Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

We will take revenge:Irani Army :আমি প্রতিশোধ ল’মেই, আমেৰিকাৰ পলায়নৰ কোনো পথ নাই: ইৰান সেনাবাহিনী

মার্কিন অভিযানৰ পাছতে ইজৰাইলক ভয়াৱহ আক্ৰমণ ইৰানৰ,কমেও ৪০ ক্ষেপণাস্ত্র,নিক্ষেপ, ঘৰ-দুৱাৰৰ ক্ষতি, আহত ১১,উত্তৰ তেল আভিভসহ বিভিন্ন অঞ্চলত আঘাত

publisher by publisher
June 23, 2025
in International
Reading Time: 2 mins read
0
We will take revenge:Irani Army :আমি প্রতিশোধ ল’মেই, আমেৰিকাৰ পলায়নৰ কোনো পথ নাই: ইৰান সেনাবাহিনী
1
SHARES
14
VIEWS
ShareShareShareShare

We will take revenge:Irani Army :

শনিবাৰে নিশা মার্কিন বাহিনীয়ে পাৰমাণৱিক ক্ষেত্ৰত আক্রমণ সংঘটিত কৰাৰ পাছতে ইজৰাইলক ভয়ংকৰ আক্রমণ কৰে ইৰানে। দেওবাৰে পুৱতি নিশাৰ পৰা দেশখনে কমেও ৪০ টা ক্ষেপণাস্ত্র ইজৰাইললৈ নিক্ষেপ কৰে।

ADVERTISEMENT

এই ক্ষেপণাস্ত্র আক্রমণত দেশখনৰ কমেও ১১ জন লোক আহত হয় বুলি উদ্ধাৰকাৰী বাহিনীয়ে প্ৰকাশ কৰিছে। ইৰানৰ সামৰিক বাহিনী ৰিভল্যুচনাৰী গার্ড ক’ৰ (আইআৰচিজি)-এ প্রকাশ কৰা অনুসৰি  ইজৰাইলক আক্রমণত ব্যৱহাৰ কৰা এই ক্ষেপণাস্ত্ৰসমূহৰ মাজত খোৰামশ্বাহৰ ক্ষেপণাস্ত্রও আছে।
এই ক্ষেপণাস্ত্রসমূহে দুহেজাৰ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যবস্তুত আঘাত হানিব পাৰে। এনে একোটা ক্ষেপণাস্ত্ৰৰ অগ্রভাগত ১৫শ কিলোগ্রাম ওজনৰ যুদ্ধাস্ত্র থাকে।

RelatedPosts

Ayatollah Ali Khamenei:৮৬ বছৰীয়া খামেনেইক নিধনৰ বাবে কিয় বেপৰোৱা হৈছিল ইজৰাইল-আমেৰিকা

Middle East War:ভূমধ্য সাগৰৰ পৰা ওমান উপসাগৰৰ আকাশ ছানিছে ক’লা ধোঁৱাই

FIFA’s first Peace Prize goes to Donald Trump: ডনাল্ড ট্রাম্পে লাভ কৰিলে ‘শান্তিৰ বঁটা’

অৱশ্যে ইৰানৰ মতে, এনে একোটা ক্ষেপণাস্ত্রই বহু সংখ্যক যুদ্ধাস্ত্র কঢ়িয়াই নিব পাৰে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানে ভয়ংকৰ ৰূপ ধাৰণ কৰি ইজৰাইললৈ নিক্ষেপ কৰা এই ক্ষেপণাস্ত্ৰসমূহৰ ইজৰাইলৰ অন্যতম প্রধান চহৰ তেল আভিভৰ উত্তৰ অঞ্চলকে ধৰি বহুকেইটা অঞ্চলত আঘাত হানে। ক্ষেপণাস্ত্ৰৰ আঘাতত ক্ষতিগ্রস্ত হোৱা তেল আভিভৰ অঞ্চলটো সাধাৰণ লোকৰ বসতিস্থল। ক্ষেপণাস্ত্র আক্রমণত অঞ্চলটোৰ এটা বেংক, এখন চেলুন, এটা শ্বপিং মল আদি ক্ষতিগ্রস্ত হয়। ক্ষেপণাস্ত্রৰ আঘাতত বহুসংখ্যক দোকান, প্রবেশদ্বাৰ আদি ভাঙি পৰে। বাট-পথ আইনাৰ টুকুৰাৰে ভৰি পৰে।

এজন স্থানীয় লোকে সাংবাদিকক জনোৱা মতে, ইৰানী ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তেওঁৰ ঘৰৰ প্ৰথম মহলা ধ্বংস হয়। সৌভাগ্যবশতঃ আক্রমণটোত কোনো লোক হতাহত নহ’ল বুলি তেওঁ জনায়। ইৰানী ক্ষেপণাস্ত্ৰৰ আক্ৰমণ সংঘটিত হোৱা স্থানসমূহৰ পৰিস্থিতি নিয়ন্ত্ৰণত নিৰাপত্তাৰক্ষী নিয়োজিত কৰে চৰকাৰে। আনহাতে, চলিত ইৰান-ইজৰাইল যুদ্ধত পাৰস্য উপসাগৰীয় যুদ্ধৰত দেশখনত ছয় শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে সহস্রাধিক আহত হৈছে।

