Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Minister’s wife buys land:ৰাজসাহায্যৰ পাছত এইবাৰ মন্ত্ৰী-পত্নীৰ ৩৬ বিঘা ভূমি ক্ৰয়ৰ তথ্য

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পুনিয়নিত জয়ন্ত মল্লৰ পত্নীৰ বৃহৎ পৰিমাণৰ ভূমি ক্রয়, পকীবেৰ দি ঘেৰি সুৰক্ষিত কৰিছে

publisher by publisher
July 3, 2025
in News, Assam
Reading Time: 2 mins read
0
Minister’s wife buys land:ৰাজসাহায্যৰ পাছত এইবাৰ মন্ত্ৰী-পত্নীৰ ৩৬ বিঘা ভূমি ক্ৰয়ৰ তথ্য
3
SHARES
28
VIEWS
ShareShareShareShare

Minister’s wife buys land:

মন্ত্রী পত্নী হোৱাৰ সুবাদতে জুলি ডেকা বৰুৱাৰ ব্যৱসায়িক মুনাফা তথা সা-সম্পত্তিৰ তালিকাই দীঘলীয়া জাঁপ মাৰি উর্ধ্বমুখী হৈছে। ৰাজ্যৰ বহুকেইজন জনপ্ৰতিনিধিৰ দৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী হোৱাটোৱে উদ্যোগী মহিলা বুলি জাহিৰ কৰা জুলি ডেকা বৰুৱাৰ অন্যতম অর্হতা বুলি বিভিন্ন মহলত চলি থকা চর্চাই কে’বা কোটিটকীয়া ভূমি ক্রয়ৰ অতি শেহতীয়া তথ্য তথ্য ফাদিলৰ পাছত তুংগত উঠে।

ADVERTISEMENT

ৰাজ্যত বহু এনে উদ্যোগী মহিলা আছে। তেওঁলোকে নিশাটোৰ ভিতৰতে বহু কোটি বাদেই, লাখ টকাৰ অধিকাৰী হ’ব পাৰিছে নে? ৰাজ্যৰ বিভিন্ন আঢ্যৱন্ত-চহকী অথবা সম্ভাৱনাপূর্ণ অঞ্চলত ভূমি ক্ৰয় কৰিব পাৰিছে নে? কোনো ধৰণৰ প্ৰভাৱশালীৰ পৃষ্ঠপোষকতা নোহোৱাকৈ কিমানগৰাকী উদ্যোগী মহিলাই হঠাতে বৃহৎ পৰিমাণৰ সা-সম্পত্তিৰ অধিকাৰী হ’ল অথবা চৰকাৰী কাৰ্যালয়লৈ তাঁত-বাটি নকৰাকৈ লক্ষ লক্ষ টকাৰ ৰাজসাহায্য লাভ কৰিলে তাৰ তালিকা প্রকাশ কৰিব পাৰিবনে মন্ত্রী জয়ন্ত মল্লই।

RelatedPosts

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

তেজপুৰত দীপাৱলীত ফটকাৰ বিক্রীক লৈ শংকিত ব্যৱসায়ী

এইবোৰ প্ৰশ্ন এতিয়া ৰাইজৰ মুখে মুখে। জুলি ডেকা বৰুৱাই মন্ত্রী পত্নী হোৱাৰ অৰ্হতাৰ বাবেই কমেও ৫০ লাখ ৰাজসাহায্য লাভৰ বিষয়টোৰ চৰ্চা অন্ত নৌপৰতে এইবাৰ ওলাল বৃহৎ পৰিমাণৰ ভূমি ক্রয়ৰ তথ্য। ৰাজসাহায্য, গীৰ গাই বিতৰ্কৰ পাছত এইবাৰ ভূ-সম্পত্তিৰ বিতৰ্কৰ আৱৰ্তত সোমাল মন্ত্রী পত্নীয়ে। জয়ন্ত মল্ল মন্ত্ৰী হোৱাৰ পাছৰে পৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ ঊর্ধ্বমুখী হোৱাত প্রশ্ন উঠিছে যে সম্পত্তি ক্ৰয়ৰ ধনৰ উৎস কি, ক’ৰ পৰা আহিছে এই ধন?

