Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মার্কিন প্রতিৰক্ষা বিভাগৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য প্রকাশ

পাক নহয়, চীনহে মূল শত্ৰু ভাৰতৰ

publisher by publisher
May 26, 2025
in News, International
Reading Time: 1 min read
0
মার্কিন প্রতিৰক্ষা বিভাগৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য প্রকাশ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

China: পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰৰ অধিক আধুনিকীকৰণ কৰিছে। আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাই চলিত বৰ্ষৰ প্ৰতিবেদনত এই দাবী কৰিছে।

ADVERTISEMENT

প্রতিবেদনত কোৱা হৈছে যে পাৰমাণৱিক কমাণ্ডৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতিও দৃষ্টি ৰাখিছে পাকিস্তানে। এই প্রতিবেদন অনুসৰি, ভাৰতে সামৰিক দিশত চীনক মূল প্রতিদ্বন্দ্বী হিচাপে গ্রহণ কৰাৰ বিপৰীতে পাকিস্তানক গৌণ ভাবুকি বুলিহে ভাবে।

প্রতিবেদন অনুসৰি, পাকিস্তানে ভাৰতক নিজৰ ‘অস্তিত্বলৈ ভাবুকি’ বুলি ভাবে; কিন্তু ভাৰতে চীনক ‘মূল শত্রু’রূপে গণ্য কৰে আৰু পাকিস্তানক ‘আনুষংগিক নিৰাপত্তা সমস্যা’ বুলিহে বিবেচনা কৰে।

২০২৫ৰ বিশ্বজোৰা ভাবুকি মূল্যায়ন প্রতিবেদনত মার্কিন প্ৰতিৰক্ষা চোৰাংচোৱাই উল্লেখ কৰা এনে বিষয়বোৰক লৈ এছিয়া-প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

এই প্রতিবেদনত পাকিস্তান-ভাৰত-চীন আদিৰ সামৰিক আধুনিকীকৰণ আৰু আঞ্চলিক সংঘাতৰ বিষয়ে উল্লেখ কৰা হৈছে। পাকিস্তানে নিজস্ব পাৰমাণবিক অস্ত্ৰ ভাণ্ডাৰৰ আধুনিকীকৰণ কৰাৰ সমান্তৰালভাবে পাৰমাণবিক সামগ্ৰী আৰু পাৰমাণৱিক কমাণ্ডৰ নিৰাপত্তাৰ প্রতিও দৃষ্টি দিয়া বুলিও কোৱা হৈছে যদিও পাৰমাণৱিক সামগ্ৰীৰ অর্থ ইয়াত ব্যাখ্যা কৰা হোৱা নাই।

এই মার্কিন চোৰাংচোৱা সংস্থাৰ প্রতিবেদন প্রস্তুত কৰা হৈছে চলিত বৰ্ষৰ ১১ মে’ পর্যন্ত প্রাপ্ত তথ্যৰ ভিত্তিত। অর্থাৎ পহলগাম কাণ্ড, অপাৰেছন সিন্দুৰ আৰু ভাৰত-পাকিস্তানৰ সংঘর্ষ তথা যুদ্ধবিৰতিৰ পাছত এই প্রতিবেদন প্রস্তুত কৰা হৈছে।

আগন্তুক এটা বছৰ পাকিস্তানী সেনাই কোন কোন ক্ষেত্রত সর্বাধিক গুৰুত্ব আৰোপ কৰিব পাৰে তাৰেই এক আভাস দিয়া হৈছে মার্কিন প্রতিবেদনত। চোৰাংচোৱা সংস্থাটোৰ অনুমান যে চুবুৰীয়া দেশসমূহৰ স’তে সীমান্তৰ পৰিস্থিতিক অগ্রাধিকাৰৰ ভিত্তিত বিবেচনা কৰিব পাৰে পাক সেনাবাহিনীয়ে।

প্রতিবেদনৰ ভবিষ্যদ্বাণী অনুসৰি, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰতিৰক্ষা অগ্রাধিকাৰত থাকিব বিশ্ব নেতৃত্বৰ প্ৰদৰ্শন, চীনক প্ৰত্যুত্তৰ আৰু নতুন দিল্লীৰ সামৰিক শক্তি বৃদ্ধি।

প্রতিবেদনত উল্লেখ আছে এইদৰে ‘ভাৰতে চীনক মুখ্য শত্রু বুলি বিবেচনা কৰে আৰু ভাৰত-পাকিস্তানৰ মাজত শেহতীয়া সংঘৰ্ষৰ পাছতো পাকিস্তানক মেনেজ কৰিব পৰা আনুষংগিক নিৰাপত্তা সমস্যা বুলি ভাবে।’