এই তথ্য প্রকাশ কৰিছে ৱাশিংটনস্থিত এটা ইৰানী মানবাধিকাৰ সংগঠনে আনহাতে, ইজৰাইলে প্ৰকাশ কৰা অনুসৰি চলিত যুদ্ধৰ সময়ত দেশখনে ৪৫০ টা ক্ষেপণাস্ত্ৰ আৰু এহেজাৰ ড্ৰ’নৰে ইৰানক প্রত্যাক্রমণ কৰিছে। এই আক্রমণত কমেও ২৪ জন ইৰানী লোকৰ প্রাণহানি হোৱা বুলি ইজৰাইলে প্রকাশ কৰিহে।

# প্রতিশোধ ল’মেই, আমেৰিকাৰ পলোৱাৰ কোনো পথ নাই: ইৰানী সেনা

আমেৰিকা যুক্তৰাষ্ট্ৰকো প্রত্যাঘাতৰ সকীয়নি দিলে ইৰানে। দেশখনৰ সশস্ত্র বাহিনী ৰিভল্যুচনাৰী কৰ্গছ গার্ডে স্পষ্ট কৰি দিছে যে যোৱা নিশাৰ মার্কিন আক্ৰমণৰ প্রতিশোধ লোৱা হ’বই। ট্রাম্প প্রশাসক সকীয়নি দি বাহিনীটোৱে দেশখনৰ এখন সংবাদপত্ৰৰ আগত কয়, ‘আক্রমণকাৰীসকলৰ পলায়নৰ কোনো পথ নাই। আক্রমণকাৰীসকল প্রত্যুত্তৰ পাবলৈ সাজু থাকক। তেওঁলোকে অনুশোচনা কৰিব লাগিব।’ তেহৰানৰ আত্মৰক্ষাৰ অধিকাৰ আহে বুলিও সশস্ত্র বাহিনীটোৱে দাবী কৰিছে। ইৰানী ৰিভল্যুচনাৰী গাৰ্ডছ কর্পছৰ মতে পশ্চিম এছিয়াৰ ঘাটিত অৱস্থান কৰি মার্কিন বাহিনী আঁতৰি থকাটো শক্তিৰ লক্ষণ নহয়, বৰঞ্চ ই হৈছে দুর্বলতাৰ উৎস। পশ্চিম এহিয়াৰ মার্কিন সামৰিক ঘাটিসমূহৰ উৎকণ্ঠা বহুগুণে বৃদ্ধি পাইছে বুলিও ইৰানৰ এই সশস্ত্র বাহিনীয়ে দাবী কৰিছে।

# প্ৰতিজন আমেৰিকানেই লক্ষ্য: ইৰানী সংবাদ মাধ্যমৰো সকীয়নি

বর্তমানে মধ্য প্রাচ্য তথা পশ্চিম এছিয়াত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ লোকেই হওক বা অসামৰিক লোকেই হওক প্রতিজন আমেৰিকান নাগৰিকেই ইৰানৰ লক্ষ্য বুলি হুংকাৰ দিছে দেশখনৰ সংবাদ মাধ্যমেও ইৰানৰ আকাশমাৰ্গত প্ৰৱেশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰানৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিলে বুলিও দেশখনৰ ৰাষ্ট্ৰ নিয়ন্ত্রিত টেলিভিছন চেনেলে মন্তব্য কৰিছে। এই চেনেলৰ সূত্ৰধাৰ (এংকৰ) জনে মার্কিন প্রশাসনক উদ্দেশি দিয়া এই হুংকাৰ সম্বলিত এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিঅ’টোত টেলিভিছন এংকৰজনে কয়, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰানৰ আকাশমাৰ্গত প্রবেশ কৰি ইৰানৰ বিৰুদ্ধে এটা অপৰাধ সংঘটিত কৰিলে। পশ্চিম এছিয়াৰ এই দেশ কোনো স্থান নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, আপুনি এই যুদ্ধৰ আৰম্ভ কৰিলে আৰু আমি শেষ কৰিম।’ এংকৰজনে এই সকীয়নি দিয়াৰ সময়ত পশ্চিম এছিয়াস্থিত মার্কিন সামৰিক ঘাটিসমূহৰ এক চিত্রও প্রদর্শন কৰে। উল্লেখ্য যে কাটাৰ, বাহৰেইন, ইৰাক, দক্ষিণ ছিৰিয়া, কুৱেইট, সংযুক্ত আৰব আমিৰশ্বাহি আদিত মার্কিন সামৰিক বাহিনীৰ ১৯ টা মূল ঘাটি আছে। কমেও ৫০ হেজাৰ মার্কিন সেনা এই ঘাটিসমূহত নিয়োজিত হৈ আছে। সম্প্রতি ইৰানে হুংকাৰ দিছে যে এই সামৰিক ঘাটিসমূহৰ পৰা মার্কিন বাহিনীয়ে পলায়নৰ সুযোগ নাপাব।

