Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Outbreak of African swine fever:ৰাজ্যৰ সাত জিলাত গাহৰি সৰবৰাহ নিষিদ্ধ ঘোষণা ভয়াৱহ ৰূপত গাহৰি জ্বৰ

publisher by publisher
November 17, 2025
in Assam
Reading Time: 1 min read
0
Outbreak of African swine fever:ৰাজ্যৰ সাত জিলাত গাহৰি সৰবৰাহ নিষিদ্ধ ঘোষণা ভয়াৱহ ৰূপত গাহৰি জ্বৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Swine flu outbreak:ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱত আতংকিত গাহৰি পালক

Increased infection of swine fever:ৰাজ্যত উদ্বেগজনকভাবে সংক্রমণ বৃদ্ধি গাহৰি জ্বৰৰ

Outbreak of Japanese encephalitis:জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ জিএমচিএইছতে চাৰিজনৰ মৃত্যু

Outbreak of African swine fever:

যোৱা জানুৱাৰীৰ পৰাই ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে যদিও শেহতীয়াকৈ কে’বাখনো জিলাত ইয়াৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৱা অক্টোবৰৰ মাজভাগৰ পৰা সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাত ইতিমধ্যে কে’বা হেজাৰ গাহৰি পশুপালন আৰু পশু চিকিৎসা বিভাগে নিধন কৰে। তৎসত্ত্বেও ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে এক নির্দেশযোগে আফ্রিকান ছোৱাইন ফিভাৰে গুৰুতৰ ৰূপ ধাৰণ কৰা সাতখন জিলাত গাহৰিৰ সৰবৰাহ বন্ধ ঘোষণা কৰে।

ADVERTISEMENT

এই জিলা কেইখন হ’ল- ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াৰ লগতে এই জিলা কেইখনত গাহৰি মাংসৰ বিক্ৰীও আজিৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নির্দেশনা জাৰি নোহোৱা পর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি বিভাগটোৰ আয়ুক্ত আৰু সচিব স্বাক্ষৰিত নির্দেশটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে আফ্রিকান ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যুৰ হাৰ এশ শতাংশ। ৰাজ্যৰ গাহৰি উদ্যোগটোতে এই ৰোগৰ সংক্রমণে বৃহৎ মাধমাৰ সঘনে শোধাই আহিছে। এইবাৰো এই সমস্যাই অতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে। চলিত বৰ্ষৰ যোৱা জানুৱাৰীৰ পৰা এই ৰোগৰ অভিকেন্দ্ৰ হিচাপে ২৯৭টা স্থানক চিনাক্ত কৰা হৈছে। ৰাজ্যৰ প্ৰায় সকলো জিলাতে এই ৰোগৰ সংক্ৰমণ দেখা গৈছে যদিও শেহতীয়াকৈ সংশ্লিষ্ট জিলাকেইখনৰ পৰিৱেশ অতি ভয়াৱহ হৈ পৰিছে।

গাহৰিৰ ব্যৱসায় অতি লাভজনক হিচাপে ব্যৱহৃত হৈ আহিছে আৰু নতুন নতুন যুৱ ব্যৱসায়ীয়ে এই ব্যৱসায়ত হাত দিছে। চৰকাৰেও গাহৰি পালনত অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু এই সকলো প্রচেষ্টাতে মাধমাৰ শোধাইছে আফ্রিকান ছোৱাইন ফিভাৰে। এই মাধমাৰৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ অদ্যাপি নির্ধাৰণ হোৱা নাই যদিও বিভাগৰ প্ৰাথমিক হিচাপ অনুসৰি কে’বা কোটি টকা হ’ব বুলি নিশ্চিত কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: African swine feverOutbreakPig Farmpig Supply banned
publisher

publisher

Related Posts

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d