Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

TCS:১২ হেজাৰ কর্মী ছাটাইৰ সিদ্ধান্ত টিচিএছৰ

publisher by publisher
July 28, 2025
in News, India
Reading Time: 1 min read
0
TCS:১২ হেজাৰ কর্মী ছাটাইৰ সিদ্ধান্ত টিচিএছৰ
1
SHARES
5
VIEWS
ShareShareShareShare

TCS:

দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে টাটা কনছালটেন্সী ছার্ভিচেছ (টিচিএছ) প্রতিষ্ঠানে ১২ হেজাৰ কৰ্মীক অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে। দেশৰ বৃহত্তম তথ্য প্রযুক্তি সেৱা যোগানদাতা প্রতিষ্ঠানটোৱে গ্রহণ কৰা এই সিদ্ধান্তই চৌদিশে তুমুল আলোড়নৰ সৃষ্টি কৰিছে। মূলতঃ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ আগ্রাসনৰ ফলত প্রতিষ্ঠানটোৰ এই বৃহৎ সংখ্যক চাকৰিয়ালে কামৰ পৰা অব্যাহতি পাব বুলি চর্চা হৈছে।

ADVERTISEMENT

তদুপৰি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ধূসৰ বাণিজ্যিক নীতিয়েও টাটা গ্ৰুপৰ প্ৰতিষ্ঠানটোক এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰা বুলি বহুতে মন্তব্য কৰিছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি টিচিএছে চাকৰিৰ পৰা অব্যাহতি দিবলৈ লোৱা এই কৰ্মচাৰীসকলে প্রতিষ্ঠানটোৰ মধ্যম আৰু জ্যেষ্ঠ ব্যৱস্থাপনা পর্যায়ত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁলোকৰ কাম-কাজ কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা সম্পন্ন কৰোৱাৰ সিদ্ধান্ত প্রতিষ্ঠানটোৱে লোৱা বুলিও সূত্রই ইংগিত দিছে।

RelatedPosts

Sachin Tendulkar’s Son Arjun Tendulkar Just married বিবাহপাশত আবদ্ধ হ’ল শচীন-পুত্র অর্জুন তেন্ডুলকাৰে

মুম্বাইত ৫৭ শতাংশ কৰ্কট আক্ৰান্তৰ ৰোগৰ বাবে দায়ী প্ৰদূষণ 

মুম্বাই উপকূলত আমেৰিকাৰ নিষেধাজ্ঞাপ্ৰাপ্ত ইৰাণসংযুক্ত তিনি তেল টেংকাৰ জব্দ

সূত্ৰৰ মতে, এই কৰ্মচাৰীসকল বিশ্বৰ বিভিন্ন স্থানত নিয়োজিত হৈ আছে। চলিত বৰ্ষৰ ভিতৰতে প্রতিষ্ঠানটোৱে এইসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখ্য যে সম্প্রতি টিচিএছৰ মুঠ চাকৰিয়ালৰ সংখ্যা ছয় লাখ ১৩ হেজাৰ ৬৯ জন। ইয়াৰে দুই শতাংশ অর্থাৎ ১২ হেজাৰক অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে প্রতিষ্ঠান কর্তৃপক্ষই।

এই সম্পর্কত প্রতিষ্ঠান কর্তৃপক্ষই এক বিবৃতিত কয়, ‘প্রতিষ্ঠানক ভৱিষ্যতৰ বাবে সাজু কৰা আৰু ব্যৱসায় সম্প্ৰসাৰণ, কৃত্রিম বুদ্ধিমত্তা নিয়োগ আৰু কৰ্মবল পৰিৱৰ্তনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ‘ লক্ষ্যণীয় যে চলিত বৰ্ষৰ এপ্রিল-জুনৰ সময়ছোৱাত টিচিএছে পাঁচ হেজাৰ নতুন কৰ্মচাৰীক নিযুক্তি দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Laying Off EmpoloyeesMUMBAITata Consultancy Service
publisher

publisher

Related Posts

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান
News

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d