Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Project Cheetah : ৭০ বছৰ পাছত বিশেষ বিমানত ভাৰতত অনা হ’ব বিলুপ্ত চিতা

কি কি বিশেষত্ব আছে এই বিমানৰ...

publisher by publisher
September 16, 2022
in India, News
Reading Time: 1 min read
0
Project Cheetah : ৭০ বছৰ পাছত বিশেষ বিমানত ভাৰতত অনা হ’ব বিলুপ্ত চিতা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

১৯৫০-ৰ দশকত ভাৰতৰ পৰা বিলুপ্ত হৈ যায় চিতা । সেয়ে ভাৰতত চিতাৰ পর্যাপ্ত বংশবৃদ্ধি কৰিবলৈ আফ্রিকাৰ পৰা আঠটা চিতা অনা হ’ব ভাৰতত । নামিবিয়াৰ পৰা মধ্যপ্রদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ’ব এই চিতাকেইটাক । বিশেষভাৱে পৰিৱর্তিত বি-৭৪৭ জাম্ব’ জেট বিমানত চিতাকেইটাক ভাৰতলৈ অনা হ’ব । ‘প্রজেক্ট চিতা’ সফল কৰিবলৈ ইতিমধ্যে বিমানখনে নামিবিয়াত অৱতৰণ কৰিছে । কি কি বিশেষত্ব আছে এই বিমানৰ ?

ADVERTISEMENT

যিটো বি-৭৪৭ বিমানত চিতাকেইটাক অনা হ’ব তাৰ সন্মুখৰ অংশত চিতাৰ মুখ অংকন কৰা হৈছে ।

চিতা আনিবৰ বাবে নতুনকৈ সজোৱা হৈছে বি-৭৪৭ বিমানখনৰ ভিতৰৰ অংশ । বিমানৰ ভিতৰৰ মূল অংশৰ অধিকাংশ ঠাই খালি কৰি ৰখা হয় পশু ৰখাৰ পিঞ্জৰা । এই পিঞ্জৰাবোৰতে ভৰাই চিতাকেইটাক ভাৰতলৈ অনা হ’ব ।

bd209cf338b9bdc5a06a3fc581c282ea1663305867226379 original

বিমানৰ ভিতৰত থাকিব এজন পশুচিকিৎসক । যাত্রাপথত চিতাকেইটাৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পশুচিকিৎসকজনক ৰখা হ’ব বিমানৰ ভিতৰত । প্রয়োজন হ’লে পিঞ্জৰা খুলি চিতাকেইটাৰ চিকিৎসা কৰাৰ অনুমতিও দিয়া হৈছে পশুচিকিৎসকজনক ।

পশুচিকিৎসকৰ উপৰিও বিমানত থাকিব বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত কে’বাজনো নিৰাপত্তাৰক্ষী ।

মূলত দূৰপথত যাত্রাৰ বাবে নিৰ্মাণ কৰা হৈছিল বি-৭৪৭ বিমানখন ।

Plane 1663130883924

বি-৭৪৭ বিমানখনে একেৰাহে ১৬ ঘণ্টা উৰিব পাৰে । অর্থাৎ নামিবিয়াৰ পৰা ভাৰতত অহাৰ সময়ত ইন্ধন ভৰাবৰ বাবে ক’তো ৰখিব নালাগিব বিমানখনে । চিতাকেইটাক সুস্থভাৱে ভাৰতলৈ আনিবৰ বাবে এইটৈ অতি গুৰুত্বপূর্ণ ।

ভাৰতীয় বন বিভাগৰ এজন বিষয়াই জনাইছে, সম্পূৰ্ণ যাত্রাপথত চিতাকেইটাক খালি পেটত ৰখা হ’ব । সিহঁতৰ যাতে বমি ভাব বা অন্য কোনো অসুবিধা নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলিও জানিব পৰা গৈছে ।