এই ক্ষেত্রত পাকিস্তান আৰু পাক দখলিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় বায়ুসেনা বাহিনীৰ প্ৰত্যুত্তৰৰ প্ৰসংগ এই প্রতিবেদনত উল্লেখ কৰা হৈছে। প্রতিবেদনত এইদৰে কোৱা হৈছে, ‘জম্মু-কাশ্মীৰত এপ্ৰিলৰ শেষত হোৱা এক সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত নতুন দিল্লীয়ে পাকিস্তানৰ সন্ত্রাসবাদ সম্পৰ্কীয় আন্তঃগাঁথনিত ক্ষেপণাস্ত্র আক্রমণ কৰে। এই ক্ষেপণাস্ত্র আক্ৰমণৰ পাছত বহুলানি ক্ষেপণাস্ত্র, ড্র’ন আৰু অত্যাধুনিক সামৰিক অস্ত্র-শস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে তীব্র গোলাবর্ষণ কৰে দুয়োপক্ষই।

সাতৰ পৰা ১০ মে’লৈ দুয়োপক্ষৰ সামৰিক বাহিনীয়ে এইদৰে আক্ৰমণ-প্রত্যাক্রমণত লিপ্ত হয়।প্রতিবেদনৰ মতে, চীনৰ প্ৰভাৱক প্ৰতিৰোধ কৰিবলৈ আৰু বিশ্ব নেতৃত্বৰ ভূমিকাক উদগনি দিবলৈ ভাৰতে ভাৰতীয় মহাসাগৰীয় অঞ্চলত দ্বিপাক্ষিক প্রতিৰক্ষা অংশীদাৰিত্বক অগ্রাধিকাৰ দিছে।

ইয়াৰ ভাৰত-চীন সীমান্ত বিবাদৰ কথাও উল্লেখ কৰা হৈছে আৰু কোৱা হৈছে যে ২০২০ৰ মুখামুখি সংঘৰ্ষৰ পাছত বিগত বৰ্ষত দুয়োপক্ষৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখাৰ পৰা নিজ নিজ সামৰিক বাহিনীক মুখামুখি অবস্থানৰ পৰা পিছ হোঁহকালেও ই দীঘলীয়া বিবাদ সমাধান নকৰিলে।

প্রতিবেদনত উল্লেখ, ‘ই সীমা নির্ধাৰণৰ দীর্ঘদিনীয়া বিবাদৰ নিষ্পত্তি নকৰিলে, অৱশ্যে এতিয়াও অব্যাহত থকা কিছু উত্তেজনা প্রশমিত কৰিলে।প্রতিবেদনত এইদৰে উল্লেখ, ‘ভাৰতে নিশ্চিতভাবে ইয়াৰ ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগ নির্মাণ কৰিবলৈ, যোগান শৃংখলৰ উদ্বেগ প্রশমিত কৰিবলৈ আৰু সামৰিক শক্তিৰ আধুনিকীকৰণৰ বাবে ‘মেড ইন ইন্ডিয়া’ পদক্ষেপক প্ৰসাৰিত কৰাৰ ধাৰা অব্যাহত ৰাখিব।’

ইয়াত কোৱা হৈছে যে ভাৰতে ২০২৪তো সামৰিক শক্তিৰ আধুনিকীকৰণ অব্যাহত ৰাখে আৰু পাৰমাণৱিক সামর্থ্যযুক্ত অত্যাধুনিক অগ্নি-১ প্রাইম এমআৰবিএম আৰু অগ্নি-৫ৰ পৰীক্ষণ সমাপ্ত কৰে। তদুপৰি ইয়াৰ দ্বিতীয় পাৰমাণৱিক শক্তিসম্পন্ন ছাবমেবিন সক্রিয় কৰে আৰু শত্রুপক্ষক প্ৰতিৰোধৰ ক্ষমতাক অধিক শক্তিশালী কৰি তোলে বুলি প্রতিবেদনত কোৱা হৈছে।

