Nagaon Prorest:
কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচনসমুহ আৰু সংযুক্ত কিষান মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰে ধৰ্মঘট কাৰ্যসূচী নগাঁৱতো ৰূপায়ণ কৰে বিভিন্ন ট্ৰেড ইউনিয়ন সংগঠনে ৷
ADVERTISEMENT
সেই অনুসৰি নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁও ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল বন্ধৰ সমৰ্থকে ৷ আৰক্ষীয়ে আঁতৰাবলৈ আহোতেই সৃষ্টি হয় সংঘাতৰ ৷ আৰক্ষীয়ে আটক কৰে ২০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীক ৷






























