Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhatiapar ONGC Gas Leak: ব্যৰ্থতাৰ বাবে শংকিত অ’এনজিচি, ভটীয়াপাৰত কটকটীয়া নিৰাপত্তা

প্ৰৱঞ্চক কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে অনশনৰ কাৰ্যসূচী ল'ব স্থানীয় ৰাইজে,ক্ষোভৰ উদ্‌গীৰণৰ আশংকাত নিয়োগ কৰিলে চিআৰপি

publisher by publisher
June 27, 2025
in Assam, News
Reading Time: 2 mins read
0
Bhatiapar ONGC Gas Leak: ব্যৰ্থতাৰ বাবে শংকিত অ’এনজিচি, ভটীয়াপাৰত কটকটীয়া নিৰাপত্তা
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Accident in Sivsagar:শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুর্ঘটনাত প্ৰাণ গ’ল যুৱ অভিযন্তাৰ

ONGC Gas Leak Update: ভটীয়াপাৰক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া অ’এনজিচিৰ ঠিকাদাৰৰ পৃষ্ঠপোষক কোন

Cm Pressmeet In Dibrugarh:অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত বিষয়টো পেট্ৰলিয়াম মন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে ব্যৱস্থা

Bhatiapar ONGC Gas Leak:

ৰাইজৰ ক্ষোভৰ উদ্‌গীৰণৰ আশংকাত ভুগিছে তেল আৰু প্রাকৃতিক গেছ নিগম (অ’এনজিচি)। ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অন্তর্গত ভটিয়াপাৰৰ আৰডিএছ ১৪৭ (এ) তৈলখাদত সংঘটিত বিস্ফোৰণৰ পাছৰ ভয়াৱহ পৰিস্থিতিৰ আজি ১৬ দিনেও নিয়ন্ত্রণ কৰিব পৰা নাই অ’এনজিচিয়ে। তিনিজনীয়া মার্কিন বিশেষজ্ঞৰ দলে পৰিস্থিতি নিয়ন্ত্রণাধীন কৰিব বুলি অ’এনজিচিয়ে কৰা দাবী সাৰশূন্য প্রমাণিত হোৱাৰ দিশলৈ গতি কৰিছে বুলি নিজে শংকিত হৈছে।

ADVERTISEMENT

কে’বা কোটি টকা ব্যয় কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অনা বিশেষজ্ঞ দলটোৰ জৰিয়তে সফলতাৰ মুখ দেখিব বুলি পাকে-প্ৰকাৰে ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত ৰাইজৰ উপৰি বিভিন্ন দল-সংগঠনক আশ্বস্ত কৰিবলৈ চেষ্টা কৰা অ’এনজিচিয়ে এতিয়া নিজৰ নাক কাটি হাতত লোৱাৰ দৰে অবস্থা হৈছে। এই ব্যর্থতাৰ বাবে তলে তলে প্রতিষ্ঠানটো শংকিত হোৱা বুলি চর্চা চলিছে। ৰাইজৰ ক্ষোভৰ উদ্‌দীৰ্ণ হোৱা আশংকাত কালিবে পৰা ভটীয়াপাৰৰ বিস্ফোৰণস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰে অ’এনজিচিয়ে। আজি চিআৰপিএফৰ দলো ঘটনাস্থলীত নিয়োগ কৰা হৈছে।

স্থানীয় ৰাইজক ভয়াৱহ বিপদৰ মুখলৈ ঠেলি দি আত্মগোপন কৰি থকা এছ কে পেট্ৰ’ৰ স্বতাধিকাৰ শ্রীকৃষ্ণ আগৰৱালাই ভটীয়া পাৰবাসীৰ প্রবল প্রত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব বুলি ক্ষতিগ্রস্ত ৰাইজে সকীয়াই দিয়ে। ঘটনা সংঘটিত হোৱাৰ ১৫ দিনৰ পাছতো এবাৰলৈও বহু বিতর্কিত ঠিকাদাৰ আগৰৱালাই ৰাইজৰ সমস্যাৰ বুজ নল’লে। কেইদিনমান পূর্বে আন্দোলন কৰি থকা এটা জাতীয় সংগঠনৰ স’তে তেওঁৰ প্ৰতিনিধিয়ে আলোচনা কৰে যদিও ঘটনাস্থলীত কিয় অহা নাই তাকে লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ভটীয়াপাৰ অঞ্চলৰ বিশিষ্ট ৰাজহুৱা কর্মী ভোলা কাকতিয়ে প্রবঞ্চক আগৰৱালাৰ বিৰুদ্ধে অনশন কার্যসূচী গ্ৰহণ কৰিব বুলি সদবী কবে। ইয়াৰ পাছতো যদি আগৰৱালাৰ গা নৰলে তেন্তে আমৰণ অনশন কৰিব বুলিও কয়।