ইপিনে, ভাৰত-ৰাছিয়া সম্পৰ্ক সন্দৰ্ভত মার্কিন চোৰাংচোৱা প্রতিবেদনে কয় যে ভাৰতে ২০২৫ত ৰাছিয়াৰ স’তে সম্পৰ্ক ৰক্ষা কৰি চলিব, কিয়নো ৰাষ্ট্ৰখনে অর্থনৈতিক আৰু প্ৰতিৰক্ষা খণ্ডৰ লক্ষ্য আহৰণৰ ক্ষেত্ৰত ৰাছিয়াৰ স’তে সম্পর্ক গুৰুত্বপূর্ণ বুলি ভাবে।

ৰাছিয়া আৰু চীনৰ মাজত ক্ৰমশঃ গভীৰ হ’বলৈ ধৰা সম্পৰ্কক প্রতিহত কৰাৰ এক মাধ্যমৰূপেও ভাৰতে ৰাছিয়াৰ স’তে সুসম্পর্ক ৰক্ষাক গুরুত্বপূর্ণ বুলি ভাবে। প্রতিবেদনত উল্লেখ, মোদীৰ কাৰ্যকালত ভাবতে ৰাছিয়া মূলৰ সামৰিক সা-সৰঞ্জাম ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰিছে যদিও চীন আৰু পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিবলৈ ইয়াৰ সামৰিক সামর্থ্যৰ ৰাজহাড় স্বৰূপ ৰাছিয়াত নির্মিত যুদ্ধ কামান আৰু যুঁজাৰু বিমানৰ বৃহৎ ভাণ্ডাৰ অক্ষত ৰাখিবলৈ তথা চোৱাচিতাৰ বাবে এতিয়াও ৰাছিয়াৰ স্পেয়াৰ পাৰ্টছৰ ওপৰত নিৰ্ভৰশীল।’

উল্লেখ্য যে এই প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা মার্কিন প্রতিৰক্ষা বিভাগৰ অধীন।পাকিস্তান সন্দর্ভত প্রতিবেদনে দাবী কৰা অনুসৰি, পাকিস্তান সামৰিক বাহিনীৰ মূল অগ্রাধিকাৰ হ’ব পাৰমাণৱিক আধুনিকীকৰণ, সীমান্তবর্তী ৰাষ্ট্ৰৰ স’তে সীমান্তৰ সিপাৰৰ সংঘাতপূর্ণ পৰিস্থিতি তথা পাকিস্তানত বর্ধিত তেহৰিক-ই-তালিবান তথা বেলুচ বিদ্রোহীৰ আক্ৰমণৰ স’তে মোকাবিলা কৰা, সন্ত্রাসবাদ বিৰোধী প্রচেষ্টা।

প্রতিবেদনত কোৱা হৈছে, ‘বিগত বৰ্ষত পাকিস্তানৰ সেনাৰ অভিযানৰ পাছতো সন্ত্রাসবাদীয়ে ২০২৪৩ ২৫০০জন লোকক হত্যা কৰিছে।’ আগন্তুক বর্ষত পাকিস্তানী সেনাই কোন ক্ষেত্রসমূহত সর্বাধিক গুৰুত্ব দিব পাৰে ইয়াৰ আভাস দাঙি ধৰা প্ৰতিবেদনত লগতে পাকিস্তানৰ আভ্যন্তৰীণ বিদ্ৰোহৰ বিষয়টো উল্লেখ কৰা হৈছে।

প্রতিবেদনত দাবী কৰা অনুসৰি, ভাৰতক লৈ ভীতিগ্রস্ত পাকিস্তান। পাকিস্তানে ভাৰতক নিজ ‘অস্তিত্বৰ বাবে ভয়ৰ কাৰণ’ হিচাপে ভাবে। ইয়াত উল্লেখ, ‘পাকিস্তানে ভাৰতক ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি বুলি ভাবে। ৰাষ্ট্ৰখনে সামৰিক আধুনিকীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। ভাৰতৰ প্ৰচলিত সামৰিক অগ্রগতিক প্রতিহত কৰিবলৈ যুদ্ধক্ষেত্ৰত ব্যৱহৃত পাৰমাণবিক অস্ত্ৰসমূহৰ উন্নয়ন অব্যাহত ৰাখিব পাকিস্তানে।’

বর্তমান প্রচলিত অস্ত্ৰ ভাণ্ডাৰৰ দিশৰ পৰা ভাৰত আগবাঢ়ি আছে বুলি এই মার্কিন চোৰাংচোৱা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। সেয়েহে ইয়াৰ স’তে মোকাবিলা কৰিবলৈ নিজস্ব সামৰিক ব্যৱস্থা আধুনিকীকৰণ কৰাৰ লগতে পাৰমাণবিক অস্ত্ৰ ভাণ্ডাৰক উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

