Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিণতিত প্ৰচুৰ লোকচান ভৰিব ভাৰতীয় বিমান সংস্থাই

publisher by publisher
May 2, 2025
in International, News
Reading Time: 1 min read
0
পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিণতিত প্ৰচুৰ লোকচান ভৰিব ভাৰতীয় বিমান সংস্থাই
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

Pakistan: এইবাৰ ভাৰতে পাকিস্তানী বিমানৰ বাবে বন্ধ কৰিলে দেশৰ আকাশমার্গ। কাশ্মীৰৰ পহলগামত পাকিস্তান সমর্থনপুষ্ট সন্ত্রাসবাদীয়ে যোৱা ২২ এপ্ৰিলত সংঘটিত কৰা নাৰকীয় কাণ্ডৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা এলানি কূটনৈতিক পদক্ষেপৰ অংশৰূপে শেহতীয়াভাৱে পাকিস্তানৰ বিমানৰ বাবে ভাৰতৰ আকাশমার্গ বন্ধ কৰা হৈছে।

ADVERTISEMENT

অৱশ্যে ইয়াৰ পূৰ্বে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমার্গ বন্ধ কৰে। এনেদৰে দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে বুধবাৰে নিশা ভাৰত চৰকাৰে পাকিস্তানী বিমানৰ বাবে ভাৰতৰ আকাশমার্গ বন্ধ কৰা বুলি ঘোষণা কৰে।

সেই অনুসৰি,পাকিস্তানৰ কোনো বিমানেই ভাৰতৰ আকাশমার্গ ব্যৱহাৰ কৰিব নোৱাৰিব। বুধবাৰে নিশা ভাৰত চৰকাৰে জাৰি কৰা ‘ন’টিচ টু এয়াৰ মিছন’ জাননীত কোৱা হয়, ‘পাকিস্তানত পঞ্জীয়নভুক্ত বা পাকিস্তানৰ দ্বাৰা পৰিচালিত বিমানে ভাৰতৰ আকাশমার্গ ব্যৱহাৰ কৰিব নোৱাৰিব।

সামৰিক বিমানৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্রযোজ্য হ’ব। অৱশ্যে ইতিমধ্যে পাকিস্তানে ভাৰতৰ আকাশমার্গত প্ৰৱেশ বন্ধ কৰিছে। কালি পাক অধিকৃত কাশ্মীৰত সকলো বিমানৰ চলাচল বাতিল কৰে।ইপিনে, পাকিস্তানৰ স’তে উত্তেজনা তুংগত উঠাত ভাৰতে দেশৰ পশ্চিম সীমান্তত অত্যাধুনিক জামাৰ স্থাপন কৰিছে।

সূত্রই প্ৰকাশ কৰা অনুসৰি, এই জামাৰে পাকিস্তানী সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰা বিমানত থকা ‘গ্ল’বেল নেভিগেচন ছেটেলাইট ছিষ্টেম’ (জিএনএছএছ)ৰ প্ৰচুৰ ক্ষতি কৰি লক্ষ্যবস্তু নিৰ্ধাৰণ ব্যর্থ কৰিব। এই জিএনএছএছ ব্যৱস্থাৰ জৰিয়তে পাক সামৰিক বিমানে আঘাত কৰিবলৈ লোৱা লক্ষ্যবস্তুৰ অৱস্থান নিশ্চিত কৰে।

জামাৰৰ জৰিয়তে এই জিএনএছএছ ক্ষতিগ্রস্ত
কৰিলে, পাক সামৰিক বাহিনীৰ বিমানৰ লক্ষ্যবস্তুত আঘাত হনাৰ ক্ষমতা হ্ৰাস পাব। সূত্ৰৰ মতে, পাক সামৰিক বাহিনীৰ বিমানে লক্ষ্যবস্তুৰ অৱস্থান নিশ্চিত কৰাৰ বাবে জিপিএছ (আমেৰিকা যুক্তৰাষ্ট্ৰ), গ্ল’নাছ (ৰাছিয়া) আৰু বেইডু (চীন)- এই তিনিটা প্রযুক্তিও ব্যৱহাৰ কৰে।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ব্যৱহাৰ কৰা জামিং প্রযুক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনত তৈয়াৰী এই তিনিওটা প্রযুক্তি ব্যৰ্থ কৰিব পাৰে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি জামিং প্রযুক্তি ব্যৱহাৰে পাকিস্তানী সামৰিক বাহিনীক নিৰ্ধাৰিত লক্ষ্যত আঘাত হনাৰ ক্ষেত্ৰতো ব্যর্থ কৰিব পাৰে।

কাৰণ জামিং প্রযুক্তিয়ে লক্ষ্যবস্তুৰ বিষয়ে যথাযথ তথ্য নিশ্চিত কৰাত পাক বাহিনীক ব্যর্থ কৰিব। ইতিমধ্যে ভাৰতে আকাশমার্গত নিৰীক্ষণো বৃদ্ধি কৰিছে।স্থলসেনা আৰু নৌসেনাৰ লগতে ভাৰতীয় বায়ুসেনায়ো যুদ্ধ অনুশীলন অব্যাহত ৰাখিছে।

