Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ambubachi Mela in Kamakhya Temple: নীলাচলৰ বুকুত আৰম্ভ হ’ল মহাঅম্বুবাচী মেলা

মংগলধ্বনিৰ মাজেৰে দেওবাৰে বিয়লি ২.৫৬ বজাত বন্ধ হ'ল কামাখ্যাৰ দুৱাৰ,মন্দিৰলৈ যোৱা পথত ভূমিস্খলন অব্যাহত, নিশা মন্দিৰ অভিমুখে নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

publisher by publisher
June 23, 2025
in Assam, News
Reading Time: 2 mins read
0
Ambubachi Mela in Kamakhya Temple: নীলাচলৰ বুকুত আৰম্ভ হ’ল মহাঅম্বুবাচী মেলা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Ambubachi Mela in Kamakhya Temple:

সাধু-সন্ন্যাসী, ভক্তই সৃষ্টি কৰা মাংগলিক আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দেওবাৰে বিয়লিৰ পৰা আৰম্ভ হয় শক্তিপীঠ কামাখ্যাৰ মহাঅম্বুবাচী মেলা। বিশ্বাস অনুসৰি, ধৰিত্ৰী ৰজঃস্বলা হোৱাৰ লগে লগে বিয়লি ২.৫৬ বজাত কামাখ্যা মন্দিৰৰ দুৱাৰ আগন্তুক চাৰি দিনলৈ বন্ধ কৰি দিয়া হয়। পুনৰ ২৬ জুনৰ পুৱা দেৱীক স্নান কৰাই আৰু নিত্য পূজা সমাপন কৰিহে ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হ’ব। দুৱাৰ বন্ধ হোৱাৰ লগে লগে আৰম্ভ হয় শক্তিপীঠত যুগ যুগান্তৰ ধৰি চলি অহা মেলাৰ।

ADVERTISEMENT

মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পূর্বে দেৱীক দৰ্শনৰ বাবে কামাখ্যা ধামত হেজাৰ হেজাৰ লোকৰ সমাগম হয়। ।। তেওঁলোকৰ উকলি, শংখধ্বনি, মংগলধ্বনিৰ মাজেৰে মন্দিৰৰ দুৱাৰ নিৰ্দিষ্ট সময়ত আজি বন্ধ হৈ পৰে। দুৱাৰ বন্ধ হোৱাৰ পাছতে দূৰ-দূৰণিৰ পৰা আহি সমৱেত হোৱা সাধু-সন্ন্যাসী, ভক্তসকলে মা কামাখ্যাৰ সাধনাত মগ্ন হয়।

এইবাৰো অম্বুবাচী মেলাৰ বহু পূৰ্বৰে পৰা দেশৰ বিভিন্ন স্থানৰ সাধু-সন্ন্যাসীয়ে কামাখ্যা ধাম চৌহদত থিতাপি গ্রহণ কৰে। মন্দিৰ পৰিচালনা সমিতিৰ তথ্য মতে, শনিবাৰৰ পৰা অধিক সংখ্যক লোকৰ আগমন হ’বলৈ ধৰে। সেইবাবে মেলাক লৈ হাতত লোৱা ব্যৱস্থাবোৰ আগ ধৰি ৰূপায়ণ কৰা হয়। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ, ভক্তৰ ভিৰ নিয়ন্ত্রণ, চাফ-চিকুণতা বাহাল ৰখা, অনাময় ব্যৱস্থা গঢ়ি তোলা আদি দুই-তিনি দিন আগৰ পৰাই আৰম্ভ কৰা হয়। সমান্তৰালভাৱে নীলাচল পাহাৰৰ তলত বিভিন্ন সংস্থা আৰু ন্যাসেও দুদিন আগৰ পৰাই ভক্তক বিনামূলীয়াকৈ খাদ্য যোগান আৰম্ভ কৰে। আজি মন্দিৰৰ দুৱাৰ বন্ধ হোৱা হেতুকে পুৱাৰে পৰা মানুহৰ সোঁত ব’বলৈ ধৰে। অৱশ্যে এই সকলোৱেই বিভিন্ন ৰাজ্যৰ পৰা অহা লোক।
এইবাৰ ছেণ্ডেল-জোতা পিন্ধি মন্দিৰ অভিমুখে যোৱাটো নিষেধ কৰা হৈছে। সেইবাবে পাহাৰৰ নামনিত ছেণ্ডেল-জোতা আদি ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাতেই বহু লোকে ছেণ্ডেল-জোতা থৈ উদং ভৰিৰে মন্দিৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে। যিহেতু খোজকাঢ়ি যোৱাটো বাধ্যতামূলক, সেয়েহে পথৰ ঠায়ে ঠায়ে খোৱাপানীৰ যোগান, স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা হৈছে।