0dd87422 33ed 11ed a51a 9271a4faa378 1663299511765 1663299511765

প্রসংগত, ১৭ ছেপ্টেম্বৰত এই কার্গ’ বিমানত ৰাজস্থানৰ জয়পুৰত আঠটা চিতা লৈ অহা হ’ব । ইয়াৰ ভিতৰত আছে পাঁচটা মাইকী আৰু তিনিটা মতা চিতা ৷ ইয়াৰে আকৌ দুটা চিতা সম্পর্কত সহোদৰ । একজোঁট হৈ চিকাৰ কৰাই সিহঁতৰ অভ্যাস ।

ইয়াৰ পাছতে হেলিকপ্টাৰত জয়পুৰৰ পৰা মধ্যপ্রদেশৰ শেওপুৰ অঞ্চলত কুনো ৰাষ্ট্ৰীয় উদ্যানত লৈ যোৱা হ’ব চিতাকেইটাক । তাতেই সিহঁতে স্থায়ীভাৱে বসবাস কৰিব ।

১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন । চিতাকেইটাক আদৰণি জনাবলৈ জন্মদিনৰ দিনা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী । নিজ হাতে চিতাকেইটাক এৰি আহিব । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে মঙলবাৰে এই কথা সদৰি কৰিছে ।

PTI05 18 2022 000263B

প্রথমেই অৰণ্যত নেৰি আৱেষ্টনিৰ মাজত মুক্ত প্রান্তৰত এৰি দিয়া হ’ব আঠটা চিতাক । যাতে সিহঁতে পৰিৱেশৰ স’তে খাপ খাব পাৰে, সেই উদ্দেশ্যেই এই ব্যৱস্থা কৰা হৈছে ।

কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয় সূত্রে খবৰ, দক্ষিণ আফ্রিকা অথবা নামিবিয়াৰ পৰা আগন্তুক পাঁচ বছৰত কে’বাটাও পৰ্যায়ত ৫০টা চিতা ভাৰতত অনা হ’ব । ইয়াৰ ভিতৰত অক্টোবৰত দক্ষিণ আফ্রিকাৰ পৰা আৰু ১২টা চিতা অনা হ’ব বুলিও জানিব পৰা গৈছে । যিকেইটা চিতা অনা হ’ব সিহঁতৰ এক-তৃতীয়াংশ‌ই অল্প বয়স্কৰ ।

অতিৰিক্ত চিকাৰ আৰু বাসস্থান ধ্বংসৰ দৰে কাৰণত ভাৰতৰ পৰা লাহে লাহে নিশ্চিহ্ন হৈ গৈছে মেকুৰী প্রজাতিৰ এই প্রাণী ।

১৯৪৭ত ছৰগুজাৰ (বর্তমান ছত্তীছগঢ় ৰাজ্যত অৱস্থিত) ৰামানুজ প্রসাদ সিংহদেওৰ গুলীত কোৰিয়াৰ শাল বনত মৃত্যু হয় ভাৰতৰ শেষ তিনি চিতাৰ ।

images

পাঁচ বছৰ পাছত ১৯৫২ত তৎকালীন কেন্দ্রীয় চৰকাৰৰ পক্ষৰ পৰা চিতাক বিলুপ্ত বুলি ঘোষণা কৰা হয় । সেই সময়ৰ পৰা বিগত সাত দশক ধৰি দেশত চিতা নাছিল । মোদী চৰকাৰৰ দাবী, ভাৰতৰ অৰণ্যত লুপ্ত হৈ যোৱা সেই চিতা ঘূৰাই অনাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে ।

অৱশ্যে ভাৰতত ঘূৰাই অনা চিতাকেইটা আফ্রিকাৰ । কেৱল মাত্র ইৰানতেই এই পর্যন্ত এছীয় চিতাৰ সন্ধান পোৱা যায় ।

প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ আমোলত এবাৰ ইৰানৰ পৰা এছীয় চিতা ভাৰতত অনাৰ পৰিকল্পনা কৰা হৈছিল যদিও পাছত ব্যৰ্থ হয় ।

images 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CheetahNarendra Modi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d