# আন্দোলন অব্যাহত

ভটীয়াপাৰ বাৰীচুকৰ ঘটনাক লৈ দল-সংগঠনসমূহ আজি পুনৰ প্রতিবাদমুখৰ হয়। ভটীয়াপাৰৰ ক্ষতিগ্রস্ত পৰিয়ালসমূহক ১০ৰ পৰা ২০ লাখ টকাকৈ পুঁজিপতি ঠিকাদাৰী প্রতিষ্ঠান এছ কে পেট্ৰ’ৰ মালিক কৃষ্ণ আগৰৱালাই ক্ষতিপূৰ্ণ আদায় নিদিয়া পর্যন্ত ক্ষান্ত নহও বুলি আস্ফালন ঘটাই ঘটনাৰ পাছদিনাৰ পৰা উত্তাল প্রতিবাদ সাব্যস্ত কৰা দল-সংগঠনসমূহ হঠাৎ মৌন হৈ পৰা বিষয়টোক লৈ ৰাইজৰ মাজত চর্চা চলিছিল। কিন্তু তাৰ মাজতে আজি আটাছু, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, জাতীয় সংগ্রামী সেনা অসম আদিৰ শিৱসাগৰ জিলা সমিতিৰ লগতে ই-ৰিক্সা সস্থাই এছ কে পেট্ৰ’ৰ নগৰৰ ফুকন নগৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে।

আনহাতে, দল-সংগঠনসমূহে পৃথকে পৃথকে ভটীয়াপাৰবাসীক একাষৰীয়াকৈ থৈ বিভিন্ন পক্ষৰ লগত আলোচনাত মিলিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বাইজে। শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধেও ভটীয়াপাল্বাসী ৰাইজে তীব্র বিষোদগাৰ প্ৰকাশ কৰিছে। বিভিন্ন দল-সংগঠনে এছ কে পেট্ৰ’ৰ স্বতাধিকাৰী কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী জনাই এজাহাৰ দাখিল কৰাৰ পাছতো আজি পর্যন্ত কোনো ব্যবস্থা গ্ৰহণ কৰাৰ সাহস নকৰা বিষয়টোক সহজভাবে ৰাইজে গ্রহণ কৰিব পৰা নাই। উল্লেখ্য যে আৰম্ভণিতে সৰৱ হৈ পৰা একাংশ দল-সংগঠনে বিগত দিনকেইটাত মৌন হোৱাক লৈ ৰাইজে প্রতিক্রিয়া প্রকাশ কবে।

# ৰাইজৰ দুৰ্দশা

৩৭৪ টাৰ অধিক ক্ষতিগ্রস্ত পৰিয়ালে বিগত তিনিদিনৰ পৰা এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰাই নহয়,বহু লোকে মূৰৰ বিষ, চকু আৰু ছালৰ ৰোগত আক্রান্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ভয়ংকৰ গেছ নির্গমনৰ বাবে আমগুৰি শিক্ষাখণ্ডৰ ৰুদ্ৰসাগৰ মণ্ডলৰ ৪৩৪ নম্বৰৰ উপৰি ৰূপহীকিনাৰ প্ৰাথমিক বিদ্যালয় আৰু দুই নম্বৰ ভটীয়াপাৰ প্ৰাথমিক বিদ্যালয় দুখনত অ’এনজিচিৰ পৰামৰ্শ মতে নিয়মীয়া পাঠদান বন্ধ ৰখা হৈছে। এই মুঠ ৫৮ জন শিক্ষার্থীৰ পাঠদানৰ বাবে এতিয়াহে ব্যৱস্থা গ্রহণ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhatiaparkrishna agarwalongc gas leak
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d