এইবাৰ সন্ধিয়া ছয় বজাৰ পৰা মন্দিৰলৈ যোৱা পথটোবে যাতায়াত নিষেদ্ধ কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই দেওবাৰে দিছপুৰত আয়োজিত এক সংবাদমেলত কয় যে ভক্তৰ সুৰক্ষাৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রীয়ে কয়, ‘কামাখ্যা মন্দিৰলৈ যোৱা পথটোৰ বিভিন্ন স্থানত বেয়াকৈ ভূমিস্থলন হৈ আছে। তাব প্রতি লক্ষ্য ৰাখি এই সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে। নিশা চাবলৈ বিশেষ নাথাকেও। গতিকে মন্দিৰৰ দুৱাৰ খোলাৰ পাছত সকলোৱে যাব পাৰিব। এইবাৰ ভিআইপি, ভিভিআইপি ব্যৱস্থাও নাই। মন্দিৰ খোলাৰ দুদিনলৈ ময়ো নাযাওঁ। ২৭ জুনৰ পাছতহে যাম।’

স্বাভাৱিক ধৰণে এইবাৰো মন্দিৰ চৌহদৰ লগতে বাহিৰতো বিচিত্র বেশ-ভূষাৰ পুৰুষ-মহিলা সাধু-সন্ন্যাসী ভৰি পৰিছে। তাৰে বহুতেই বিচিত্ৰ কাৰুকাৰ্যৰে ভক্তৰ দৃষ্টি আকৰ্ষণ কৰিছে। অম্বুবাচী মেলাৰ অন্যতম আকর্ষণ হৈ আহিছে নগা সন্ন্যাসীসকল। এইবাৰো তেওঁলোকে দূৰ-দূৰণিৰ পৰা বাটকুৰি বাই আহি নিজৰ বাবে সংৰক্ষিত স্থানত আশ্রয় লৈছে। সমগ্র শৰীৰত ভস্ম সানি শুধ বগা হৈ থকা এইসকল সন্ন্যাসীৰ পৰা সেৱা ল’বলৈ আজিও বহু লোকে ভিৰ কৰে।

ইয়াৰ মাজতে এইবাৰ বহুতে সোঁৱৰণ কৰে অলপতে ইহলীলা সম্বৰণ কৰা পদ্মশ্রী স্বামী শিৱানন্দক। যোগৰ জৰিয়তে সুদীর্ঘ জীৱন নিৰোগী হৈ থাকি নিদর্শন দাঙি ধৰা স্বামী শিৱানন্দ প্ৰায় প্ৰতি বছৰে কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহিছিল। যোগৰ প্ৰসাৰ আৰু প্ৰচাৰত নিমগ্ন গৈ থকা স্বামী শিৱানন্দই সমাজৰ বাবে তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১২৫ বছৰ। কামাখ্যাৰ অম্বুবাচী মেলাত তেওঁৰ বাবে সদায় নির্ধাৰিত আশ্রয়স্থলৰ ব্যৱস্থা আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ambubashi MelaGuwahatiKamakhya Tample
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d