২০২৪ৰ ২৯ ৰাজ্য চৰকাৰৰ ধৰিত্ৰী প’র্টেলতে জল্পজল্ পট্পট্ হৈছে জুলি ডেকা বৰুৱাৰ তেজপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিশাল ভূমি ক্ৰয়ৰ তথ্য। তেওঁৰ নামত তেজপুৰ ৰাজহ চক্র বিষয়া কার্যালয়ে ২০২৩ৰ ২৪ জুলাইত এছঅ’এন/টিইজেদ ২০২২-২৩/২০১২৬/ অ’এমইউটিচিৰ নিৰ্দেশ মর্মে ৭৪ নম্বৰ দাগৰ ১৫ বিঘা এক কঠা ১৮ লেচা মাটি নামজাৰি কৰা হয় আৰু ২০২৪ৰ পাঁচ মাৰ্চত আপোচ বাটোৱাৰা নম্বৰ এছঅ’এন/টিইজেদ/২০২৩-২৪/ ২০২৪০০০১০৯৮১/এফপিএআৰটিৰ নির্দেশ মর্মে ৭৪ নম্বৰ দাগৰ ১৫ বিঘা এক কঠা ১৪ লেচা মাটি জুলি ডেকা বৰুৱাৰ নামত ২৭৪ নম্বৰ দাগ আৰু ১০২ নম্বৰ ম্যাদী পট্টা কৰা হয়।

আনহাতে, ২০১৪ৰ ১৯ ফেব্ৰুৱাৰীত ৭৫ নম্বৰ দাগৰ ১৩ বিঘা দুই কঠা ১০ লেচা মাটি জুলি ডেকা বৰুৱাৰ নামত ৩৫২ নম্বৰ দাগ আৰু ১০০ নম্বৰ পট্টাৰ জৰিয়তে ম্যাদীপট্টা কৰা হয়। উল্লেখযোগ্য যে শোণিতপুৰৰ তেজপুৰ ৰাজহ চক্ৰৰ তথা হলেশ্বৰ মৌজাৰ অন্তৰ্গত পুনিয়নিৰ পাঁচ নম্বৰ লাটৰ খেৰাজ ম্যাদী কৰা হয় মন্ত্রী পত্নীৰ নামত। ফেব্ৰুৱাৰীৰ আপোচ বাটোৱাৰা নম্বৰ এছঅ’এন/টিইজেদ ২০২৩-২৪/২০২৪০০০১০৪৪৮/এফপিএআৰটিৰ নিৰ্দেশ মর্মে ৭৫ নম্বৰ দাগৰ ১৩ বিঘা দুই কঠা ১০ লেচা মাটি জুলি ডেকা বৰুৱাৰ নামত ৩৫২ নম্বৰ দাগ আৰু ১০০ নম্বৰ ম্যাদী পট্টা কৰা হয়।

আনহাতে, আন এক নথি অনুসৰি ২০২৪ৰ পাঁচ মাৰ্চৰ আপোচ বাটোৱাৰা নম্বৰ এছঅ’এন/টিইজেদ/ ২০২৩-২৪/ ২০২৪০০০১০৯৮০/এফপিএআৰটিৰ নিৰ্দেশ মর্মে ৭৩ নম্বৰ দাগৰ সাত বিঘা ১২ লেচা মাটি জুলি ডেকা বৰুৱাৰ নামত ৩৫৩ নম্বৰ দাগ আৰু ১০১ নম্বৰ ম্যাদী পট্টা কৰা হয়। অর্থাৎ এই নথি অনুসৰি, তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুনিয়নিৰ গাঁৱত মন্ত্রী জয়ন্ত মল্লৰ পত্নীৰ নামত আছে ৩৬ বিঘা মাটি।

জয়ন্ত মল্ল মন্ত্রী হোৱাৰ পাছত অর্থাৎ ২০২৪ত পত্নী জুলি ডেকাই ক্ৰয় কৰিছিল এই বৃহৎ পৰিমাণৰ ভূমি। শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুনিয়াৰি গাঁৱৰ পাঁচ নম্বৰ দাগৰ ১০০ নম্বৰ পট্টাৰ ৭৫ নম্বৰ দাগত থকা ১৩ বিঘা দুই কঠা ১০ লেচা ভাল বাৰী শ্ৰেণীৰ মাটি ২০২৪ৰ ২৯ ফেব্ৰুৱাৰীত নিজৰ নামত কৰাৰ পাছত পাঁচ মাৰ্চত পুনৰ ১০১ নম্বৰ পট্টাত থকা বিশেষ ফৰিং শ্ৰেণীৰ পুনিয়নি গাঁৱৰ সাত বিঘা ১২ লেচা মাটিৰ গৰাকী হয় মন্ত্রী জয়ন্ত মল্লৰ পত্নীয়ে।