সমস্যাৰ সন্মুখীন বিমান সংস্থা: এবছৰত পাঁচ হেজাৰ কোটিৰ লোকচান ভৰিব এয়াৰ ইণ্ডিয়াই ভাৰত-পাকিস্তান উভয়ে নিজ নিজ আকাশমার্গত পৰস্পৰৰ বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰাত বিভিন্ন বিমান সংস্থা সমস্যাৰ সন্মুখীন হৈছে।

পাকিস্তানে আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত কেৱল এয়াৰ ইণ্ডিয়াই এবছৰত পাঁচ হেজাৰ কোটি টকা লোকচানৰ সন্মুখীন হোৱাৰ আশংকা আছে। এনে আশংকা কৰা টাটা গ্রুপৰ এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠানৰ এখন পত্ৰ সংবাদ মাধ্যমৰ হাতত পৰিছে।

এই পত্ৰত কোৱা হৈছে যে যদি এবছৰ ধৰি পাকিস্তানৰ নিষেধাজ্ঞা বাহাল থাকে, তেতিয়া এয়াৰ ইণ্ডিয়াই পাঁচ হেজাৰ কোটিৰো অধিক টকাৰ লোকচান ভৰিব লাগিব।

ইয়াৰ কাৰণ হৈছে প্ৰতিষ্ঠানটোৰ বিশ্বৰ বিভিন্ন দেশলৈ চলাচল কৰা বিমানসমূহে অতিৰিক্ত সময় যাত্ৰা কৰিব লাগিব। উদাহৰণস্বৰূপে দিল্লীৰ পৰা মধ্য প্রাচ্যলৈ যাত্ৰা কৰা বিমানসমূহে অতিৰিক্ত এঘণ্টা যাত্ৰা কৰিবলগীয়া হৈছে।

পাকিস্তানৰ আকাশমাৰ্গৰে যাত্ৰা কৰিলে এই বিমানসমূহৰ এঘণ্টা সময় ৰাহি হয়। অতিৰিক্ত সময় যাত্ৰা কৰাৰ ফলত স্বাভাৱিকতে অধিক ইন্ধনৰ প্ৰয়োজন হয়।

লোকচানৰ আশংকাত ভোগা
প্রতিষ্ঠানটোৱে খৰচৰ জোৰা মাৰিবলৈ ৰাজসাহায্য বিচাৰি মোদী চৰকাৰৰ ওচৰত আবেদন জনাইছে। উল্লেখ্য যে ইতিমধ্যে বৃহৎ অংকৰ ধনৰ লোকচানত আছে এয়াৰ ইণ্ডিয়া।

প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি কেৱল ২০২৩-২৪তে এয়াৰ ইণ্ডিয়াই পাঁচ হেজাৰ কোটি টকাৰো অধিক লোকচান ভৰে। অৱশ্যে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে আকাশমার্গক নিষিদ্ধ কৰাৰ ফলত কেৱল এয়াৰ ইণ্ডিয়াই নহয়, ইণ্ডিগ’ও লোকচানৰ সন্মুখীন হোৱাৰ আশংকা প্ৰবল হৈছে।

কালি নতুন দিল্লীৰ পৰা বাকু (আজাৰ বাইজান) লৈ যাত্ৰা কৰা ইণ্ডিগ’ বিমানখনে লক্ষ্য স্থানত উপস্থিত হ’বলৈ পাঁচ ঘণ্টা ৪৩ মিনিট সময় লয়। এই যাত্রাকাল গতানুগতিকতকৈ অৰ্থাৎ পাকিস্তানৰ আকাশমাৰ্গৰে যাত্ৰা কৰাতকৈ ৩৮ মিনিট অধিক।

ফলত ইণ্ডিগ’ও আন্তর্জাতিক বিমান চলাচল অব্যাহত ৰখাৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন বিমান সংস্থাই ৰাজসাহায্য বিচাৰি চৰকাৰক আবেদন জনাইছে। অৱশ্যে এই সম্পৰ্কত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে বাতৰি লিখা পৰলৈ কোনো মন্তব্য কৰা নাই।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিলত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ প্ৰায় ১২শ বিমানে নতুন দিল্লীৰ পৰা ইউৰোপ, মধ্য প্ৰাচ্য আৰু উত্তৰ আমেৰিকাৰ মাজত চলাচল কৰে। ইয়াৰে একাংশ বিমানে পাকিস্তানৰ আকাশমাৰ্গৰে যাত্ৰা কৰে।

অতিৰিক্ত সময় যাত্ৰাৰ ফলত কেৱল ইন্ধনৰ বাবদতে নহয়,বিমান কৰ্মচাৰীৰ বাবেও বিমান সংস্থাসমূহে অতিৰিক্ত ধন ব্যয় কৰিবলগীয়া হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FlightPahelgamPahelgam Terror AttackPakistan
publisher

publisher

Related Posts

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d