Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Outbreak of Japanese encephalitis:জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ জিএমচিএইছতে চাৰিজনৰ মৃত্যু

জুলাইলৈ শীৰ্ষত থাকে জেইত সংক্ৰমণ,ৰাইজকহে অৱলম্বন কৰিবলৈ আহ্বান, নাই কোনো প্রত্যক্ষ চিকিৎসা ব্যৱস্থা

publisher by publisher
June 28, 2025
in News, Assam
Reading Time: 1 min read
0
Outbreak of Japanese encephalitis:জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ জিএমচিএইছতে চাৰিজনৰ মৃত্যু
1
SHARES
6
VIEWS
ShareShareShareShare

Outbreak of Japanese encephalitis:

ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে জাপানী এনকেফেলাইটিছ (জে ই)ত আক্রান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে কে’বাজনো ৰোগীৰ মৃত্যুও হৈছে। প্রতি বছৰে এই ৰোগৰ সংক্রমণে অসমত উদ্বেগজনক ৰূপ ধাৰণ কৰি আহিছে। বহু লোকৰ এই ভাইৰাছৰ সংক্রমণত মৃত্যু হৈছে অথবা চিৰদিনলৈ শাৰীৰিকভাৱে বিভিন্ন ধৰণে অক্ষম হৈ পৰিছে। জুলাই পর্যন্ত এই ভাইৰাছৰ সংক্ৰমণ ৰাজ্যত চলি আহিছে। এইবাৰো অসমৰ বিভিন্ন চিকিৎসালয়ত জাপানী এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছে। দুই শতাধিক লোকৰ তেজৰ নমুনা বৰ্তমান পৰীক্ষণ পৰ্যায়ত আছে।

ADVERTISEMENT

অকল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ) তে জাপানী এনকেফেলাইটিছত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা ৩২ গৰাকী ৰোগীৰ চিকিৎসা অব্যাহত আছে। ইয়াৰে চাৰিজনৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে, জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৩০ জনৰো অধিক লোকৰ চিকিৎসা চলিছে। জিএমচিএইছতে জে ইত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা সর্বাধিক ১২ জন ৰোগীয়ে হ’ল কামৰূপৰ।

RelatedPosts

Thick Fog:প্রচণ্ড শীতে কঁপাইছে ৰাজ্য

Outbreak of African swine fever:ৰাজ্যৰ সাত জিলাত গাহৰি সৰবৰাহ নিষিদ্ধ ঘোষণা ভয়াৱহ ৰূপত গাহৰি জ্বৰ

Sri nagar blast :দিল্লীৰ পাছত জম্মু-কাশ্মীৰত ভয়ংকৰ বোমা বিস্ফোৰণ

তেনেদৰে নলবাৰীৰ আঠজন, দৰঙৰ পাঁচজন, বজালীৰ দুজন, মৰিগাঁৱৰ এজন, নগাঁৱৰ এজন আৰু ধুবুৰীৰ এজন লোকৰ চিকিৎসা জিএমচিএইছত চলিছে। সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়তো ক্রমে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। জিএমচিএইছৰ অধ্যক্ষ ডাঃ অচ্যুত কুমাৰ বৈশ্যই ৰাইজক সতর্ক হৈ থাকিবলৈ আহ্বান জনায়। ম’হে কামুৰিব নোৱাৰাকৈ নিশা আঁঠুৱা ব্যৱহাৰ কৰি শুবলৈ, ঘৰৰ চৌহদত মহে কণী পাৰিব নোৱাৰাকৈ চাফ-চিকুণ কৰি ৰখা আদি সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ডাঃ বৈশ্যই ৰাইজক পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে জে ইৰ প্ৰাথমিক লক্ষণ হ’ল আক্ৰান্তৰ তীব্ৰ জ্বৰ উঠা, মূৰৰ বিষ হোৱা আৰু বমিৰ ভাব হোৱা। তদুপৰি আক্ৰান্ত ৰোগীয়ে অত্যন্ত দুর্বল অনুভৱ কৰে। বহু সময়ত সংজ্ঞাও হেৰুৱাই পেলায়। আক্ৰান্তৰ শৰীৰত প্ৰথমতে এই ৰোগৰ লক্ষণ ফুটি নুঠিবও পাৰে। এই ৰোগৰ প্ৰত্যক্ষ কোনো চিকিৎসা নাই। ৰোগৰ লক্ষণৰ ভিত্তিতহে চিকিৎসা চলে। প্রসংগক্রমে উল্লেখ্য যে ২০২৪ত ৰাজ্যত জে ইত ৯২৫ জন লোক আক্ৰান্ত হৈছিল। তাৰে কমেও ২৪ জনৰ মৃত্যু হৈছিল। আনহাতে, জে ই সদৃশ ৰোগত আক্রান্ত হয় কে’বা শতাধিক লোক।

আনহাতে কামৰূপ জিলাৰ হাজোত জাপানী এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷ ৰামদিয়াৰ এগৰাকী মহিলাই মৃত্যুক আঁকোৱালি লৈছে। যোৱা নিশা চিকিৎসাধীন অৱস্থাত শেষনিশ্বাস ত্যাগ কৰা এই মহিলা গৰাকী হ’ল ৰামদিয়া মৌজাৰ উজানকুৰি বেজপাৰা নিৱাসী বুদৰাম ডেকাৰ পত্নী কল্পনা ডেকা (৫০)।

যোৱা ২০ জুনত মহিলা গৰাকী জ্বৰত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেওঁক হাজোস্থিত বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভর্তি কৰে। তাত চিকিৎসকে তেওঁক ঔষধ দিয়াত জ্বৰ কমে আৰু বিয়লি ঘৰলৈ যাবলৈ দিয়ে। পাছত নিশা তেওঁৰ পুনৰ জ্বৰ উঠাত তেওঁক পিছদিনা জিএনআৰচি হাস্পতালত ভর্তি কৰে। পৰৱৰ্তী সময়ত তেওঁৰ ৰক্ত পৰীক্ষাত জাপানী এনকেফেলাইটিছৰ উপস্থিতি ধৰা পৰে। এই ৰোগত মহিলাগৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলটোৰ ৰাইজক শংকিত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GMCHHigh Alartjapanese encephalitisOutbreak
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d