# পৰমাণু ক্ষেত্ৰৰ ওচৰৰ বাসিন্দাসকলক আশ্বস্ত কৰিলে ইৰানে

মার্কিন বাহিনীৰ আক্রমণত ইৰানৰ তিনি পৰমাণু ক্ষেত্ৰৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি দাবী কৰি দেশখনৰ চৰকাৰে এই পৰমাণু ক্ষেত্ৰ তিনিখনৰ ওচৰে-পাঁজৰে বাস কৰা এই লোকসকলক আশ্বস্ত কৰিছে। এই আক্ৰমণৰ ফলত পৰমাণু ক্ষেত্র তিনিখনৰ পৰা কোনো ধৰণৰ তেজস্ক্রিয় বিকিৰণ ঘটা নাই বুলি সদৰী কৰিছে ইৰানৰ ৰাষ্ট্ৰীয় নিউক্লীয় সুৰক্ষা ব্যৱস্থা কেন্দ্ৰই। গতিকে এই পৰমাণু কেন্দ্ৰসমূহৰ ওচৰে-পাঁজৰে বাস কৰা লোকসকলৰ জীৱনৰ প্ৰতি কোনো শংকা নাই বুলি উক্ত নিউক্লিয়াৰ সুৰক্ষা কেন্দ্রই প্রকাশ কৰিছে।

উক্ত কেন্দ্ৰৰ এই সম্পর্কীয় এক বিবৃতিত কোৱা হয়, ‘উক্ত পৰমাণু ক্ষেত্ৰসমূহৰ ওচৰে-পাঁজৰে বাস কৰা লোকসকলৰ প্ৰতি কোনো বিপদ সৃষ্টি হোৱা নাই।’ অৱশ্যে দেশখনৰ আন এক পৰমাণু ক্ষেত্র বুশেহৰ পৰমাণু ক্ষেত্ৰত আক্রমণ সংঘটিত হ’লে বিপর্যয় ঘটাৰ আশংকা কৰিছে একাংশ বিশেষজ্ঞই। যোৱা নিশাৰ মার্কিন আক্ৰমণৰ পৰা বুশেহৰ ইউৰেনিয়াম সমৃদ্ধিকৰণ পৰমাণু ক্ষেত্ৰ ৰক্ষা পৰে আনহাতে, ইৰানৰ পৰমাণু শক্তি সংস্থাই স্পষ্ট কৰি দিছে যে দেশখনত পৰমাণু উন্নয়নৰ কাম কাকো বন্ধ কৰিবলৈ দিয়া নহ’ব। পৰমাণু সমৃদ্ধিকৰণক দেশখনৰ ৰাষ্ট্ৰীয় উদ্যোগৰূপে গঢ়ি তোলা হ’ব বুলিও পৰমাণু শক্তি সংস্থাই হুংকাৰ দিছে।

# আমেৰিকাৰ বন্ধু দেশসমূহতো সতর্কতা

ইৰানৰ পৰমাণু ঘাটিত মার্কিন বাহিনীৰ আক্ৰমণৰ পাছত পশ্চিম এছিয়া তথা মধ্য প্রাচ্যৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধু দেশসমূহেও সতর্কতা জাৰি কৰিছে। এই দেশসমূহত মার্কিন বাহিনীৰ মার্কিন সামৰিক ঘাটি আছে। এই দেশসমূহৰ অন্যতম বাহৰেইনে আজি সতৰ্কতা জাৰি কৰে। দেশখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঞ্চমখন যুদ্ধ জাহাজ আছে। তদুপৰি দেশখনত কমেও ৮,৩০০ মার্কিন সেনাও নিয়োজিত হৈ আছে।  চৰকাৰে দেশখনৰ ৭০ শতাংশ চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰা দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

এই সম্পর্কত এক বিবৃতিত কোৱা হয়, ‘আঞ্চলিক পৰিস্থিতি আৰু সাম্প্ৰতিক কিছু ঘটনাৰ পৰিপ্ৰেক্ষিতত এই নির্দেশনা জাৰি কৰা হৈছে। প্রয়োজন অবিহনে সাধাৰণ লোকসকল ঘৰৰ বাহিৰ নহ’ব।’ দেশখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহকো অনলাইনত ছাত্র-ছাত্রীক শিক্ষাদান কৰিবলৈও চৰকাৰে নির্দেশ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: iran isreal warirani army warningUs President
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d