একেদিনাই আন এখন পট্টাৰ ১৫ বিঘা এক কঠা ১৮ লেচা মাটি নিজৰ নামত ক্ৰয় কৰে মন্ত্রী পত্নীয়ে। পুনিয়নিৰ ১০২ নম্বৰ পট্টাৰ ভাল বাৰী শ্ৰেণীৰ ৭৪ নম্বৰ দাগৰ মাটিখিনি ক্রয় কৰে জুলি ডেকা বৰুৱাই। এইদৰে তেজপুৰৰ পুনিয়নি গাঁৱত মুঠ ৩৬ বিঘা মাটিৰ ২০২৪ত গৰাকী হয় মন্ত্রী পত্নীয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত এইদৰে বিঘাই বিঘাই মাটি ক্রয় কৰাৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতে প্রশ্ন উত্থাপন হৈছে যে জয়ন্ত মল্ল মন্ত্রী হোৱাত তেওঁ কি এনে অৰ্হতাৰ অধিকাৰী যে মুঠিয়ে মুঠিয়ে ধন ঘটাবলৈ সক্ষম হয়।

ৰঙিয়াৰ পৰা তেজপুৰলৈ গৰু ফাৰ্মৰ ব্যৱসায়ীৰ পৰা বিঘাই বিঘাই মাটিৰ গৰাকী হোৱা জুলি ডেকা বৰুৱাৰ ২০১৯-২০ বিত্তীয় বর্ষত মুঠ আয় আছিল মাত্র ১৫ লাখ ৬৬ হেজাৰ ১৫০ টকা। মন্ত্রী জয়ন্ত বৰুৱাই ২০২১ৰ বিধানসভা নিৰ্বাচনৰ শপতনামাত দাখিল কৰিছিল এই তথ্য। ইয়াৰ বিপৰীতে মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৮৪ লাখ ১৯ হেজাৰ ৩০৬ টকা। তথা স্থাৱৰ সম্পত্তি আছিল দুই কোটি ১৫ লাখ টকাৰ।

মন কৰিবলগীয়া যে ৰাজসাহায্য লাভ কৰি বিতৰ্কত সোমাই পৰা জেএমএ এগ্র’ প্রাইভেট লিমিটেডত ২০১৯-২০ৰ লাভৰ পৰিমাণ আছিল ১.৯৫ লাখ আৰু ২০২০-২১ত আছিল ১.৯৮ লাখ। এই তথ্য দিছে জুলি ডেকাই প্রতিষ্ঠানটোৰ অংশীদাৰ হোৱাৰ পূৰ্বৰ। তেওঁৰ প্ৰৱেশৰ পাছতে ৰকেট গতিত প্ৰতিষ্ঠানৰ লাভৰ পৰিমাণ বৃদ্ধি পায়। অর্থাৎ ২০২১-২২ত ৩৩ লাখ টকা লাভ হয় কোম্পানীটোৰ, অৰ্থাৎ ১৬শ শতাংশ যাদুকৰী পৰিমাণ বৃদ্ধি হয় লাভৰ পৰিমাণ। ইয়াৰ পাছত আকৌ ২০২২-২৩ত এশ শতাংশ বৃদ্ধিৰে লাভৰ পৰিমাণ আছিল ৬৬ লাখ।

আনহাতে, ক্ৰয় কৰা ভূমিৰ বৃহৎ চৌহদৰ চাৰিওকাষে এতিয়া পাছত প্রকাণ্ড পকী বেৰ দি ঘেৰি থোৱা হৈছে যদিও ইয়াৰ ভিতৰত কোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰা নাই। এই স্থান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমীপত।

উল্লেখ্য তেজপুৰ বিশ্ববিদ্যালয়, ইণ্ডিয়ান স্ট্রেটিছটিকেলে ইষ্টিটিউটৰ দৰে উচ্চ শিক্ষানুষ্ঠানৰ সমীপতে তথা চকীঘাট দলং, চাৰিশৰীয়া পথৰ কাষৰীয়া এই অঞ্চলত এতিয়া মাটিৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। সেই অনুসৰি, মন্ত্রী পত্নীয়ে গৌৰী ভট্টাচার্য, তুলসী চৰণ ভট্টাচার্য, সমীৰণ ভট্টাচার্য, অপূর্বও ভট্টাচার্য আৰু অর্পণা ভট্টাচাৰ্যৰ পৰা ক্ৰয় কৰা এই বৃহৎ ভূমিৰ মূল্য এতিয়া কে’বা কোটি টকা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: jayanta malla baruaJuly Deka BaruahMinister's wife buys landTEZPUR
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d