিব পৰা নাই।

গতিকে বহু বিমানৰ যাত্রাপথ সলনি কৰা হৈছে। মাজপথৰ পৰা বহু বিমানক ঘূৰাই অনা হৈছে।’ এনেদৰে এয়াৰ ইণ্ডিয়াই ১৬ খন বিমানৰ যাত্রাপথ সলনি অথবা বিমানসমূহক মাজপথৰ পৰা ঘূৰাই আনিছে। আনহাতে, একাংশ বিমান সংস্থাই প্ৰকাশ কৰা অনুসৰি, বিকল্প পথৰূপে এছিয়াৰ পৰা বিমানসমূহে ইজিপ্ত আৰু ছৌডি আৰব হৈ ইউৰোপৰ বিভিন্ন দেশলৈ যাত্ৰা কৰিব পাৰে।

তদুপৰি তুৰস্ক, আজাৰবাইজান আৰু তুর্কমেনিস্তান হৈয়ো গন্তব্যস্থলীলৈ বিমানসমূহে যাত্ৰা কৰিব পাৰে। অৱশ্যে এনে বিকল্প পথৰে যাত্রা কৰিলে উৰণ কাল বৃদ্ধি পোৱাটো নিশ্চিত। ফলত বিমানসমূহৰ ইন্ধনৰ খৰচ বৃদ্ধি হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Airspace Closedaround the worlddisrupted flightsIran-Israel war
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d