এই উদ্দেশ্যে ৰাষ্ট্ৰখনে ইয়াৰ পাৰমাণৱিক অস্ত্র ভাণ্ডাৰৰ আধুনিকীকৰণ কৰি আছে। প্রতিবেদনত উল্লেখ, ‘পাকিস্তানে ইয়াৰ পাৰমাণবিক অস্ত্ৰ ভাণ্ডাৰ আধুনিকীকৰণ কৰি আছে আৰু পাৰমাণৱিক সামগ্ৰী, পাৰমাণৱিক কমাণ্ড আৰু নিয়ন্ত্ৰণৰ নিৰাপত্তাৰ চোৱাচিতা কৰি আছে।পাকিস্তানে নিশ্চিতভাবে গণহত্যাত ব্যৱহৃত অস্ত্র-শস্ত্ৰৰ সামগ্রী বিদেশী যোগানিয়াৰ আৰু মধ্যভোগীৰ পৰা ক্ৰয় কৰে।’

প্রতিবেদনত উল্লেখ যে পাকিস্তানে ইয়াৰ অর্থনৈতিক আৰু সামৰিক উপহাৰ চীনৰ পৰা লাভ কৰে আৰু ইয়াৰ সেনাবাহিনীয়ে চীনা বাহিনীৰ স’তে বহুলানি যৌথ সামৰিক অনুশীলন কৰে। প্রতিবেদনত উল্লেখ, পাকিস্তানৰ ডব্লিউএমডি (গণহত্যাৰ অস্ত্ৰসমূহ) কাৰ্যসূচীৰ বাবে প্রয়োজনীয় বিদেশী সামগ্রী আৰু প্রযুক্তি প্রাথমিকভাবে চীনৰ যোগনিয়াৰৰ পৰা ক্ৰয় কৰে আৰু কেতিয়াবা এইসমূহ পাকিস্তানলৈ হংকং, ছিংগাপুৰ, তুর্কি আৰু সংযুক্ত আৰব আমিৰ শ্বাহীৰ মাজেৰে সৰবৰাহ কৰা হয়।

ইপিনে, চীন-পাকিস্তান অর্থনৈতিক কৰিড’ৰ প্ৰকল্পক সমর্থন জনোৱা চীনা কর্মীক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্রাসবাদীৰ আক্ৰমণ দুই দেশৰ মাজত বিবাদৰ এক কেন্দ্রবিন্দু হ’বলৈ ধৰিছে। ২০২৪ত পাকিস্তানত সাতজন চীনা নাগৰিকক হত্যা কৰা হৈছিল।

উল্লেখ্য যে প্রতিবেদন অনুসৰি, প্ৰতি বছৰেই চীনা সেনাৰ স’তে যৌথ সামৰিক অনুশীলন কৰা পাকিস্তানী সেনাই বিগত নৱেম্বৰত এনে এক অনুশীলন কৰিছিল। বিগত বৰ্ষত পাকিস্তানত বিদ্রোহীৰ আক্ৰমণত আঢ়ৈ হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

ইৰানৰ স’তে পাকিস্তানৰ সম্পৰ্ক কি এই বিষয়েও প্রতিবেদনত উল্লেখ কৰা হৈছে। এই মর্মে পাকিস্তান আৰু ইবানে বিভিন্ন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। ২০২৪ৰ জানুৱাৰীত দুই দেশৰ ভূমিত সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদী আক্ৰমণৰ প্রত্যুত্তৰ দিবলৈ দুই দেশে চলোৱা আকাশপথৰ আক্ৰমণৰ পাছত সৃষ্টি হোৱা উত্তেজনা লাঘৱ কৰিবলৈ বিভিন্ন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।

প্রতিবেদনত কোৱা হৈছে, ‘২০২৪ত তালিবান আৰু পাকিস্তানী সীমান্তৰক্ষী বাহিনীৰ মাজত সীমান্ত চকীৰ সমীপত সংঘটিত সংঘর্ষত আঠ তালিবানী যোদ্ধাৰ মৃত্যু হয়। ২০২৫ৰ মাৰ্চত পাকিস্তান-আফগানিস্তানে উভয়ে উভয়ৰ ভূমিত বায়ু-পদাতিক আক্রমণ কৰে। দুয়াপক্ষই সামৰিক বাহিনীৰ ঘাটিক লক্ষ্য কৰি লোৱা বুলি দাবী কৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaindiaPakistan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d